Boitamari Now

  • Home
  • Boitamari Now

Boitamari Now Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Boitamari Now, News & Media Website, .

ভাল খবৰ:- সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল বঙাইগাঁও জিলাৰ বইটামাৰী মলিগাঁওৰ লুস্পেন ৰায়ৰ পুত্ৰ অংকুৰ ৰায় ।মেধাবী ছাত্ৰ গৰা...
05/06/2024

ভাল খবৰ:- সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল বঙাইগাঁও জিলাৰ বইটামাৰী মলিগাঁওৰ লুস্পেন ৰায়ৰ পুত্ৰ অংকুৰ ৰায় ।
মেধাবী ছাত্ৰ গৰাকীয়ে পালে ৭২০ৰ ভিতৰত 523 নম্বৰ ।

19/05/2024

বঙাইগাঁৱত চৰম লজ্জানত ঘটনা

ভয়- ভাবুকিৰে উলংগ কৰি যৌন কাৰ্য কৰিবলৈ বাধ্য কৰালে একাংশ নৰপিশাচে

পাঁচ নৰপিশাচক আটক

আটকাধীন পাষণ্ড কেইটা-জিৰেণ সৰকাৰ, সেবোৰাম সৰকাৰ, বিল্টু ৰাভা, সুনিত ৰাভা আৰু ডালিম বৰ্মণ

এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও সদৰ থানাৰ অধীনৰ পঞ্চপুৰ- কাছুৱাগাঁও সংযোগী ভূমেশ্বৰ পাহাৰৰ ৱাটাৰ ফলচ এলেকাত

আনহাতে যৌন কাৰ্য কৰিব দি সমগ্ৰ ঘটনা ভিডিও কৰে নৰপিশাচ কেইটাই

পিছত ধনদাবী কৰে অন্যথা ভিডিও ভাইৰেল কৰে

অভিযোগমতে পিছত কিশোৰ প্ৰেমিক গৰাকীক টকা উলিয়াবলৈ এটিএম লৈ পঠাই দিয়ে আৰু প্ৰেমিকা কিশোৰী গৰাকীক নৰপিশাচ কেইটাই আৱদ্ধ কৰি ৰাখি নানা যৌন অত্যাচাৰ(গণ ধৰ্ষণৰ সন্দেহ) চলায়

প্ৰকৃতিৰ নান্দনিক দৃশ্য উপভোগ কৰিব আহি এই জঘন্য, অমানৱীয় পৰিস্থিতিৰ সন্মুখীন হয় প্ৰেমিক- প্ৰেমিকাহাল

প্ৰেমিক- প্ৰেমিকাহালৰ পৰিচয় অদ্যপি পৰিচয় উদ্ধাৰ হোৱা নাই

ঘটনাটোৱে বঙাইগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

যোৱাকালি সমগ্ৰ ভিডিও ভাইৰেল হৈ পৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে

12/05/2024
12/05/2024

কাশাৰপৰা শ্ৰী শ্ৰী মা কালী মন্দিৰত বাৰ্ষিক পূজা ৷

বইটামাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ ১ জেঠ (১৫ মে’ ২০২৪) তাৰিখৰ বিশেষ সাংস্কৃতিক সন্ধিয়াত সংৰক্ষিত (VIP) আসনৰ  ব্যৱস্থ...
08/05/2024

বইটামাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ ১ জেঠ (১৫ মে’ ২০২৪) তাৰিখৰ বিশেষ সাংস্কৃতিক সন্ধিয়াত সংৰক্ষিত (VIP) আসনৰ ব্যৱস্থা কৰা হৈছে মাত্ৰ ৫০০ টকাত যত থাকিব আসনৰ সংখ্যা দুই খন আৰু লগতে একোখন উপহাৰ কুপন । বিশেষ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে আসনৰ সংখ্যা সীমিত ৰখা হৈছে ।

(VIP আসন আৰু উপহাৰ কুপনৰ বাবে ইনবক্স কৰক)

ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হল ॥
16/04/2024

ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হল ॥

আপোনাৰ সন্তানৰ সু-শিক্ষাৰ বাবে যোগাযোগ কৰক ॥
15/02/2024

আপোনাৰ সন্তানৰ সু-শিক্ষাৰ বাবে যোগাযোগ কৰক ॥

28/01/2024

জলাখাতা-বান্নিপাৰা- বাজিতপাৰা ভেলাঘৰ সমিতিৰ লটাৰী খেল আজি নিশা ৯ বজাৰ পৰা লটাৰী খেলখন লাইভ চাব পাৰিব Boitamari Now ত
28/01/2024

জলাখাতা-বান্নিপাৰা- বাজিতপাৰা ভেলাঘৰ সমিতিৰ লটাৰী খেল

আজি নিশা ৯ বজাৰ পৰা লটাৰী খেলখন লাইভ চাব পাৰিব Boitamari Now ত

অহা ২৮,২৯ আৰু ৩০ ডিচেম্বৰ ২০২৩ ইং তাৰিখে
12/12/2023

অহা ২৮,২৯ আৰু ৩০ ডিচেম্বৰ ২০২৩ ইং তাৰিখে

Address


Website

Alerts

Be the first to know and let us send you an email when Boitamari Now posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share