![নাহৰ ফুলে নুশুৱায় তগৰ ফুলে শুৱাব তগৰ ফুলে নুুশুৱায়কপৌ ফুলে শুৱাব কপৌ ফুলে নুশুৱায় (যদি) ঘিলা খোপাতে তোৰ হিয়া ফুল পাৰি ...](https://img4.medioq.com/041/069/784771490410698.jpg)
20/06/2024
নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব
তগৰ ফুলে নুুশুৱায়
কপৌ ফুলে শুৱাব
কপৌ ফুলে নুশুৱায় (যদি)
ঘিলা খোপাতে তোৰ
হিয়া ফুল পাৰি দিম
গুজি খোপাতে মনোহৰ. . . . . .
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যুতিথিত আমালৈ দিয়া তেখেতৰ অমূল্য অৱদানক শ্ৰদ্ধাৰে সুঁৱৰিছো 🙏