আলোক

আলোক Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from আলোক, Media, .

Reality
23/06/2024

Reality

23/06/2024
⬛️🟥⬛️ নালন্দা বিশ্ববিদ্যালয় ধ্বংসৰ কাৰণ                 আছিল হিন্দুৰ উদাৰতা আৰু মূৰ্খামী !🟥⬛️🟥 আমি পৃথ্বীৰাজ চৌহানে মহম্...
21/06/2024

⬛️🟥⬛️ নালন্দা বিশ্ববিদ্যালয় ধ্বংসৰ কাৰণ
আছিল হিন্দুৰ উদাৰতা আৰু মূৰ্খামী !

🟥⬛️🟥 আমি পৃথ্বীৰাজ চৌহানে মহম্মদ ঘোৰীৰ লগত কৰা উদাৰতা মানে পৃথ্বীৰাজ চৌহানে বাৰে বাৰে এটা বৰ্বৰ আসুৰিক আতংকবাদীক জীৱন দান কৰি ভাৰতত মুছলমানৰ শাসনৰ পথ মুকলি কৰি দিয়াৰহে কাহিনীটো জানো। কিন্ত এইটোৱেই একমাত্ৰ এনে ধৰণৰ হিন্দুৰ মূৰ্খামীৰ কাহিনী নহয়। এনেই আমি আজি হিন্দুৰ ভোট লৈ মুছলমানক তৈলমৰ্দন কৰি থকা শাসকৰ বিৰোধিতা কৰা নাই। কাৰণ পৃথ্বীৰাজ চৌহানে যি মূৰ্খামী কৰি আত্মহনন কৰিব লগা হৈছিল সেই একেই কামকে আজি আমাৰ শাসকেও কৰি আছে। কাৰণ আমাৰ হিন্দু সমাজে ইতিহাস অধ্যয়ন কৰে ঠিকেই, বৰ বৰ লেকচাৰ দিয়ে ঠিকেই, কিন্ত ইতিহাসৰ পৰা শিক্ষা লবলৈ আমি অসমৰ্থ। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নালন্দা বিশ্ববিদ্যালয়ৰ শুভাৰম্ভ কৰিছে। অতি আনন্দ আৰু গৌৰবৰ কথা। কিন্ত নালন্দা বিশ্ববিদ্যালয় যে কি কাৰণত ধ্বংস হৈছিল তাৰ কাৰণক প্ৰধানমন্ত্ৰী মোদীয়ে কিমান উপলদ্ধি কৰে সেই কথা আমি নাজানো। কিন্ত এই কাহিনী আমি সকলোৱে জনা উচিত আৰু ইয়াৰ পৰা শিক্ষা লোৱা উচিত। যাতে এই একবিংশ শতিকাত আমি হিন্দুৱে পৃথ্বীৰাজ চৌহানৰ দৰে উদাৰ আৰু মানৱতাবাদী হবলৈ গৈ নিজৰ মৃত্যুক আবাহন কৰি নানো। নালন্দা ধ্বংসৰ আচল কাহিনী এইটোহে :

🛑 আচ্চা ডকাইতে ঘৰৰ কিতাপ পত্ৰ ডকাইতি কৰা শুনিছে নেকি ? নাই শুনা। দ্বাদশ শতিকাত ভাৰত আক্ৰমণ কৰা বখতিয়াৰ খিলজী আচলতে আছিল এটা লুতেৰা। ভাৰত আক্ৰমণ কৰি ধন সোন লুটিছিল ঠিক আছে বুজিলো। কিন্ত এই লুটেৰাই নালন্দা বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ তিনিটা জ্বলাই দিছিল কিয় ? কিয় দহ হাজাৰ স্কলাৰক হত্যা কৰিছিল ? এটা ডকাইতৰ গ্ৰন্থ আৰু শিক্ষকৰ লগত দুশমনী কেনেকৈ হব পাৰে ? এইটোৱেই আচল কথা।
উত্তৰ : হব পাৰে। এয়াই হৈছে "ইছলাম "। যি ইছলামক এদিন নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যই বুজি পোৱা নাছিল। পৃথ্বীৰাজ চৌহানে বুজি পোৱা নাছিল। আৰু স্বাধীন ভাৰতৰ নেতা সকলেও আজিও বুজি নাপালে। যাৰ বাবে এই দেশত হিন্দুৰ আজি এই দুৰৱস্থা। এই অস্তিত্বৰ সংকত।

🛑 কাহিনীটো : 1193 খৃষ্টাব্দত বখতিয়াৰ খিলজীয়ে ভাৰত আক্ৰমণ কৰি ধন সোন লুতিলে। কাট মাৰ ধৰ্ষণ অত্যাচাৰ...যিমান যি কৰিব পাৰি সকলো কৰিলে। এনেতে খিলজী ৰোগাক্ৰান্ত হৈ পৰিল। দেশ বিদেশৰ বহুত ইছলামিক হাকিম আহিল চিকিৎসা কৰিবলৈ । নাই হাকিমৰ ঔষধ কোনো কামত নাহিল। বখতিয়াৰ মৰো মৰো হল। এই সময়ত এজন মুছলমান লোকে বখতিয়াৰক কলেগৈ যে ভাৰতত নালন্দা বিশ্ববিদ্যালয় নামৰ এখন প্ৰতিষ্ঠান আছে যাৰ উপাচাৰ্য তথা ঔষধ বিশেষজ্ঞ ৰাহুল শ্ৰী বদ্ৰী নামৰ লোক জনক চিকিৎসাৰ বাবে আনিব লাগে। খিলিজীয়ে প্ৰথমতে ইচ্ছা কৰা নাছিল, কিন্ত বহুতৰ অনুৰোধত মান্তি হল। মাতি অনা হল উপাচাৰ্য ৰাহুল শ্ৰী বদ্ৰী জীক। শ্ৰী বদ্ৰী আহি বখতিয়াৰ খিলজীৰ শৰীৰ পৰীক্ষা কৰি কলে , মই আপোনাক কিছু বনৌষধ দিম। সেৱন কৰক শীঘ্ৰেই আৰোগ্য হৈ যাব। কিন্ত এই চিকিৎসা লবলৈ খিলজী সন্মত নহল আৰু কলে , মই তোমাৰ হাতৰ ঔষধ সেৱন নকৰো। কাৰণ ইছলামৰ দৃষ্টিত তুমি এক কাফেৰ। তোমাক আমি ঘৃণা কৰো।
খিলজীৰ মুখত এই কথা শুনাৰ পিছতো কিন্ত শ্ৰী বদ্ৰীৰ কোনো খং নুঠিল আৰু স্বাভিমানতো আঘাত নালাগিল। বিপৰীতে শ্ৰী বদ্ৰী অধিক উদাৰ হৈ উঠিল আৰু বখতিয়াৰ খিলজীক কলে , ঠিক আছে আপুনি মোৰ হাতৰ ঔষধ খাব নালাগে। মই মাথো আপোনাক এখন কোৰাণ দিম । সেই কোৰাণ খনৰ কেইটামান নিৰ্দিষ্ট পৃষ্ঠা আপুনি দিনটোত যিমান পাৰে পঢ়ি থাকিব। আপুনি নিশ্চিত ভাবে আৰোগ্য হৈ উঠিব। শ্ৰী বদ্ৰীৰ এই প্ৰস্তাৱ খিলঞ্জীয়া মানি ললে। আৰু সেই কোৰাণ খনৰ নিৰ্দিষ্ট পৃষ্ঠা কেইটা লুটিয়াই লুটিয়াই পঢ়িব ধৰিলে। আশ্চৰ্য্যজনক ভাবে কেইদিনমান এনেকৈ কোৰাণ খন পঢ়াৰ পিছতে খিলজী সম্পূৰ্ণ আৰোগ্য হৈ উঠিল।

🏵 আৰোগ্য হৈ বখতিয়াৰ খিলজী সুখী হোৱাৰ পৰিবৰ্তে চিন্তিত আৰু উত্তেজিত হৈ উঠিল। খিলজীয়ে তেওঁৰ বিশ্বস্ত সেনাপতি আৰু পৰামৰ্শদাতা সকলক মাতি আনি কোৰাণ পঢ়ি কেনেকৈ আৰোগ্য হৈ উঠিল তাৰ ৰহস্য জানিব বিচাৰিলে। তেতিয়া খিলজীক জনোৱা হল যে উপাচাৰ্য শ্ৰী বদ্ৰীয়ে কোৰাণৰ সেই নিৰ্দিষ্ট পাত কেইটাত এবিধ ঔষধ ঘহি দিছিল। খিলজীয়ে পাত কেইটা আঙুলিৰে লুটিয়াই লুটিয়াই পঢ়িছিল আৰু সেই আঙুলি মাজে মাজে নিজৰ জিভাত লগাইছিল। এইদৰেই আঙুলিৰ দ্বাৰা জিভাৰে ঔষধ তেওঁৰ শৰীৰত বিয়পি পৰিছিল, যাৰ ফলত তেওঁ সুস্থ হৈ উঠিল।
🏵 এই কথা শুনি বখতিয়াৰ খিলজীৰ কাণ মূৰ গৰম হৈ উঠিল। বখতিয়াৰ আচৰিত হল , ভাবিলে যি জ্ঞান এই দুনীয়াৰ ইছলামৰ ওচৰত নাই সেই জ্ঞান কাফেৰৰ ওচৰত কেনেকৈ থাকিব পাৰে ? থকা উচিত কেতিয়াও নহব। ইছলামত যি নাই সেই জ্ঞান কাফেৰৰ ওচৰত কেতিয়াও থাকিবলৈ দিব নোৱাৰি। খবৰ লৈ বখতিয়াৰ খিলজীয়ে জানিব পাৰিলে যে নালন্দা বিশ্ববিদ্যালয়ৰ তিনিটা গ্ৰন্থাগাৰত 90 লক্ষ এনে পাণ্ডুলিপি আৰু অমূল্য গ্ৰন্থ আছে যি এই জ্ঞানৰ মূল উৎস। লগে লগে বখতিয়াৰ খিলজীয়ে আদেশ দিলে এই তিনিটা গ্ৰন্থাগাৰত অগ্নি সংযোগ কৰি ভস্মীভূত কৰি দিবলৈ। লগতে এই বিশ্ববিদ্যালয়ত থকা সকলো গবেষক পণ্ডিত আৰু ছাত্ৰক হত্যা কৰিবলৈ । কথা মতেই কাম। তাৰ পিছতেই নালন্দা বিশ্ববিদ্যালয় ইতিহাস হৈ গল। বখতিয়াৰ খিলজীক আৰোগ্য কৰা উপাচাৰ্য্য ৰাহুল শ্ৰী বদ্ৰীৰ শিৰচ্ছেদ কৰা হল বখতিয়াৰ খিলজীৰ আদেশত। সেই দিনাই সনাতনী জ্ঞানৰ মূল বন্তিৰ শিখা নিৰ্বাপিত হৈ গল। আৰু জ্ঞানৰ দৌৰত ভাৰত থমকি ৰল। পশ্চিম আগুৱাই গল। সকলো এতিয়া ইতিহাস !

🛑 কিন্ত এই ঘটনাৰ পিছতো হিন্দুৰ শিক্ষা নহল। আজিও হিন্দুৱে সেই ভুলটোৱেই কৰি আছে যিটো ভুল কৰিছিল উপাচাৰ্য ৰাহুল শ্ৰী বদ্ৰীয়ে...যিটো ভুল কৰিছিল পৃথ্বীৰাজ চৌহানে। 😥😥😥

05/05/2024

वायनाड में राहुल गांधी को समर्थन देनेवाली मुस्लिम लीग की रैली,

"हिंदुओं को जिंदा जला दो।"

"हिंदुओं को मंदिरों में फाँसी दो।"

"तुम रामायण पढ़ने के लायक नहीं रहोगे।"

ये नारे पाकिस्तान में नहीं हैं। ये भारत के केरल में हैं!

ये नारे मुस्लिम लीग की युवा शाखा ने लगाए, जो कांग्रेस, केजरीवाल, ममता, अखिलेश, शरद पवार और अन्य विपक्षी दलों के साथ भारत के गठबंधन में है!

ये वीडियो देखिए और बताइए कि इन जैसे लोगों को इस देश में रहने का क्या अधिकार है❓

22/04/2024

*ভাৰতৰ কমিউনিষ্ট সকলৰ প্ৰকৃত স্বৰূপ কি ??*

*_বামপন্থা_* শব্দটো আমাৰ দেশত বহু চৰ্চিত যদিও বহুতেই নাজানে যে এই বামপন্থা কি আৰু ক'ৰ পৰা আহিল । আনকি যি সকলে নিজকে গৰ্বেৰে *_বামপন্থী_* বুলি ভাবে তেওঁলোকেও নাজানে ।শব্দটো আমি পাইছোঁ বৃটিছ সকলৰ পৰা । সেই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত দুটা সুস্পষ্ট ৰাজনৈতিক দল আছে। এফালে ডেম'ক্ৰেট তথা ৰক্ষণশীল দল আনফালে লেবাৰ পাৰ্টি যাক লিবাৰেল বা সমাজতান্ত্ৰিকো বোলা হয়। নিৰ্বাচনত জয়ী হৈ যিটো দলেই চৰকাৰ গঠন কৰে পাৰ্লিয়ামেন্টত সেই দলৰ সদস্য সকলে স্পিকাৰৰ সোঁফালে বহে আৰু বিৰোধী সকলে বাঁওফালে বহে । বেচিভাগ ক্ষেত্ৰতে তাত ডেম'গ্ৰেট সকল জয়ী হয় আৰু সোঁফালৰ আসনত বহে আৰু বিৰোধী সমাজতান্ত্ৰিক দলৰ সদস্য সকলে বাঁওফালে বহে । অৱশ্যে যেতিয়া কোনো সময়ত সমাজতন্ত্ৰী সকল জয়ী হয় তেতিয়া তেওঁলোকেও সোঁফালেই বহে। তথাপিও *_বেচিভাগ সময় বিৰোধী দল হিচাপে বাঁওফালে বহাৰ কাৰণে ৰাজনীতিত তেওঁলোকক লেফট হিচাপেই পৰিচিতি লাভ কৰিছে।_*
আমাৰ দেশত বাম বুলিলে কমিউনিষ্ট আৰু তেওঁলোকৰ সহযোগী সকলক বুজা যায়। এইখিনিতে স্পষ্ট কৰি দিয়া ভাল যে *_নীতি আদৰ্শ আৰু অনুশীলনত বৃটেইনৰ সমাজতন্ত্ৰী সকলৰ দৰে আমাৰ দেশৰ কমিউনিষ্ট সকল মুঠেই একে নহয় ।_* তথাপিতো তুলনা কৰিলে অলপ কিছু সাদৃশ্যৰ নিৰিখত এই কমিউনিষ্ট সকলক বামপন্থী বোলা হয়।
বৃটেইনৰ সমাজন্ত্ৰী সকলৰ সৈতে আমাৰ দেশৰ কমিউনিষ্ট সকলৰ পাৰ্থক্য বুজিবলৈ হ'লে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ জন্মৰ ইতিহাস জনা প্ৰয়োজন । দুৰ্ভাগ্যৰ কথা যে - আমাৰ দেশৰ কমিউনিষ্ট সকলৰ বহুতেই সেইটো নাজানে । *_ভাৰতত বাহিৰৰ পৰা অহা ইচলামৰ ইতিহাস জনা নাথাকিলে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ইতিহাসো বুজিবলৈ অসুবিধা হয়।_*
প্ৰায় আঠশ বছৰ ধৰি ভাৰত আৰৱীয় উপনিবেশ বা ইচলামৰ পদানত আছিল । ইচলামিক বিশ্ব মহম্মদৰ উত্তৰসুৰী এজন খলিফাৰ অধীনত আছিল । যদিও এই খলিফাৰ পদটোক লৈ বহু দ্বন্দ্ব বিবাদ আৰু ৰক্তপাত হৈছে তথাপিও ভাৰতৰ সকলো মুচলমান শাসকেই তুৰস্ক বা বাগদাদৰ কোনো নহয় কোনো খলিফাৰ অধীন আছিল। এটা সময়ত তেওঁলোকৰ সাম্ৰাজ্য বৃটিছৰ অধিকাৰলৈ গুচি যায় । ইয়াতে ভাৰতৰ মুচলমান সকল ব্যথিত হ'লেও ইচলামিক খিলাফটে তেওঁলোকৰ মনোবল অটুত ৰাখিছিল আৰু সাম্ৰাজ্য পুনৰুদ্ধাৰৰ বাবে নিৰন্তৰ সচেষ্ট আৰু সক্ৰিয় আছিল । সৰ্বশেষ ইচলামিক খিলাফট আছিল তুৰস্ক কেন্দ্ৰিক যি অটোমেন সাম্ৰাজ্য নামেৰে পৰিচিত আছিল ।
প্ৰথম বিশ্বযুদ্ধত তুৰস্ক আছিল জাৰ্ম্মানীৰ পক্ষত । যুদ্ধত পৰাজিত হৈ অটোমান সাম্ৰাজ্য ভাঙি যায় আৰু সাম্ৰাজ্যৰ অধীনত থকা সকলো আৰৱ তথা মধ্যপ্ৰাচ্যৰ দেশবোৰে স্বাধীনতা ঘোষণা কৰে। *_খলিফা পদচ্যুত হয় আৰু কামাল পাচা ( আটাতুৰ্ক) এজন ধৰ্ম্মনিৰপেক্ষ নতুন নেতা হিচাপে তুৰস্কৰ শাসনলৈ আহে । এই ঘটনাটোৱে ভাৰতৰ মুচলমান সকলৰ বুকুত এপাত বিষাক্ত শেলৰ দৰে বিন্ধিছিল আৰু তেওঁলোকে ভাৰতত চৰম সহিংস আৰু সাম্প্ৰদায়িক খিলাফট আন্দোলন' আৰম্ভ কৰে ।_* আমাৰ স্কুলীয়া পাঠ্যপুথিত এই খিলাফট আন্দোলনৰ কেৱল নামটোহে উল্লেখ আছে । ইয়াৰ কাৰণ আৰু গতি প্ৰকৃতি সম্পৰ্কে একোকে জনোৱা হোৱা নাছিল ।
তুৰস্কৰ খলিফা পদচ্যুত হৈছে, ভাঙি গৈছে তেওঁৰ সাম্ৰাজ্য। *_সেই দু:খ আৰু ক্ষোভত ভাৰতৰ ক্ৰুব্ধ ধৰ্ম্মান্ধ মুচলমান সকলে হিংসা আৰু নাশকতাত লিপ্ত হৈ ভাৰতৰ হিন্দু সকলক লক্ষ্য কৰি লৈছিল ।_* ইয়াতকৈও হতবাক কৰিবলগীয়া আচৰণ কৰিলে মো: ক: গান্ধীয়ে । *_তেওঁ খিলাফট আন্দোলনক সমৰ্থন কৰিলে আৰু কংগ্ৰেছক কাণত ধৰাই বাধ্য কৰালে খিলাফটি সকলক সহায় কৰিবলৈ ।_* তেওঁৰ যুক্তি আছিল, মুচলমানৰ এই দুঃসময়ত তেওঁলোকৰ কাষত থকা দৰকাৰ । এনে কৰিলে হিন্দু-মুচলমানৰ মাজত ঐক্যসাধন হ'ব আৰু তাৰ দ্বাৰা ছয় মাহৰ ভিতৰতে স্বৰাজ অনাটো সম্ভৱ হৈ উঠিব। নিৰন্তৰ *_ব্যৰ্থ বুলি প্ৰমাণিত হোৱা স্বত্বেও গান্ধীজীৰ প্ৰযুক্ত এই ভ্ৰান্ত নীতিৰেই আজিও ভাৰতৰ ৰাজনীতি আৱৰ্তিত হৈ আহিছে ।_*
খিলাফটি সকলে মালাবাৰ(এতিয়াৰ কেৰেলা )ত চৰম বিভীষিকা আৰু নৈৰাজ্য সৃষ্টি কৰিছিল। তাত *_আলি মুদালিয়াৰ নামৰ এজন ধৰ্ম্মান্ধৰ নেতৃত্বত_* খিলাফটি ৰাজ প্ৰতিষ্ঠিত হৈছিল। "মোপলা বিদ্ৰোহ" নাম দি ইতিহাসৰ এই নৃশংস হত্যা হিংসাৰ অধ্যায়টোক আঁৰাল কৰা হৈছিল। আৰু *_এই আঁৰাল কৰা কামটো কৰিছে আমাৰ ভাৰতৰ কমিউনিষ্ট সকলে।_* এই প্ৰসংগত বাবা চাহেব আম্বেদকাৰে কৈছিল, "জীৱন আৰু সম্পত্তিৰ যি ক্ষতি হৈছিল তাৰ হিচাব কোনো দিনে পোৱা নাযাব কিন্তু সেয়া আছিল নিঃসন্দেহে অতি বিশাল ক্ষতি ।"
পুলকিত বাপুজীয়ে মোপলা সকলক প্ৰশংসাৰে ওপোচাই পেলালে-- "মোপলা সকল সাহসী, মোপলা সকল ধৰ্ম্মভীৰু, যি কৰিছে তেওঁলোকৰ ধৰ্ম্ম বিশ্বাস অনুসৰিয়েই কৰিছে।" শেষত যেনিবা বৃটিছ চৰকাৰে সামৰিক অভিযানেৰে সেই অমানৱীয় খিলাফট ৰাজত্বৰ অৱসান ঘটায়। *_খিলাফটি সকলে সেই সময়ত ঘোষণা কৰিছিল, হিন্দুস্তান এতিয়া দাৰ-উল-হাৰ্ব হৈ পৰিছে । ইয়াক পুনৰ দাব-উল-ইচলামত পৰিণত কৰাৰ সংকল্প লৈ প্ৰায় দহ হাজাৰ খিলাফটি হিজৰত( জিহাদৰ উদ্দেশ্যে দেশত্যাগ) কৰে।_* প্ৰথমে তেওঁলোক গৈছিল আফগানিস্তানলৈ, আফগান সামৰিক শক্তিৰ সহায়ত ভাৰত আক্ৰমণ কৰি ইচলামি শাসন পুনৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যত। কিন্তু আফগান শাসক আমানুল্লাৰ পৰা কোনোধৰণৰ সহায় সহযোগিতা নোপোৱাত বৃহত্তৰ ইচলামি ফেডাৰেচন গঢ়াৰ লক্ষ্যত এই জিহাদী সকলৰ এটা প্ৰতিনিধি দল এটা তুৰস্ক গৈ পায়। কিন্তু তুৰস্কৰ নতুন নেতা কামাল পাচাই তেওঁলোকক বিমুখ কৰি কয় যে, হিন্দুস্তান বা খিলাফটক লৈ তেওঁৰ কোনো মূৰ কামোৰণি নাই আৰু তুৰস্কৰ সমস্যা তুৰ্কী সকলে নিজেই ঠিক কৰি ল'ব।
ব্যৰ্থ হলেও খিলাফটি সকল হতাশ নহ'ল। কিছুদিন পূৰ্ব্বে হৈ যোৱা ৰুচ বিপ্লৱৰ সাফল্যৰ কথা ভাবি তুৰস্কৰ পৰা জিহাদী দলটো এইবাৰ ৰুচিয়ালৈ গুচি যায় । উদ্দেশ্য জিহাদৰ বাবে গেৰিলা যুদ্ধৰ কিছু কৌশল শিকি তাক ভাৰতৰ মাটিত প্ৰয়োগ কৰা। ৰুচ সকলেও হত্যা হিংসাৰ আদৰ্শত একান্ত বিশ্বাসী এইচাম উপযুক্ত ছাত্ৰ হাততে পাই তেওঁলোকক মাৰ্ক্সবাদৰ পাঠ পঢ়ুৱালে। *_এনেকৈয়ে খিলাফট আন্দোলনৰ ঔৰসত , ৰুচ বিপ্লৱৰ গৰ্ভত তাচখন্ডত জন্ম হৈছিল, ভাৰতৰ কমিউনিষ্ট পাৰ্টি।_* মহম্মদ আলী, মহম্মদ চফিকি চিদ্দিকি, খুচী মহম্মদ, চৌকত ওচমানি সকলেই আছিল ৰাচিয়াৰ নিৰ্দেশত কমিউনিষ্ট পাৰ্টি কৰা হিজৰতকাৰী খিলাফটি। কৌশলগত কাৰণত মানবেন্দ্ৰ ৰায়ক সন্ম্মুখত ৰখা হৈছিল, তেৱোঁ আছিল প্ৰচন্ডভাবে ইচলাম ভক্ত । তেওঁৰেই লেখা "বিশ্ব সভ্যতাত ইচলামৰ অৱদান" নামৰ কিতাপখন পঢ়িলে সেয়া স্পষ্ট হৈ যাব। অৱশ্যে কমিউনিষ্ট ইন্দ্ৰজিৎ গুপ্ত বা কবীৰ সুমনৰ দৰে তেওঁ কলিমা পঢ়ি মুচলমান হৈছিল নে নাই সেয়া জনা নাযায়।
*_বন্ধুসকল , নিৰন্তৰ ভাৰতীয় সংস্কৃতিক আক্ৰমণ, খোলাখুলিকৈ গোমাংস ভক্ষণ, ভাৰতক টুকুৰা টুকুৰ কৰাৰ শপত লোৱা, হিন্দু সকলক হিংসুক বুলি কোৱা বাম কাৰনামাৰ ৰসায়ন আশা কৰোঁ ইতিমধ্যে উপলব্ধি কৰিব পাৰিছে ।_* ধৰ্ম্মক আফিং বুলি ক'লেও ভাৰতৰ কমিউনিষ্ট সকলে ইচলামৰ মাজত *_অমৃত আস্বাদন_* কৰিছে আৰু প্ৰৱল ঘৃণা বিদ্বেষ বিয়পাইছে কেৱল হিন্দু সকলৰ প্ৰতি। আজিও মাওবাদী, নক্সালবাদীসহ ভাৰতৰ সকলো বামপন্থী দলেই আচলতে ছদ্মবেশী জিহাদী। *_প্যান ইচলামৰ নিয়ন্ত্ৰণ আৰু সাহায্যপুষ্ট এই কমিউনিষ্ট নামধাৰী জিহাদীবোৰে ভাৰতত ইচলামি শাসন পুনঃ প্ৰতিষ্ঠাৰ লক্ষ্যত কাম কৰি আহিছে ।_*

_( কৃতজ্ঞতা স্বীকাৰ - আক্কেল আলি। এখেতক ১৯৭৫ চনত কমিউনিস্ট পাৰ্টিৰ পৰা বহিষ্কাৰ কৰা হৈছিল )_

*ডা৹ ক্ষিতীশচন্দ্ৰ মিশ্ৰৰ ফেচবুকৰ পৰা*

"নামঘৰ থাকোঁতে মছজিদলৈ যোৱাৰ প্ৰয়োজন কিয়"- বুলি প্ৰশ্ন কৰিবলৈ সাহস হ'বনে ?
18/04/2024

"নামঘৰ থাকোঁতে মছজিদলৈ যোৱাৰ প্ৰয়োজন কিয়"- বুলি প্ৰশ্ন কৰিবলৈ সাহস হ'বনে ?

14/04/2024

শক্তিশালী, সমৃদ্ধিশালী, আত্মনিৰ্ভৰশীল, বিশ্বগুৰু ভাৰতবৰ্ষ আৰু সুৰক্ষিত অসমৰ বাবে ১০০% ভোটদান কৰক।


13/04/2024

শক্তিশালী, সমৃদ্ধিশালী, আত্মনিৰ্ভৰশীল, বিশ্বগুৰু ভাৰতবৰ্ষ আৰু সুৰক্ষিত অসমৰ বাবে ১০০% ভোটদান কৰক।

23/03/2024

২ শতাংশক খালিস্তান লাগে, ১৪ শতাংশক গজৱা-এ-হিন্দ লাগে, আৰু ৮০ শতাংশক সস্তাত দালি চেনী গেছ পেট্ৰল লাগে

CAA বিৰোধী আন্দোলনত কোন কোন জড়িত আছিল মনত আছেনে ? এই আন্দোলনত এওঁলোকৰ সক্ৰিয়তাৰ কাৰণ ফঁহিয়াই চাইছেনে ??
11/03/2024

CAA বিৰোধী আন্দোলনত কোন কোন জড়িত আছিল মনত আছেনে ?
এই আন্দোলনত এওঁলোকৰ সক্ৰিয়তাৰ কাৰণ ফঁহিয়াই চাইছেনে ??

08/03/2024

অসমৰ অস্তিত্বৰ প্ৰতি প্ৰকৃত ভাবুকি কাৰ পৰা ??

বর্তমান অসমত মুছলমানৰ সংখ্যা ৩৪ শতাংশ আৰু অহা লোকগণনাত ৪০ শতাংশৰ ওপৰলৈ যোৱাটো এক প্ৰকাৰ নিশ্চিত। যিসময়ত পূর্ববংগীয়মূলৰ অধিবাসী মুছলমানে ইখনৰ পিছত সিখনকৈ অসমৰ ৯ খন জিলা সংখ্যা গৰিষ্ঠতাৰে ৰাজ্যখনত ধর্মীয় আৰু সংস্কৃতিৰ আগ্রাসন অব্যাহত ৰাখিছে, এই জলন্ত সমস্যাটোৰ প্ৰতি সমূলি পিঠি দি অসমীয়া সমাজ জীবনত একাকাৰ হৈ পৰা মাত্ৰ কিছুসংখ্যকলোকৰ বাবে তাল-ফাল লগোৱা কথাই গভীৰ ষড়যন্ত্ৰৰ দিশ উদঙাই দিছে। স্বার্থজড়িত মহলে নাগৰিকত্ব (সংশোধনী) বিধেয়ক ১৬ সন্দর্ভত অযথা উত্তেজনাৰ সৃষ্টি কৰিবলৈ যত্ন কৰি আছে । যি সমস্যাৰ সৃষ্টি হৈ অসমখন ভয়াৱহ দিশে ধাৱমান হৈছে তাৰ প্ৰকৃত ছবিখন কৌশলৰে ঢাকি ৰাখি ৰাইজৰ মনোযোগ অন্য দিশে নিৱলৈ পাকিস্তান প্ৰেমী এচাম দালালে চেষ্টা অব্যাহত ৰাখিছে ৷ অসমৰ জাতীয় জীৱনৰ এই সন্ধিক্ষণত সামাজিক বিভাজন আৰু ভাষিক সংঘাট সৃষ্টিৰ সুযোগৰ অপেক্ষাত থকা দুষ্ট চক্ৰটোৰ প্ৰৰোচনাত ভোল নাযাবলৈ আমি অসমবাসী ৰাইজক আহ্বান জনালো। অন্যথা ১৯৯০ চনত কাশ্মীৰত সংঘটিত ভয়াৱহ ঘটনা অসমতো ঘটিবলৈ কিমান পৰ লাগিব !!

08/03/2024

অসম আৰু অসমীয়াৰ অস্তিত্বৰ ভাবুকি কাৰ পৰা ??

সাম্প্ৰতিক সময়ত অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি অহা বুলি আবেগৰ ঢৌ সৃষ্টিৰে ৰাজনৈতিকভাবে অসমখনক অস্থিৰ কৰি ৰখাৰ এক গভীৰ ষড়যন্ত্ৰ পৰিকল্পিতভাবে ৰূপায়ণ কৰাৰ চেষ্টা চলিছে। এতিয়া প্রশ্ন হয়- অসম আৰু অসমীয়া প্ৰকৃততে কাৰ পৰা অস্তিত্বৰ সংকটত পৰিছে? খিলঞ্জীয়াৰ ভাষা- সংস্কৃতি, ধর্ম, খ্যাদ্যাভ্যাস, সাজ-পোছাক, জীৱন আৰু সম্পত্তিৰ প্ৰতি প্ৰকৃততে কোনে ভাবুকি নমাই আনিছে? নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ৰ বিৰোধ কৰা সকলে অসমীয়াৰ প্ৰতি প্ৰকৃত ভাবুকি অনাসকলৰ বিৰুদ্ধে মাত মাতিবলৈ কিয় সাহস গোটাব পৰা নাই, সেয়া ৰহস্যজনক ৷ অসমৰ ১১খন জিলাত আজি খিলঞ্জীয়া সংখ্যালঘু। কাৰ বাবে নিজৰ ভূমিতেই অসমীয়া সংখ্যালঘু হৈছে -এই প্ৰশ্নৰ উত্তৰ নাগৰিকত্ব আইনৰ বিৰোধ কৰা সকলে আজিলৈ ৰাইজক ক'বলৈ সাহস কৰা নাই। অসমৰ বৰ্তমানৰ জনগাঁথনিগত প্রকৃত পৰিস্থিতিৰ বিষয়ে নজনাকৈ বা আওকাণ কৰি নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ৰ বিষয়ে আলোচনা কৰাটো এক যুক্তিহীন কথা। সেয়ে ৰাজ্যৰ বৰ্তমান জনগাঁথনি আৰু অনাগত সময়ত হ'ব পৰা সম্ভাব্য বিপদৰ বিষয়ে বিশদ আৰু বৈজ্ঞানিক পর্যালোচনাৰ প্ৰয়োজন আছে। বিৰোধ কৰা সকলে প্রকৃত সত্যক আওকাণ কৰি ৰাজ্যবাসীক বিপথে পৰিচালিত কৰাৰ লগতে সমাজ জীৱনৰ বিভিন্ন দিশত সুনাম থকা লোকসকলক সন্মুখলৈ আনি তেওঁলোকে কৰি থকা বিৰোধটোক অতি পৰিকল্পিতভাবে সর্বাংগীণ ৰূপ দিবলৈ চেষ্টা কৰিছে। কিন্তু এয়া প্রকৃত সত্য নহয়। ৰাজ্যবাসীয়ে অসমৰ বৰ্তমান জনগাঁথনিৰ ওপৰত ভিত্তি কৰি সম্পূর্ণ বিষয়টোৰ নির্মোহ বিশ্লেষণ কৰাটো জৰুৰী হৈ পৰিছে ৷

অসমীয়া জাতিৰ ভৱিষ্যতলৈ কোনে সংকট কঢ়িয়াই আনিছে? অসমতে অসমীয়া ভাষা গভীৰ সংকটত পৰাৰ আৰৰ ৰহস্য কি ? লোকপিয়লৰ তথ্যই কি প্ৰতিপন্ন কৰে?

অহা ২৪ আৰু ২৫ ফেব্রুৱাৰী তাৰিখে ফাঁচী বজাৰ লাচিত ঘাটত সন্ধ্যা ৬ বজাৰ পৰা বীৰ চিলাৰায় দিৱস উপলক্ষে পূৰ্ণিমা পাঠক শইকীয়া...
21/02/2024

অহা ২৪ আৰু ২৫ ফেব্রুৱাৰী তাৰিখে ফাঁচী বজাৰ লাচিত ঘাটত সন্ধ্যা ৬ বজাৰ পৰা বীৰ চিলাৰায় দিৱস উপলক্ষে পূৰ্ণিমা পাঠক শইকীয়াৰ নাট্যৰূপ আৰু পৰিচালনাৰে প্ৰজ্ঞাৰ উদ্যোগত নিবেদিত নাট বীৰ চিলাৰায় মঞ্চস্থ কৰা হ'ব ।
আহক আমি সকলোৱে একেলগে এই নাট উপভোগ কৰোঁ।


Jai Shri Ram
25/01/2024

Jai Shri Ram

नाम :- चांद मियां उर्फ़ सांई बाबा,जन्म :-1833वल्द :- बहरूद्दीन,पेशा :- अफगानी पिण्डारी( लुटेरा)।विशेष तथ्य :- बहरूद्दीन ...
03/01/2024

नाम :- चांद मियां उर्फ़ सांई बाबा,
जन्म :-1833
वल्द :- बहरूद्दीन,
पेशा :- अफगानी पिण्डारी( लुटेरा)।

विशेष तथ्य :- बहरूद्दीन ने‌ अंग्रेजों से मुखबिरी करके रानी लक्ष्मीबाई को मरवाया, रानी लक्ष्मीबाई की हत्या 5 पिंडारियों ने की थी, जिसमें चांद मियां का बाप बहरूद्दीन भी शामिल था।

एक भी मुसलमान सांई का भक्त नहीं है, राम से कोई सरोकार नहीं चांद मियां का, फिर सांई राम का अभिवादन क्यों...?

जागो हिन्दुओं भाईयो जागो ।

सन् 1977 में आई फिल्म 'अमर अकबर एंथनी' से इसकी मार्केटिंग की गई थी, उससे पहले इसे कोई नहीं जानता था।

साइन बाबा की कुंडली, चांद मियां बने सनातनी कहां भाग रहे हैं।
27/12/2023

साइन बाबा की कुंडली, चांद मियां बने सनातनी कहां भाग रहे हैं।

Address


Website

Alerts

Be the first to know and let us send you an email when আলোক posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share