Japan ⚔️ Germany ⚔️ India 😂
হাতেই সলাব পৰিস্থিতি
ন্যায় অধিকাৰ প্ৰাপ্তি লৈকে
खून-पसीने की कमाई
खा जाती है महंगी दवाई
मेरे विकास का दो हिसाब
গুজৰাট মডেলৰ সপোন দেখুৱাই বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ আদানিক গতালে।
তাৰেই উন্নয়ণৰ নমুনা আজি এজাক বৰষুণত প্ৰতিফলন হ'ল।
বিজেপি সাংসদে কয়- আমি ৪০০ আসন লাভ কৰাৰ লগে লগে সংবিধান সলনি কৰিম।
এই যুঁজখন সংবিধান ৰক্ষাৰ যুঁজ।
: গণতন্ত্ৰ বচাও মহাৰেলীত Rahul Gandhi জী
#SaveDemocracy
আজি ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰী Srinivas BV ৰ নেতৃত্বত যুৱ সতীৰ্থসকলে দিল্লীত মোডী চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
দেশৰ প্ৰধান বিৰোধী দলৰ বেংক একাউণ্ট ফ্ৰীজ কৰি গণতন্ত্ৰ নিশ্চিহ্ন কৰিব বিচাৰিছে মোডী চৰকাৰে।
কিন্তু এই অন্যায় আৰু একনায়কত্ববাদৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব.. জয় হিন্দ 🇮🇳
কংগ্ৰেছৰ নিশ্চয়তা
✅ গিগ অৰ্থনীতিত সামাজিক সুৰক্ষা
• গিগ ইকনমিত যুৱক-যুৱতীসকলৰ বাবে উন্নত কৰ্ম পৰিস্থিতি।
যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী Gaurav Gogoi ডাঙৰীয়াৰ মনোনয়নপত্ৰ দাখিল ৷
প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি Bhupen Borah ডাঙৰীয়া আৰু লখিমপুৰ লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰী উদয় শংকৰ হাজৰিকা ডাঙৰীয়াই যুটীয়াভাৱে ৰঙানদী সমষ্টিৰ বিষ্ণুপুৰ আদৰ্শ বৰ নামঘৰৰ প্ৰাংগণত সংবাদ মাধ্যমক সম্বোধন কৰে।
জননেতা Rahul Gandhi ডাঙৰীয়াৰ বক্তব্যত ' শক্তি ' শব্দ প্ৰয়োগ কৰা সন্দৰ্ভত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ সমন্বয়ক তথা অসম কংগ্ৰেছৰ মিডিয়া বিভাগৰ তত্বাবধায়ক মহিমা সিং ডাঙৰীয়ানীৰ প্ৰতিক্ৰিয়া।
কাজিৰঙা লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী “আদৰ্শ যুৱবিধায়ক বঁটা” প্ৰাপ্ত Roselina Tirkey MBA ডাঙৰীয়ানী এগৰাকী উপযুক্ত প্ৰাৰ্থী হিচাপে ৰাইজে সিদ্ধান্ত লব ৷
গুৱাহাটী ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচী।