এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত নচলে অলা উবেৰ ৰেপিড।
অলা উবেৰ আৰু ৰেপিড অনিৰ্দিষ্ট কালীন বন্ধ ঘোষণা তিনি সংগঠনৰ।
ৰাইজে বুকিং কৰিব লাগিব থলুৱা কেব।
মটৰ Insurance policy,
HELTH INSURANCE POLICY কৰিবলৈ আজিয়ে যোগাযোগ কৰক।
৩১/১২/২০২৩ তাৰিখলৈ
বানিজ্যিক বাহনৰ বাবে বিশেষ ৰেহাই।
আমাৰ যোগাযোগ নম্বৰ 7002272716
পুনৰ এক নতুন ৰূপত NEWS অসম ।
এই দৃশ্য কোনো আফগানিস্তানৰ নহয়,
এই দৃশ্য দুৰ্ভাগ্যবশত এইখন ভাৰতবৰ্ষৰে মণিপুৰৰ।
ই বৰ চিন্তাজনক নহয় নে?
অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমিত পৰিণত হ'ল নেকি দেশমাতৃৰ বুকু!!
👉🏼নিউজ বিলাসীপাৰাঃ ২৫ মাৰ্চঃ BJP দলত ভেটি খনিয়া দেখিবলৈ পোৱা গৈছে। হয় বিলাসীপাৰা পশ্চিম সমষ্টি
👉🏼নিউজ বিলাসীপাৰাঃ ২৫ মাৰ্চঃ
BJP দলত ভেটি খনিয়া দেখিবলৈ পোৱা গৈছে।
হয় বিলাসীপাৰা পশ্চিম সমষ্টিত আশ্ৰাফ আলী মাষ্টৰৰ নেতৃত্বত আজি বিজেপি দলৰ সহস্ৰধিক কৰ্মী দলীয় প্ৰতীক চিহ্নৰ বেনাৰ লৈ তৃণমূল কংগ্ৰেছত আনুষ্ঠানিক ভাৱে যোগান কৰে।।
উল্লেখ্য যে আচলতে ২৬ নং বিলাসীপাৰা পশ্চিম সমষ্টিত ২ মে তাৰিখে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুৰ ৰেজ্জাক শ্বেখৰ জয় ,জয়,ময়,ময় হব নেকি?
মনকৰিবলগীয়া কথা যে আজি নয়াহাট তৃণমূল কংগ্ৰেছৰ যোগদান পৰ্ব সমাৰোহ কাৰ্য্যসূচীত এনেদৰে ভিৰ হোৱা পৰিলক্ষিত হৈছে।
সকলো জাতি ধৰ্ম নিৰ্বিশেষে ৰাইজ হিল দল ভাঙি অহা দেখা গৈছে।
👉🏼বিলাসীপাৰাৰ পৰা পৰা জহিৰুল ইছলামৰ ৰিৰ্পট NEWS অসমNE।।
এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী ছামছূল হুদাৰ হৈ নিৰ্বাচনী প্ৰচাৰ।
কৰোণা কালৰ সময়ত দেশত যেতিয়া লকদাউন দিছিলে তেতিয়া লাখ লাখ শ্ৰমিক যেতিয়া বিভিন্ন ৰাজ্যৰ পৰা নিজ ঘৰলৈ ওভটিছিল সেই সময় কোনো এটা ৰাজনৈতিক দলৰ কোনো নেতাক দেখা নগল সেই দুৰ্ভগীয়া শ্ৰমিক সকলক সহায়ৰ হাত আগবঢ়াবলৈ।
যাৰ বাবে বহু লোকে মৃত্যুক আকোৱালি লব লগাও হৈছিল আৰু বহু শ্ৰমিকে হাজাৰ হাজাৰ কিলো মিটাৰ খোজ কাঢ়ি নিজ বাঁসগৃহলৈ উভটিছিলে ।
কিন্তু আজি সময় আৰু পৰিবেশ পৃথক ।
সেই সকল ৰাজনীতিবিধে যি সকলে সমাজৰ সেৱা কৰা বুলি ধুক-ঢাল বজাই সেই সকলে সেই সময়ত এই দুৰ্ভগীয়া শ্ৰমিকৰ বাবে এখোজ আগুৱাই নাহিলে কিন্তু এতিয়া ৰাজনৈতিক দলবোৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হেলিকাপ্টাৰ ওৰোৱাই ঘূৰি ফূৰা দেখা গৈছে । আজি ঠিক একেদৰে aiudf দলৰ প্ৰধান বদৰুদ্দিন আজমলও তাৰ ব্যতিক্ৰম নহয় । আজি aiudf দলৰ প্ৰধান বদৰুদ্দিন আজমলেও হেলিকাপ্টাৰ উৰুৱাই নিৰ্বাচনী পচাৰ চলোৱা দেখা গল ।
আজি
নায়েৰ আলগাত আঞ্চলিক পঞ্চায়তৰ সভানেত্রীৰ বিপৰীতে ভিত্তিহীন বাতৰি সম্প্ৰচাৰিত হোৱা লৈ ৰাইজৰ.....
নায়েৰ আলগাত আঞ্চলিক পঞ্চায়তৰ সভানেত্রীৰ বিপৰীতে ভিত্তিহীন বাতৰি সম্প্ৰচাৰিত হোৱা লৈ ৰাইজৰ প্ৰতিক্রিয়া।প্ৰকাশ।।
বিলাসীপাৰা ৬ ডিচেম্বৰ : শেহতীয়াকৈ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অধীনৰ মায়াৰ গাওঁ পঞ্চায়তত এম জি এনৰেখাঁ আঁচনিৰ ৰাস্তাৰ কাম উদ্বোধন নকৰাকৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্রী হাচিনা খাতুনে উক্ত আঁচনিৰ ধন হৰলুকী কৰা বুলি এক মনেসজা ভিত্তিহীন বাতৰি সন্পপ্ৰচাৰি হোৱা লৈ সভানেত্রী গৰাকীৰ লগতে পঞ্চায়ত খনৰ স্থানীয় ৰাইজে প্ৰতিক্রিয়া প্ৰকাশ কৰে। ইয়াৰ উপৰিও লগতে সভানেত্রী গৰাকীয়ে উল্লেখ কৰা মতে পঞ্চায়ত খনত এম জি এন ৰেখাঁ আঁচনিৰ যি কেইটামান ৰাস্তাৰ কাম উদ্বোধন কৰিছোঁ, সেই কেইটামান ৰাস্তাৰ কাম চলি আছে, ইয়াত কেনেকৈ উক্ত আঁচনিৰ ধন হৰলুকী কৰিছোঁ,এয়া এক ভিত্তিহীন হাস্যকৰ বুলি সাংবাদিকক অৱগত কৰে,সভানেত্রী গৰাকী আৰু স্থানীয় ৰাইজে।।
বিলাসীপাৰাৰ পৰা জহিৰুল ই
কংগ্ৰেছৰ দুজন উদ্যামি যুৱক, নাম ইমাদাদুৰ ৰহমান আৰু ইফতিকাৰ হুছেইন ।
কংগ্ৰেছৰ দুজন উদ্যামি যুৱক,
নাম ইমাদাদুৰ ৰহমান আৰু ইফতিকাৰ হুছেইন ।
দুয়োজনে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ দেৱৰ ৰাজনৈতিক জীয়া জীৱন গাঁথাৰে
এখন হস্থপুথি লিখি উলিয়াই আৰু যোৱা ৪/১২/২০২০ তাৰিখে উন্মোচন কৰে।
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ শ্ৰাদ্ধ অনুষ্ঠানতে।
গুৱাহাটীৰ পৰা বাবু আহমেদৰ ৰিপোৰ্ট নিউজ অসম।
গোৱালপাৰাত ১৫২ নম্বৰ চি আৰ পি এফ বেটেলিয়েনৰ উদ্যোগত স্বচ্ছ ভাৰত মিছন।
গোৱালপাৰাত ১৫২ নম্বৰ চি আৰ পি এফ বেটেলিয়েনৰ উদ্যোগত স্বচ্ছ ভাৰত মিছন।
গোৱালপাৰা চহৰৰ শাস্ত্ৰীনগৰ স্থিত বি আৰ আম্বেদকাৰ হাইস্কুলৰ খেলপথাৰৰ লগতে বিদ্যালয় খনৰ আশেপাশে থকা জাবৰ জোথৰ চাফাই অভিযান ।
১ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ চলিব চাফাই অভিযান। ১৫২ নম্বৰ বেটেলিয়েনৰ সমূহ জোৱানে সহযোগ কৰিব প্ৰতি স্বচ্ছ ভাৰত অভিযানত।
সেনা বাহিনীৰ কৰ্তব্যৰ উপৰিও পৰিবেশ সুৰক্ষা আৰু ছাফাই অভিযানত সমান গুৰুত্ব দিয়া হব বুলি জানিবলৈ দিয়ে বেটেলিয়েন কমাণ্ডেন্ট দেৱ কুমাৰ মিশ্ৰই ।
নিজে বসবাস কৰা পৰিবেশ ছাফ চিকুণ কৰি ৰখাটো সকলো নাগৰিকৰে কৰ্তব্য । জাবৰ জোথৰ পেলাবলৈ নিৰ্দিষ্ট ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে আৰু সময়ৰ মূৰে মূৰে জাবৰ সমূহ চফা কৰিব লাগে।
জাবৰ সমূহ চফা নকৰিলে তাৰ পৰা দুৰ্গন্ধ ওলাই বিভিন্ন বেমাৰ আজাৰ হব পাৰে বুলি কয় কমাণ্ডেন্ট গৰাকীয়ে । ৰাইজে দায়িত্ব আৰু কৰ্তব
মৈৰাবাৰী মণ্ডল বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা। তিনি শতাধিক নেতা কৰ্মী বিজেপিত যোগদান।
মৈৰাবাৰী মণ্ডল বিজেপিৰ যুৱ মৰ্চাৰ
কাৰ্যনিৰ্বাহক সভা। তিনি শতাধিক নেতা কৰ্মী বিজেপিত যোগদান।
Mehboob Anuarul Report
নিউজ অসম।
সাৱধান গণমাধ্যমত অসামাজিক মন্ত্যৱ দিয়া সকল।
সাৱধান গণমাধ্যমত অসামাজিক মন্ত্যৱ দিয়া সকল।গণমাধ্যমত বিৰূপ মন্ত্যৱ দি বিপদত পৰিছে এজন যুৱক।
মৰিগাঁওত এতিয়া নিৰ্বাচনৰ গৰম বতাহ।
মৰিগাঁওত এতিয়া নিৰ্বাচনৰ গৰম বতাহ।
সমাগত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা ।গাত তত নাই নেতা পালিনেতাৰ,আজি আৰম্ভ হৈছে কেইবাটাও সমশ্তি মনোনয়ন । কি কংগ্ৰেছ কি বিজেপি সময় নাই সকলোৱে ।
দাতিয়াল বৰি চাৰিআলি প্ৰাংগনত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক যোগদান সভা।
দাতিয়াল বৰি চাৰিআলি প্ৰাংগনত ভাৰতীয়
জনতা পাৰ্টীৰ সাংগঠনিক যোগদান সভা।
Mehboob Anuarul Report news Axom From Laharighat Morigaon assam.
24/11/20