FB LIVE YouTube Channel

  • Home
  • FB LIVE YouTube Channel

FB LIVE YouTube Channel what's app - 7575985008
phone. 6000566739
Email. [email protected]

26/09/2023

যাদু ৰাইড প্ৰতিষ্ঠানৰ শাৰদীয় দূৰ্গা পূজাৰ বিশেষ আকৰ্ষণীয় পুৰস্কাৰ

যাদু ৰাইড কেব প‌্ৰতিষ্ঠানৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান

যাদু ৰাইডৰ চেক বিতৰণ আৰু সম্বৰ্ধনা অনুষ্ঠান

ডেৰ মাহত চালকৰ উপাৰ্জন প্ৰায় লাখৰ ঘৰত

গুৱাহাটী ২৬ ইং তাৰিখ মঙ্গলবাৰ: "দা অসম গ্ৰুপ অৱ কোম্পানীৰ" তত্বাৱধানত যাদু ৰাইড নামৰ থলুৱা কেৱ প্ৰতিষ্ঠানটোৱে আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ দ্বাৰা পৰিবহন ব্যৱস্থাত পৰিবৰ্তন আনিব গৈ আছে। গুৱাহাটী প্ৰেছ ক্লাবত হোৱা এক অনুষ্ঠান যাদু ৰাইড চেক বিতৰণ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত যাদু ৰাইড প্ৰতিষ্ঠানৰ লগত জড়িত হৈ বিগত ডেৰ মাহত সৰ্বোচ্চ ভাড়া (ৰাইড) মৰা চালক দিপু শইকীয়াক ২৫,০০০ টকাৰ চেক প্ৰদান কৰে। বিগত ডেৰ মাহত ০% কমিচট ব্যবস্থাত দিপু শইকীয়া নামৰ চালকজনে প্ৰায় ১ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও যাদু ৰাইড প্ৰতিষ্ঠানৰ সৈতে জড়িত ২য় আৰু ৩য় সৰ্বোচ্চ চালক ক্ৰমে জয়ন্ত দাস আৰু ভৱেশ দাসক বিশেষ সম্বৰ্ধনা প্ৰদান কৰে । লগতে যাদু ৰাইড প্ৰতিষ্ঠানৰ সাথী অঞ্জন কলিতা, অৰূপ কাকতি, মুন আহমেদক চেক প্ৰদান কৰা লগতে সম্বৰ্ধনা জনোৱা হয়। মহিলা সাথী দুলুমনি কলিতাকো সম্বৰ্ধনা জনোৱা হয়। যাদু ৰাইড প্ৰতিষ্ঠানটোৱে যথেষ্ট কম সময়ত যাত্ৰী আৰু চালকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। আগন্তুক শাৰদীয় দূৰ্গা পূজাক লৈ চালক সমাজৰ বাবে যথেষ্ট আকৰ্ষণীয় পুৰস্কাৰ লৈ আহিছে যাদু ৰাইডে । চাৰিচকীয়া বাহনে ৪৫০ টা ৰাইড সম্পূৰ্ণ কৰক, দুচকীয়া বাহনে ৫০০ টা ৰাইড সম্পূৰ্ণ কৰক। বিলাসী বাহনত আউট ষ্টেচনৰ ৰাইড ১০,০০০ কিলোমিটাৰ ৰাইড সম্পূৰ্ণ কৰক। উক্ত চৰ্তসমূহ সম্পূৰ্ণ কৰা শীৰ্ষক ১০ গৰাকী চালকে লাভ কৰিব বিশেষ আকৰ্ষণীয় উপহাৰ। ৰেফ্ৰিজাৰেটৰ, ৱাশ্বিং মেচিন, এল ই ডি টিভি, ইনভাৰ্টাৰ , ডিনাৰ ছেট, ইনডাকশ্যন, ৰাইছ কুকাৰ ইত্যাদি ভিন্ন ধৰণৰ হ'ব। ইয়াৰ উপৰিও ২০২৪ চনৰ ৩০ এপ্ৰিলৰ ভিতৰত ২৫০০ ৰাইড সম্পূৰ্ণ কৰা আৰু ৪ টা ষ্টাৰ ৰেটিং ধৰি ৰাখিবলৈ সক্ষম হোৱা চলক জনে চৰ্ত অনুসৰি এখন হোণ্ডা এক্টভা নতুনবা ১লাখ টকা পুৰস্কাৰ পাব ।এই সংবাদমেলত খন আত ধৰে যাদু ৰাইডৰ জনসম্পক্ষী বিষয়া নবজ্যোতি কলিতাই । লগত উপস্থিত থাকে যাদু ৰাইডৰ মুখ্য সঞ্চালক তপন জ্যোতি ভূঞা, সঞ্চালিকা অপৰাজিতা দত্ত ভূঞা আৰু সঞ্চালক মানব জ্যোতি দাস ।

*আন্তঃৰাষ্ট্ৰীয় চুইচ মাচাজ চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰিব প্ৰথম অসমীয়া এমটিভি ৰ'ডি অনামিকা বৰ্মন দাসে*  _লাভলীন...
08/04/2023

*আন্তঃৰাষ্ট্ৰীয় চুইচ মাচাজ চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰিব প্ৰথম অসমীয়া এমটিভি ৰ'ডি অনামিকা বৰ্মন দাসে*
_লাভলীনা, হিমা দাস, অংকুশিতা, যমুনা বড়োৰো প্ৰশিক্ষক আছিল অনামিকা_
*গুৱাহাটী, ৮ এপ্ৰিলঃ* প্ৰথম অসমীয়া এমটিভি ৰ'ডি অনামিকা বৰ্মন দাসে অহা ২৯ আৰু ৩০ এপ্ৰিলত চুইজাৰলেণ্ডত অনুষ্ঠিতব্য আন্তঃৰাষ্ট্ৰীয় চুইছ মাচাজ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে। উক্ত গ্ৰেণ্ড ইভেণ্টত অসম, উত্তৰ-পূৱৰ লগতে দেশক প্ৰতিনিধিত্ব কৰিব। শনিবাৰে দিশপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বােধন কৰি এই কথা ব্যক্ত কৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ওলোৱা প্ৰথমগৰাকী ভাৰতীয় প্ৰতিযোগী অনামিকাই। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় চুইছ মাচাজ চেম্পিয়নশ্বিপ সম্পৰ্কে দেশত এতিয়াও বহু লোক জ্ঞাত নহয়। কিন্তু বাহিৰৰ দেশত এই প্ৰতিযোগিতা অতি বৰ্ণাঢ্যভাৱে অনুষ্ঠিত কৰা হয়। ইপিনে, নিজৰ গাঁঠিৰ ধন ভাঙি এক ব্যয়বহুল আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ ল'বলৈ আগবঢ়া অনামিকাই বিচাৰিছে চৰকাৰ আৰ্থিক সাহাৰ্য্য। উল্লেখ্য যে বৰ্তমান গুৱাহাটীৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (Sports Authority of India) NCOE (National Centre of Excellence) স্পৰ্টছ মাচাজ থেৰাপিষ্ট হিচাপে কৰ্মৰত অনামিকাৰ তত্বাৱধানত আছিল তাৰকা খেলুৱৈ লাভলীনা বৰগোঁহাই, হিমা দাস, অংকুশিতা বড়ো, যমুনা বড়ো আদি।

08/04/2023

গুৱাহাটী প্ৰেছ ক্লাবত সমবেত সংগীতৰ দৃশ্য-শ্ৰৱ্য এলবাম মুকলি
'ঝন্ ঝন্ ঝন্ 'ৰ শুভমুক্তিৰে নজিৰবিহীন দৃষ্টান্ত লক্ষ্মীনাথ বেজবৰুৱা ছাত্ৰাবাসৰ

গুৱাহাটী, ৮ এপ্ৰিল : যোৱা কেইটামান দিনত বিভিন্ন সামাজিক মাধ্যমকে ধৰি জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ আকাশ-বতাহ উত্তাল কৰি ৰখা 'ঝন্ ঝন্ ঝন্ ' এই শব্দ সমষ্টি আজি আনুষ্ঠানিকভাৱে এটা এলবামত পৰিণত হ'ল গুৱাহাটী প্ৰেছ ক্লাবত । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসম আৰ্হি ৪ নং ছাত্ৰাবাস (লক্ষ্মীনাথ বেজবৰুৱা ছাত্ৰাবাস)ৰ ন-পুৰণি আবাসীসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাত এলবামৰ ৰূপ পোৱা 'ঝন্ ঝন্ ঝন্' আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট কণ্ঠশিল্পী তথা সংগীতকাৰ জে পি দাস আৰু জনপ্ৰিয় অভিনেতা যতীন বৰাই । ডঃ নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত চাৰিটাকৈ সমবেত সংগীতক নতুন মাত্ৰা দানেৰে প্ৰস্তুত কৰা এই দৃশ্য-শ্ৰৱ্য এলবাম মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে ফৰেণচিক গবেষণাগাৰ বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বিশ্ববিদ্যালয়ৰ উক্ত আবাসৰে প্ৰাক্তন আবাসী ডঃ পদ্মপাণি মহন্তই ।
উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক গৌৰৱময় অতীত সমৃদ্ধ আবাস হিচাপে পৰিচিত হৈ আহিছে লক্ষ্মীনাথ বেজবৰুৱা ছাত্ৰাবাস । একেৰাহে ২৮ বছৰ শ্ৰেষ্ঠ আবাসৰ খিতাপ অক্ষুন্ন ৰাখিবলৈ সক্ষম হোৱা এই আবাসটোৱে পৰিৱেশ্য কলাক আগবঢ়াই নিয়াত এই পৰ্যন্ত অনবদ্য ভূমিকা গ্ৰহণ কৰি আহিছে । বিশ্ববিদ্যালয় সপ্তাহ আৰু আন্ত: বিশ্ববিদ্যালয় যুৱ-মহোৎসৱ আদিৰ বিভিন্ন প্ৰতিযোগিতাত শ্ৰেষ্ঠতাৰ মুকুট পিন্ধাৰ ধাৰাবাহিকতা অটুট ৰাখিবলৈ সক্ষম হৈ অহা এই আবাসৰ ন-পুৰণি আবাসীসকলৰ প্ৰচেষ্টাত জীৱন্ত ৰূপ পালে 'ঝন্ ঝন্ ঝন্' শীৰ্ষক এলবামটোৱে । এলবামটোৰ সংগীত পৰিচালনা কৰিছে এই আবাসৰে প্ৰাক্তন আবাসী তথা কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক অৰূপজ্যোতি পাটগিৰি ওৰফে বাপীয়ে । এলবামটোৰ ভিডিঅ'গ্ৰাফীৰ সম্পাদনা আবাসটোৰে প্ৰাক্তন আবাসী তথা বিশিষ্ট অভিনেতা-পৰিচালক পবিত্র ৰাভাৰ । দৃশ্যগ্ৰহণকে ধৰি এলবামটোৰ প্ৰস্তুতি সম্পন্ন কৰা হৈছে ষ্টুডিঅ' অৰেঞ্জত ।
প্ৰণিধানযোগ্য যে এখন বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ এটা আবাসৰ আবাসীসকলৰ একক প্ৰচেষ্টাত এনেদৰে দৃশ্য-শ্ৰৱ্য এলবামৰ শুভমুক্তি দিয়াৰ দৃষ্টান্ত পোৱা নাযায় । আজিৰ অনুষ্ঠানত জে পি দাস, যতীন বৰা আৰু পদ্মপাণি মহন্তৰ উপৰি এই ছাত্ৰাবাসৰ ভালেসংখ্যক প্ৰাক্তন আবাসীয়ে অংশগ্ৰহণ কৰে । আবাসীসকলৰ উপস্থিতিৰে জীপাল হৈ পৰে গুৱাহাটী প্ৰেছ ক্লাব চৌহদ । পুৱা ১১ বজাৰ পৰা প্ৰেছ ক্লাব চৌহদৰ পৰিবেশে যেন কৈ গ'ল - 'এটি-৪ এটি শেষ নোহোৱা গান', এটি-৪ এখন শেষ নোহোৱা উপন্যাস' , ' এটি-৪ এখন যৱনিকাহীন নাটক' ... ।

31/01/2023
T.J. SAREES Women Handloom Pure Cotton Fish Motif Jamdani Saree With Blouse Pce (T.J. SAREES_TJAMZFK170039_Orange And Bl...
30/01/2023

T.J. SAREES Women Handloom Pure Cotton Fish Motif Jamdani Saree With Blouse Pce (T.J. SAREES_TJAMZFK170039_Orange And Black)

Size:
5.5 meters

Color : Black

Fabric : Cotton

Type : Sarees

Within 6-8 business days However, to find out an actual date of delivery, please enter your pin code.

• Luxurious and authentic handloom saree that does not give that coarse yarn feel, The material is soft, lightweight and made from pure cotton which gives it a rich matte finish.
• The saree colour is whitish with multi colors which will make you look like an absolute diva. Length of 6.3 meters with Cotton border and matching blouse included.
• It is a perfect handloom cotton saree for party wear that will compliment any attire. For the bride to be it is an essential part of her wedding day look.
• The blouse is full-sleeved and can be stitched up to two inches from the pleats, Wear this saree with a well-fitted blouse, jhumkas, and bangles for a traditional look.
This traditional handloom cotton saree is one of a kind and has been designed with the finest materials. Unique design makes this saree perfect for any occasion, from a party to a wedding. You can always feel the softness of the fabric on your body. Length of Saree: 6.3 meters with blouse piece, suitable for any occasions. Made with authentic handloom sarees as it is a rare and valuable textile delicacy. Wear this saree with a well-fitted blouse, jhumkas, and bangles for a traditional look. Soft and light weight cotton material that is easy to drape.

30/01/2022

মে ডাম মে ফী শুভেচ্ছা জনালোঁ সমূহ অসম বাসীলৈ

17/01/2022

টাই ভাষা জানো আহক

22/11/2021

মোৰ জীৱনৰ আটাইতকৈ দীঘলীয়া প্ৰথম সাক্ষাৎকাৰ

Harhi College Dhakuakhana
09/11/2021

Harhi College Dhakuakhana

21/10/2021

ঢকুৱাখনাৰ নিবাসী প্ৰফুল্ল দাসৰ ব্যতিক্ৰমী সৃষ্টি

16/10/2021

ঢকুৱাখনাৰ প্ৰফুল্ল দাসৰ এক অভিনৱ সৃষ্টি

13/08/2021

3 Contestants from Assam were nominated by Star Event to SUPER MODEL OF RAJASTHAN.

And all 3 of them got victory.

They were taken to Jaipur under the leadership of Star Event Director Mr. Sarukh Ali Khan accompanied by Puja Malakar and Manash Jyoti Gogoi.

Miss Winner: Jeshika Deka from Assam.
Miss Print Winner: Jahnabi Saikia from Assam
Miss 1st Runner Up: Urvashi Saikia from Assam

Managing Director & Program Head of ROD & Star Event Production, Mr. Dhrubajyoti Sarma congratulates them on their success and announces to give them more platforms and benefits in Assam and India.

They represented Assam in the National Platform and made everyone proud.

09/08/2021

ঢকুৱাখনা চাৰিকড়ীয়া নৈ

07/08/2021

FB LIVE YouTube Channel

07/06/2021

ঢকুৱাখনাৰ গৌৰৱ মূগা সূতা কি পদ্ধতিৰে ওলিয়াই চাওঁ আহক

27/09/2020

সু-প্ৰভাত
----------------------------------------
আজি দিনটো সকলোৱে শুভ হওঁক।

25/09/2020

Good Evening

24/09/2020

Manab J Kalita Model Photography
Photoshoot Time
Fashion Designer: Bobby Patgiri

23/09/2020

বিহু

Send 2copies of photos with details in our official mail..mysticaura.fashion@gmail.com.while sending mail please write t...
20/09/2020

Send 2copies of photos with details in our official mail..
[email protected].
while sending mail please write the SUB..calendar shoot,
such that its easier for us to check and if selected our team members will inform the selected models n give more details about the Shoot.
Last date ..28th sept.

Regards
Gitali(Editor-in-chief)
Mystic Aura.

Model:  Rimon borah BhuyanLike, Comments, Subscribe কৰিবলৈ নাপাহৰিব 🙏ভিডিঅ চাবলৈ তলত দিয়া লিংকটো ক্লিক কৰকhttps://youtu...
18/09/2020

Model: Rimon borah Bhuyan

Like, Comments, Subscribe কৰিবলৈ নাপাহৰিব 🙏
ভিডিঅ চাবলৈ তলত দিয়া লিংকটো ক্লিক কৰক
https://youtu.be/QFOclhJXQX0

08/06/2020

While existing Police and Administrative machinery is already engaged in responding to the evolving COVID-19 situation, it is important to mobilise members from within community and engage them as force multipliers. In order to address concerns of quarantinees with a humane touch, Assam Police has engaged with an NGO called ‘Pratishruti Cancer & Palliative Trust’, under a project named as ‘ Covid Sentinel Home Quarantine Monitoring Project’.
The project has a two pronged strategy of Active and Passive monitoring:
- Active monitoring is done remotely by more than 225 trained volunteers spread across the state from within the community. Each volunteer is given a list of 10 quarantinees along with their names and phone numbers. The trained volunteers call their respective quarantines through video/ audio calls daily and ensure compliance of quarantine rules, imparting awareness on sanitation, psychological counseling etc. The information is collated daily by our IT team and shared in real time with the Guwahati Police who are the incident commanders.
- Passive monitoring is done remotely by a Geo-fencing android app developed by a private Indian company as of now.There is a provision for automatic alerts and daily report generation of the compliance by the quarantinees.

As of now it is operational in Guwahati Metro and 4415 persons are already monitored so far. Till now, 36 webinar training sessions of the volunteers have taken place. In each session, one guest speaker is invited from Police side to interact with the volunteers and motivate them. I had an opportunity to interact with more than 100 volunteers and some officers of Guwahati City police on 7th June,2020 wherein I took stock of the challenges faced by the volunteers and motivated them to continue working with the motto of Assam’s Strategy of ‘Ruthless Quarantine with a Humane Heart”.

08/06/2020

Here’s how our superwoman

decided to take an initiative for the upliftment of women in her native place Rajasthan through her Project Pragati! If you wish to make virtuous changes in the society like

then click on the link in the bio and register!

08/06/2020

बिहार के विकास के लिए मोदी जी ने 2015 में 1.25 लाख करोड़ रुपये का पैकेज दिया था।

उसे वास्तविकता में बदलने का काम भी हमने किया है: श्री

#बिहार_जनसंवाद

07/06/2020

Arvind Kejriwal
·
6h
Delhi’s health infrastructure is needed to tackle Corona crisis at the moment

06/06/2020

'Do you dare' by Sandra Hearth • A beautiful poem for Earth globe europe-africa

06/06/2020

Jacqueline Fernandez

·
14h
Do that Shaadi Wala Dance! Because that's the theme for Week 4 of . To send in your entries, log on to https://bit.ly/3cJE06J

06/06/2020

Guwahati Kahilipara
OYO Town'House Lanceing

আজি যি COVID-19 ৰ মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰায় দুমাহযোৰা লকডাউনে আমাৰ জীৱনত যি প্ৰভাৱ পেলাইছে, সমাজত হয়তো এনে কিছুমান ব্...
15/05/2020

আজি যি COVID-19 ৰ মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰায় দুমাহযোৰা লকডাউনে আমাৰ জীৱনত যি প্ৰভাৱ পেলাইছে, সমাজত হয়তো এনে কিছুমান ব্যক্তি বা পৰিয়াল আছে যাৰ বাবে যেন গোটেই জীৱনটোৱেই দৰিদ্ৰতা অন্ধকাৰৰ লকডাউনৰ মাজত আবদ্ধ । যাক আজিলৈকে সামৰি লোৱা নাই কোনো চৰকাৰী আঁচনিয়ে । এনে লোকৰ প্ৰতি আমি তথা সমাজৰ দায়িত্ব আছেনে ? যি সময়ত প্ৰকৃত হিতাধিকাৰীয়ে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত, তেনে এটা পৰিয়ালৰ বিষয়ে কিছু কথা কবলৈ ওলাইছো ।

কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত সোণাজুৰি পঞ্চায়তৰ নিবাসী দিজুভেলি কলনীৰ বিকুল কলিতা যিজন ব্যক্তি স্নায়ুৰোগত আক্ৰান্ত । প্রায় এমাহমান ধৰি তেওঁৰ শয্যাগত অৱস্থা । তেওঁৰ পৰিয়ালত পত্নীৰ লগতে ৬-৭ বছৰ বয়সৰ লৰা সন্তান আছে । পৰিয়ালৰ একমাত্ৰ জীৱিকাৰ পথ এই ব্যক্তিজনৰ ৰুগীয়া অৱস্থাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ বৰ্তমান দুবেলা দুমুঠিৰ বাবেও হাহাকাৰ কৰিবলগীয়া অৱস্থা। স্বচক্ষুৰে নেদেখিলে হয়তো আপুনিও কল্পনা কৰিব নোৱাৰিব ।

প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত গৃহ নিৰ্মাণৰ আঁচনিৰ পৰাও তেওঁলোক বঞ্চিত । এক জৰাজীৰ্ণ অৱস্থাত তেওঁলোকে বসবাস কৰি আছে । খোৱা পানীৰ ব্যৱস্থাও নাই, ওচৰ চুবুৰীয়া বা নদীৰ পানী ব্যৱহাৰ কৰিছে ।

এনে পৰিয়ালৰ প্ৰতি চৰকাৰ তথা সহৃদয়বান ব্যক্তি, দল-সংগঠনৰ দৃষ্টিগোচৰ আহ্বান কৰিলো লগতে কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা জলসম্পদ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনালো ।

ঠিকনা -
গাঁও- দিজুভেলি কলনী
ডাকঘৰ - লাংখাং
থানা - চামগুৰি
পঞ্চায়ত - সোনাজুৰি

Kaliabor Sub-Division

07/05/2020

কবিতাৰ শিৰোনাম অনুভৱ
কথাঃমুকুল ৰঞ্জন কোচ
আবৃত্তি ঃ বুলিবুলি হাজৰিকা

দিছপুৰ প্ৰেছ ক্লাৱৰ উদ্যোগত বশিষ্ট মন্দিৰৰ পক্ষীকুলৰ মাজত খাদ্য সামগ্রী বিতৰণগুৱাহাটী, ৪ মে' : দিছপুৰ প্ৰেছ ক্লাৱৰ উদ্যো...
04/05/2020

দিছপুৰ প্ৰেছ ক্লাৱৰ উদ্যোগত বশিষ্ট মন্দিৰৰ পক্ষীকুলৰ মাজত খাদ্য সামগ্রী বিতৰণ

গুৱাহাটী, ৪ মে' : দিছপুৰ প্ৰেছ ক্লাৱৰ উদ্যোগত সোমবাৰে বশিষ্টমন্দিৰৰ পক্ষীকুলৰ মাজত খাদ্যসামগ্রী বিতৰণ কৰা হয়। এই কাৰ্যসূচীত দিছপুৰ প্ৰেছ ক্লাৱৰ সম্পাদক কুঞ্জ মোহন ৰায়, জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ শইকীয়া, ধ্ৰুৱজ্যোতি পাঠক, ধ্ৰুৱজ্যোতি দাস , সমাজকৰ্মী সুকমল বসুমতাৰী
সাংবাদিক লীনা গগৈ, হালিমা বেগম, অনুপমা ডেকা, মাইনা গোস্বামী, কৰবী বৰশইকীয়া আদি উপস্থিত থাকে। মন্দিৰ প্ৰাংগণত থকা পক্ষীকুলৰ লগতে ছাগলী, পাৰ চৰাই আৰু তাত উপস্থিত থকা কিছুসংখ্যক দুখীয়া লোকৰ মাজতো বুট, কল,পাউৰুটি আদি বিতৰণ কৰা হয়।

Address

Paltan Bazar

781008

Website

Alerts

Be the first to know and let us send you an email when FB LIVE YouTube Channel posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to FB LIVE YouTube Channel:

Videos

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share