Chirang News

Chirang News Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Chirang News, Media, .

14/06/2018

ABSU meet Honourable President of India.

04/05/2018

31 National Highway Blocked
Organized by ABSU. On 3rd May in Kajolgaon, Chirang, Asaam

07/03/2018
11/09/2017

বিজনীত এবছুৰ প্ৰতিক্ৰিয়া
--------------------------------------
আমাৰ খবৰ, বিজনী, ১১ চেপ্তেম্বৰ:
---------------------------------------
চিৰাং জিলাৰ বিজনীত আজি একাংশ বন্ধ সমৰ্থকে মাতৃ-কণ্যাৰ গাত পানী ঢালি অপদস্থ কৰা সন্দৰ্ভত বিজনী আঞ্চলিক এবছুৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । আঞ্চলিক এবছুৰ সভাপতি এৱস্ৰাং বসুমতাৰী আৰু সাধাৰণ সম্পাদক সিমন্ত বসুমতাৰীয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে বন্তি ৰায়ে ভূল বাৰ্তাৰ জৰিয়তে বাতাবাৰী চ'কত একাংশ ৰাইজক উত্তেজিত কৰি তোলে । কোনো বন্ধ সমৰ্থকে মাতৃ -কণ্যাৰ গাত পানী ঢলা নাছিল বুলি বিবৃতিখনৰ জৰিয়তে আঞ্চলিক এবছুৱে স্পষ্ট কৰিছে । আনহাতে বাতাবাৰীত ৰাইজে আঞ্চলিক এবছুৰ দুই সদস্য তথা বন্ধ সমৰ্থক ৰোশন ব্ৰহ্ম আৰু বিনেন্দ্ৰ বসুমতাৰীক লপা -থপা দি আহত কৰা বুলি বিবৃতিখনত উল্লেখ কৰা হৈছে । আঞ্চলিক এবছুৱে ঘটনাটোত তীব্ৰ গৰিহণা দিয়াৰ লগতে সদস্যদ্বয়ৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনলৈ আহ্বান জনাইছে । আনহাতে সকলো পক্ষলৈ শান্তি-সম্প্ৰীতি বোজাই ৰাখিবলৈও বিবৃতিখনৰ জৰিয়তে আঞ্চলিক এবছুৱে আহ্বান জনাইছে ।
Hemen Sarma
Bijni, 11.09.17

11/09/2017

Timeline Photos

25/02/2017

Chirang News

25/02/2017

Birubala Rabha at An awarness program against Witch hunting at Mongolian Bazar under the Bijni AC/ ABSU

Address


Website

Alerts

Be the first to know and let us send you an email when Chirang News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share