23/03/2020
LockDown' ৰ সময়চোৱাত(২৪-৩১ মাৰ্চ) -
১) ভয় খোৱাৰ প্ৰয়োজন নাই । লকডাউন আমাৰ ভালৰ বাবেই ।
২) (অতি জৰুৰী নহ'লে) বাহিৰলৈ নোলাবই ।
৩) পেট্ৰ'ল পাম্প, ফাৰ্মাচী, গেলামালৰ দোকান খোলা
৪) ৰাজহুৱা উপাসনাথলী বন্ধ । মন্দিৰ, নামঘৰ, গীৰ্জাত চোৱাচিতা কৰা তিনিজনতকৈ অধিক মানুহ থাকিব নোৱাৰিব
৫) বাছ, ব্যক্তিগত বাহন, দুচকীয়া বাহন বন্ধ
৬ ) বন্ধ ৰেলসেৱা
৭) বন্ধ সকলো শিক্ষা প্ৰতিষ্ঠান, কাৰ্যালয়, মাছ-মাংস, পাচলিৰ দোকান
৮) বন্ধ আন্তৰ্জাতিক বিমানসেৱা
৯) খোলা থাকিব বেংক-কোষাগাৰ
১০) GMCH ৰ চকু চিকিৎসা বিভাগ সাময়িকভাৱে বন্ধ । প্ৰয়োজন হ'লে MMC হ'ব সম্পূৰ্ণ কৰ'ণা হাস্পাতাল । স্বাস্থ্য বিভাগৰ কৰ্মীয়ে নাপাব ছুটী ।
১১) বাহিৰৰ পৰা অসমলৈ উভতি অহা সকলো লোকেই ১৪ দিনলৈ গৃহবন্দী
১২) কৰ'ণাৰ বাবে জৰুৰী সেৱাৰ চৰকাৰী এটা নম্বৰ ১০৪
১৩) ১ এপ্ৰিলৰ পৰা ৰেশন কাৰ্ডযোগে ঘৰতেই পাব চাউল
১৪) গেলামাল, ফাৰ্মাচীলৈ বজাৰ কৰাৰ বাহিৰে এনেয়ে ওলাই আহিলেই গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে
১৫) নিৰ্দেশনা নামানিলে প্ৰথম পৰ্যায়ত ৬ মাহ, দ্বিতীয় পৰ্যায়ত ২ বছৰৰ কাৰাদণ্ড
সাৱধানে থাকক, সুৰক্ষিত থাকক, ভালে থাকক ।
* সংগ্ৰহ