Ruksarzu Gallery

  • Home
  • Ruksarzu Gallery

Ruksarzu Gallery The Voice For Unity
(20)

26/11/2024

পাৱাৰলেছ নেকি হ'ল নেকি উজনিৰ চান্দাপাৰ্টি? শিৱসাগৰত অসমীয়া যুৱতীক দলবদ্ধ ধৰ্ষণ কৰিলে #ছুনিল নামৰ পাষণ্ড সহ আন দুজনে, এতিয়া কত লুকাই আছে গুণ্ডা টেক্স উঠোৱা বীৰ কেইটা

25/11/2024

মিয়াগিৰি নে অযমীয়াগিৰি ! মিয়া বুলি তাচ্ছিল্য কৰা দুই যুৱক অসমীয়া ভাষাৰ পক্ষত প্ৰতিবাদ

কেৰালা-তামিলনাডুত ৰান্ধনী-সহায়িকাই মাহিলী ১২,০০০-১২,৫০০ টকা মাননি পায় ৷ অসমৰ ৰান্ধনী-সহায়িকাই মাহিলী পায় বোলে ১,৫০০ টকা ...
25/11/2024

কেৰালা-তামিলনাডুত ৰান্ধনী-সহায়িকাই মাহিলী ১২,০০০-১২,৫০০ টকা মাননি পায় ৷ অসমৰ ৰান্ধনী-সহায়িকাই মাহিলী পায় বোলে ১,৫০০ টকা ৷ আপোনাৰ অঞ্চলৰ বিদ্যালয়ৰ ৰান্ধনী-সহায়িকাই কিমান টকা পায়, জানেনে

24/11/2024

মিয়া বুলি তাচ্ছিল্য কৰা সকলে অসমীয়া ভাষাৰ পক্ষত আছে ! কিন্তু যাক বৰপিৰা পাৰি দিয়া হৈছে হে সকলে অসমীয়া ভাষাৰ বিপক্ষে! কিন্তু কিয়? অসমতেই অসমীয়া ভাষা কোৱাটো অপৰাধ নেকি

24/11/2024

চামুগুৰি নিৰ্বাচনে এটা কথা প্ৰমাণ কৰি দিলে সংখ্যালঘু মানুহখিনি ধর্মীয় গোড়ামী নহয়! তাৰ উদাহৰ চামুগুৰি

22/11/2024

কৰিমগঞ্জ নাম সলনি কৰা পিছত কি হল live টো চাব 😊

22/11/2024

থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰাই কাল হ'ল নেকি? থিয়েটাৰ চোৱা বা থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰা অপৰাধ নেকি

20/11/2024

মুছলিম সমাজক ৯০% বেয়া বুলি কোৱা বোৰে নিজৰ এইখন সমাজক কি বুলি কব ?

20/11/2024

মুছলিম হলেই মিয়া বাংলাদেশী নেকি । আকৌ অপমান মুছলিম মহিলাক যোৰহাটত

কাৰোবাৰ ভৰিত ধৰি সফলতা লাভ কৰাতকৈ, নিজৰ ভৰি দুখনেৰে দুখোজ আগবাঢ়ি নিজৰ ৰাস্তা নিজে তৈয়াৰ কৰাই শ্ৰেষ্ঠ ৷
20/11/2024

কাৰোবাৰ ভৰিত ধৰি সফলতা লাভ কৰাতকৈ, নিজৰ ভৰি দুখনেৰে দুখোজ আগবাঢ়ি নিজৰ ৰাস্তা নিজে তৈয়াৰ কৰাই শ্ৰেষ্ঠ ৷

19/11/2024

ঘৃণাৰে নিজক ভাৰাক্ৰান্ত কৰি নল'বা । তুমি ভবাতকৈ ই অতি গধুৰ বোজাঃ মেডাম দ্য চেভিন

18/11/2024

এজন ডাক্তৰৰ ব্যৱহাৰ দেখিলে জোতা মাৰিব মন যাব

16/11/2024

আৰক্ষী বিষয়াজনৰ চাকৰিটো ডেলিভাৰী বয়জনঅক প্ৰদান কৰিব লাগে আৰু ডেলিভাৰী চাকৰিটো ভাস্কৰ বৰ্বৰাক প্ৰদান কৰিব লাগে বুলি দাবী জনালো ৷ একমত নে? কমেন্টত জনাব ৷ প্লিজ…

16/11/2024

সাতগাওঁ নোৱাপাৰা জামে মজিদ কমিটিৰ উদ্যোগত আয়োজন কৰা হয় জলচাহ

অভাৱ মানেই অপৰাধ নেকি? কমেন্ট বক্সত জনাওক আপোনাৰ মন্তব্য
16/11/2024

অভাৱ মানেই অপৰাধ নেকি? কমেন্ট বক্সত জনাওক আপোনাৰ মন্তব্য

সাংবাদিক ভার্গৱ দুৱৰাৰ ফেচবুক পোষ্টটোৰ পৰা জানিব পাৰিলো ডেলিভাৰী বয়জন কোন আছিল ৷
15/11/2024

সাংবাদিক ভার্গৱ দুৱৰাৰ ফেচবুক পোষ্টটোৰ পৰা জানিব পাৰিলো ডেলিভাৰী বয়জন কোন আছিল ৷

15/11/2024

অসম আৰক্ষী বিষয়াৰ চৰম অসভ্যালি, মাৰি পেলাম বুলি কৈ ডেলিভাৰী বয়ক নৃশংসভাৱে প্ৰহাৰ আৰক্ষী বিষয়া জনৰ ৷ কিন্তু ক'ত আৰু কিয় সংঘটিত কৰিলে কাণ্ড

14/11/2024

শত্ৰুৰ শাস্তি বিচাৰে নেকি? আপোনাৰ সফলতাৰ খবৰ জনাই দিয়ক, তিহাৰ জেলতকৈয়ো অধিক শাস্তি অনুভৱ কৰিব অপোনাৰ শত্ৰুই

Address


Telephone

+919954681728

Website

Alerts

Be the first to know and let us send you an email when Ruksarzu Gallery posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ruksarzu Gallery:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share

Our Story

Watch more knowledgeable, informative, Entertaining video on our channel ‘RUKSARZU GALLERY’ Subscribe our channel and press the bell icon to know our new updates. Please comment on our contents and share also. Your Suggestions are the base of our inspiration. Thanks for watching our Video.