Udalguri News

  • Home
  • Udalguri News

Udalguri News This page is for all Udalgurians. Have instagram . Go and follow in insta too�

বিজেপিৰ নতুন ৰাজ্যিক সভাপতি হব দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া। কাইলৈ দিনৰ ১১ বজাত হব আনুষ্ঠানিক ঘোষণা। ...
16/01/2025

বিজেপিৰ নতুন ৰাজ্যিক সভাপতি হব দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া।
কাইলৈ দিনৰ ১১ বজাত হব আনুষ্ঠানিক ঘোষণা।
উল্লেখ্য যে,সভাপতি পদৰ বাবে কেৱল শইকীয়ায়ে দাখিল কৰে মনোনয়ন পত্ৰ।

14/01/2025

📌ওদালগুৰিত তীব্ৰ গতিত চলি আছে অমৃত ষ্টেচন নিৰ্মাণৰ কাম।

📌সংকটত ওদালগুৰি অসামৰিক চিকিৎসালয়।📌দিনৰ ১২ বজাত চিকিৎসকৰ কোঠাত আছে মাথোঁ chair table কিন্তু নাই চিকিৎসক। 📌অসহায় ৰোগী!📌...
11/01/2025

📌সংকটত ওদালগুৰি অসামৰিক চিকিৎসালয়।
📌দিনৰ ১২ বজাত চিকিৎসকৰ কোঠাত আছে মাথোঁ chair table কিন্তু নাই চিকিৎসক।
📌অসহায় ৰোগী!
📌 উন্নয়ন আৰু পৰিবৰ্তনৰ শ্লোগান দিয়া চৰকাৰে ব্যবস্থা লব নে?
📌মুখ্যমন্ত্ৰী Himanta Biswa Sarma স্বাস্থ্য মন্ত্ৰী Ashok Singhal , বিটিআৰৰ চীফ Pramod Boro আৰু স্থানীয় বিধায়ক গোবিন্দ চন্দ্ৰ বসুমাতাৰীৰ চকু পৰিব নে?

বিটিচিৰ গোৰ্খাসকলৰ বাবে ভাল খবৰ। বিটিচি চৰকাৰে বিটিচিৰ গোৰ্খাৰ বাবে ভূমি নিষ্পত্তি প্ৰক্ৰিয়াৰ অন্যতম নথি হিচাপে গোৰ্খা ...
05/01/2025

বিটিচিৰ গোৰ্খাসকলৰ বাবে ভাল খবৰ।
বিটিচি চৰকাৰে বিটিচিৰ গোৰ্খাৰ বাবে ভূমি নিষ্পত্তি প্ৰক্ৰিয়াৰ অন্যতম নথি হিচাপে গোৰ্খা প্ৰমাণপত্ৰ(GORKHA CERTIFICATE)গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Pramod Boro

28/12/2024

আজিৰ ভৈৰৱকুণ্ড বনভোজস্থলীৰ দৃশ্য।

Former Prime Minister Dr. Manmohan Singh passes away. May his soul rest in peace. Om shanti
26/12/2024

Former Prime Minister Dr. Manmohan Singh passes away. May his soul rest in peace. Om shanti

Udalguri Railway Station 📌
26/12/2024

Udalguri Railway Station 📌

25/12/2024

সকলোকে পৱিত্ৰ বৰদিনৰ শুভেচ্ছা থাকিল। 🙏♥️

Please share 🙏 আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় 🙏
23/12/2024

Please share 🙏
আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় 🙏

অসমত এতিয়াৰে পৰা মহাবিদ্যালয়সমূহত বিনামূল্য নামভৰ্তিৰ বাবে নালাগে INCOME CERTIFICATE!ৰেচন কাৰ্ড থাকিলেই পাব বিনামূল্যে...
22/12/2024

অসমত এতিয়াৰে পৰা মহাবিদ্যালয়সমূহত বিনামূল্য নামভৰ্তিৰ বাবে নালাগে INCOME CERTIFICATE!
ৰেচন কাৰ্ড থাকিলেই পাব বিনামূল্যে নামভৰ্তি - মুখ্যমন্ত্ৰী

21/12/2024

Singer Monali Thakur to perform in Dimakuchi , Udalguri,Assam

ওদালগুৰিৰ টংলাৰ নৃশংস হত্যাৰ ৰহস্য ফাদিল। সতীয়া ভাতৃয়ে হত্যা কৰাৰ তথ্য লাভ আৰক্ষীৰ।
21/12/2024

ওদালগুৰিৰ টংলাৰ নৃশংস হত্যাৰ ৰহস্য ফাদিল। সতীয়া ভাতৃয়ে হত্যা কৰাৰ তথ্য লাভ আৰক্ষীৰ।

Big breaking news
21/12/2024

Big breaking news

ওদালগুৰিৰ  টাংলাত ডিঙি কটা অৱস্থাত উদ্ধাৰ দুই ভাতৃৰ মৃতদেহ।                                                             ...
21/12/2024

ওদালগুৰিৰ টাংলাত ডিঙি কটা অৱস্থাত উদ্ধাৰ দুই ভাতৃৰ মৃতদেহ। নিহত দুয়োগৰাকীৰ নাম গৌৰব শৰ্মা আৰু কৌশিক শৰ্মা। পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিলে ছাত্ৰ কেইগৰাকী।। বিদ্যালয়লৈ যোৱাৰ পিছত শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল দুয়োজন ছাত্ৰ।

অসম চৰকাৰে গো-মাংস বন্ধ কৰাৰ সময়তে ওদালগুৰি জিলাত  সংগঠিত হৈ আছে গৰু চোৰৰ ঘটনা।এই বিষযয়ত  জিলা প্ৰশাসনে অধীক গুৰুত্ব দ...
18/12/2024

অসম চৰকাৰে গো-মাংস বন্ধ কৰাৰ সময়তে ওদালগুৰি জিলাত সংগঠিত হৈ আছে গৰু চোৰৰ ঘটনা।এই বিষযয়ত জিলা প্ৰশাসনে অধীক গুৰুত্ব দি তদন্ত কৰি চোৰক অনতি পলমে ধৰি আইনগত ব্যবস্থা লোৱাৰ কাৰণে ৰাইজে দাবী উত্থাপন কৰে।

17/12/2024

আজি লোকসভাত উত্থাপন কৰা হব এক দেশ এক নিৰ্বাচন বিধেয়ক।আপোনাৰ মতামত?

জনাওক আপোনালোকৰ মতামত।
15/12/2024

জনাওক আপোনালোকৰ মতামত।

প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰে ৪বছৰ সম্পূৰ্ণ কৰিলে। তেওঁলোকৰ কামত আপোনালোক সন্তুষ্টনে ,জনাব আপোনালোকৰ মতামত!
15/12/2024

প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰে ৪বছৰ সম্পূৰ্ণ কৰিলে। তেওঁলোকৰ কামত আপোনালোক সন্তুষ্টনে ,জনাব আপোনালোকৰ মতামত!

Address


Website

Alerts

Be the first to know and let us send you an email when Udalguri News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share