Parag Assam

Parag Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Parag Assam, Video Creator, .

05/11/2023

ৰাঘৱ 🔥🔥




31/10/2023

Jibonot josh main 😂😂🤣🤣






31/10/2023

Taxi gari loi | Nekib | nekib |





30/10/2023

ছোৱালী পতাম বুলি ভাবি আছে নেকি ______🤣🤣








26/10/2023

লৰা হলে এনেকুৱা হৱ লাগে 😂😂🤣🤣🤣










20/10/2023

puja bli 🤣🤣









18/10/2023
















12/10/2023

অসমীয়া চিনেমা জগতৰ বলিষ্ট অভিনেতা যতীন বৰাৰ ৰাঘৱ আাহি আছে 27 October 2023 😱🔥🔥

কোনে কোনে চাবলৈ অপেক্ষা কৰি আাছা ?








11/10/2023

এই পথটো চিনাদী আৰু সর্থেবাৰী সংযোগী পথ ৷ এই পথটোৰে গুৱাহাটী, মুকালমুৱা, ইত্যাদি ঠাইলৈ যাবলৈ হলে এই পথটোৰে যাব লগা হয় ৷ এই পথটো চৰকাৰৰ ফালৰ পৰা আহিছে বুলি শুনিছিলো, এই পথটোৰ দৈর্ঘ্য হৈছে ৩০০ মিটাৰ, কিন্তু এই পথটো চৰকাৰৰ ফালৰ পৰা আাহিল মাত্র ৭৩ মিটাৰ, কিন্তু কিয়? এই পথটোৰ কাম যিজন ঠিকাদাৰে কৰিছিল, তেওঁ গোটেই পথটো নিৰ্মাণৰ কাৰণে চৰকাৰৰ পৰা ধন সংগ্রহ কৰিছিল নে , মাত্র ৭৩ মিটাৰ নির্মাণ কৰিবলৈ পইছা আনিছিল , সেইটো আমি নাজানো ? কিন্তু আজি হটাৎ ঘৰৰ পৰা শব্দ শুনিলো যে , এখন বাহন ৰাস্তাটোত ফচি আাছে ৷ তেওলোক আমাৰ ওচৰৰ লৰা নাছিল , সেইকাৰণে তেওলোকৰ মাজত হাহাকাৰ লাগি গ'ল , মানে কি কৰো বা কি নকৰো ? তাৰ পিছত তেওলোকে ট্ৰেক্টৰৰ ব্যৱস্থা কৰি গাড়ীখন কোনোমতে উঠালে ৷ মূৰ্খ আৰু অজ্ঞানী মানুহৰ হাতত শাসনৰ ৰাজভাৰ থাকিলে এনেকৈ হয় সমাজ তথা গাঁওৰ উন্নয়ন। দেশ স্বাধীন হোৱা আজি ৭৭ বছৰ হল তাৰ পিছতো উন্নয়নে ঢুকি পোৱা নাই আমাৰ গাঁও খনক।

অলপ চেষ্টা কৰিলো লিখিবলৈ___😴

ভাল লাগিলে শ্বেযাৰ কৰি দিব___🙏🙏

08/10/2023

Social Media ত কেনেদৰে Virel হব পাৰি ? | Social Media ত Virel হবলৈ কি কি কৰিব লাগে | জানো আহক _____😱😵









You tube video link 👇👇👇

https://youtu.be/gG6GRQPMdLU

Subscribe guys 🙏🙏

02/10/2023

আজিৰ সমাজত চলি থকা কিছুমান সত্য কথা | খেতি পথাৰ চাবলৈ পথাৰলৈ যাওঁ বলক | জীৱন জিন্দাবাদ ✌️🫥








You tube video link 👇👇👇

https://youtu.be/-bgFlfh5_pA

30/09/2023

ইতিহাস প্রসিদ্ধ বৰপেটা সত্রলৈ যাওঁ বলক || Barpeta satra || Barpeta kirtanghor || 🙏🙏



You tube video link 👇👇👇
https://youtu.be/gG6GRQPMdLU

25/09/2023

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্র জন্মোৎসৱ || বৃহত্তৰ অসমীয়া জাতিৰ প্রাণ প্রতিষ্ঠাতা , নৱবৈষ্ণৱ ধৰ্মৰ প্রৱর্তক গুৰুজনাৰ শ্রীচৰণত শতকৌটি প্রণিপাত জনাইছোঁ ||

#জয়গুৰুশংকৰ

24/09/2023

Kamrup college, chamata || Freshers 2K23 || খেলা হবে 😆😆 ||



Full video link 👇👇👇

https://youtu.be/tt6bAMDPiPk

20/09/2023

মামাই গছ পুলি ৰুই আছে || শেষলৈ চাব চোন || 🤣🤣

16/09/2023

এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম গছজোপা চাও আহক__😳🙏

13/09/2023

ফুটবল খেল চাবলৈ গৈ হাহাকাৰ 😂😄😆

12/09/2023

কাঁহৰ বাচন-বৰ্তন কেনেকৈ তৈয়াৰ কৰা হয় || Kah pital || sarthebari ||

09/09/2023

অসমৰ আটাইতকৈ ডাঙৰ বিল || কাপলা বিল অসম বিখ্যাত বুলি পৰিচিত || Kapla Bill || কাপলা বিল ||

07/09/2023

নলবাৰীৰ গংগা জমুনা Resort || Ganga Jamuna Resort || Mukalmua/Nalbari || Assam ||

05/09/2023

সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জনালো ৷

's

30/08/2023

Assamese funny video 😆😁💖 ||






Address


Website

Alerts

Be the first to know and let us send you an email when Parag Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share