Huntu diary

Huntu diary Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Huntu diary, Video Creator, .

29/10/2022

আমাৰ চাৰিআলি মাজ ভাগতে এটি swimming pool gift দিলে!আহকচোন চিনাকি কৰাই দিওঁ । ইয়াৰ বাবে দায়ী কোন?

25/10/2022

পোন-প্ৰথমবাৰৰ বাবে টিলিঙা মন্দিৰ গৈ আহিলো তিনিচুকীয়া😍

20/10/2022

Dibrugarh Jagannath temple ত গৈ আহিলো এপাক🙏
লগতে vlog আকাৰে আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু ভাল পালে Like,comment ,share কৰি দিব বুলি আশা কৰিলো😍ধন্যবাদ।
👉👉https://youtu.be/VQyst42XpcI

12/10/2022

এক ধুনীয়া ঠাই😍blossom exotica dibrugarh ত এভুমুকি মাৰি আহিলো পূজা বুলি ব্যস্ততা জীৱনত সময় উলিয়াই😘😘

09/10/2022

পূজা বুলি অলপ ফুৰি দিলো ,পিছে কত ঘুৰিলোগৈ ?

01/10/2022

ভাত মাংস চুঙাত বনাই খাই দিলো😋😋আমি ব্যস্ততা জীৱনত অলপমান সময় পালে এনদৰে উপভোগ কৰি ভাল লাগে আৰু ভালপাওঁ । সেইবাবে এইবাৰ ভাৱিলো চুঙাত ভাতে মাংসৰে দি খাই চাওঁ আৰু খায় বহুতে ভাল লাগিল । যদিহে আপোনালোকে বনাই খায় চাব বিচাৰে তেন্তে আপুনিওঁ পাৰিব ।

28/09/2022

পূজা বুলি যি কেইটা বস্তু অৰ্ডাৰ দিলো সেইকেইটা দেখোন "Out of delivery" দূৰৰ কথা 'shipped' হোৱা নাই এতিয়ালৈ🤔
এনেকৈ বাৰু কেনেকৈ সংসাৰ চলিব মোৰ😂😂

28/09/2022

চুঙাত দিয়া গাঁহৰি মাংস আৰু ভাতৰ জুতি😋pork lover😋//pork recipe//গাঁহৰি মেইন যি সকলে খাই ভাল পাই ।

26/09/2022

কেতিয়াবা কিছুমান কাম মনৰ হেপাঁহে কৰিব মন গলেওঁ বহুত বেছি কৰিব পৰা নাযায় তথাপিওঁ সামান্যভাৱে কৰিওঁ তাৰ মাজতে থাকিব পাৰি😍আমি আমাৰ দ্বাৰিত্বসমূহ ।

20/09/2022

locel murgi recipe//jabla recipe bonai khai dilung ko😋😋
আমি এনেদৰে আজৰি সময়ত উপভোগ কৰো কাৰণ জীৱনটো দুদিনীয়া আজি আছো কাইলৈ নাই😍

19/09/2022

বৈশ্যৰ পুতেক আহিছে 😂😂মদৰ বটল আনিছে 😅😅
জীৱনটো হাঁহি ধেমালিৰে অতিবাহিত কৰি দুখবোৰ পাহৰি খতম কৰি দিব বিচাৰো😍😍

11/09/2022

আমি খানা খালে 😂আৰু আপুনি? গাঁহৰি মেইন কিন্তু।

07/09/2022

আৰম্ভণি কৰিব বিচাৰে নেকি এটি সৰু ব্যৱসায় যদি বিচাৰে তেন্তে ভিদিঅ'টি আপোনাৰ বাবে।

03/09/2022

ঘৰলৈ বুলি আহি থাকোতে এই ছবিখনেই নহয় আৰু দুখ লগা ছবি এখনি দেখি আহিলো যিখন ছৱি এক বুজাব নোৱাৰা বেয়া লগা মানে 😔পাৰিলে share কৰিম বাৰু ।

02/09/2022

ভোট 🌶 খেতি! চাকৰি বাকৰি নাইকিয়া মানুহ এনকেই খেতি কৰি চলিব লাগিব না কি ৰাইজ😔😊

25/08/2022

My village tour😍 আমাৰ গাওঁখনি চাওঁ আহক আজি।

16/08/2022

Social experiment indian flag🇮🇳 vs money💵

14/08/2022

locel chicken curry recipe//বনাই চালো আৰু...

10/08/2022

pork mukbang//pork recipe//pork lover

31/07/2022

Boil chicken recipe with bamboo shoot/chicken recipes

27/07/2022

পইতা ভাতৰ জুতি লৈ ললোং ক আজি😋😋

19/07/2022
15/07/2022

গাঁৱৰ নামঘৰলৈ বুলি😍

12/07/2022

ধেমাজি হৰিনাম দল-এটি সুন্দৰ টোকাৰী গীত শুনো আহক🙏

09/07/2022

কলগছজোপা কলদিলটোলৈ মন কৰক🤔কিহৰ বাবে হৈছে বাৰু🙄

08/07/2022

pork curry recipe without oil/pork recipe 😋

05/07/2022

Address


Alerts

Be the first to know and let us send you an email when Huntu diary posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Huntu diary:

Videos

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share