Xur'Bahini Records / সুৰবাহিনী ৰেকৰ্ডচ

  • Home
  • Xur'Bahini Records / সুৰবাহিনী ৰেকৰ্ডচ

Xur'Bahini Records / সুৰবাহিনী ৰেকৰ্ডচ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Xur'Bahini Records / সুৰবাহিনী ৰেকৰ্ডচ, Record Label, .
(1)

https://youtu.be/FzfbXcuy13Uআপোনালোকৰ মৰম আশীৰ্বাদ শিৰত লৈ আজি আমাৰ  Xurbahini Records ৰ তৃতীয়টো গীত " মাধুৰী " আপোনালোক...
20/11/2022

https://youtu.be/FzfbXcuy13U
আপোনালোকৰ মৰম আশীৰ্বাদ শিৰত লৈ আজি আমাৰ Xurbahini Records ৰ তৃতীয়টো গীত " মাধুৰী " আপোনালোকৰ মাজলৈ আগবঢ়ালো। সকলোৱে অলপ মৰম দি আমাক আঁকোৱালি ল'ব বুলি আশা কৰিলো। ❤️

🎵Audio Credits-Vocals- LikxonComposition- Allen Mili & LikxonMusic Arrangements & Produced- Debasish Roy (Debu)Mixing & Mastering- Debasish Roy (Debu)Vocals...

https://youtu.be/LRuwlN11WlM"Xurbahini Records" , সংগীতৰ পৃথিৱীত নতুনকৈ খোজ দিয়া নৱপ্ৰজন্মৰ কেইজানমান যুৱকৰ এক সৃষ্টি। আ...
24/08/2022

https://youtu.be/LRuwlN11WlM
"Xurbahini Records" , সংগীতৰ পৃথিৱীত নতুনকৈ খোজ দিয়া নৱপ্ৰজন্মৰ কেইজানমান যুৱকৰ এক সৃষ্টি। আজি আমাৰ দ্বিতীয়টো গীত " দৰদী " আপোনালোকৰ মাজলৈ আগবঢ়াইছো। সকলোৱে মৰমেৰে আমাক আঁকোৱালি ল'ব। আপোনালোকৰ অলপমান আদৰে আমাক এইক্ষেত্ৰত আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ। 💓💓

Xur'Bahini Records presents "Dorodi"🎵AUDIO CREDITSVocal and Composition : LikXonLyrics : MadhurjyaMusic and Mix Master : HarshRaj PathakRecorded at : MB Stu...

"DORODI" Stay tunedReleasing on tomorrow evening..Xur'Bahini Records
23/08/2022

"DORODI" Stay tuned
Releasing on tomorrow evening..
Xur'Bahini Records

"সুৰবাহিনী ৰেকৰ্ডচ"ৰ প্ৰথম প্ৰচেষ্টা "ৰিমজিম বৰষা" অতি সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াম । সংগীতৰ সুধাত প্ৰাণ ধালিব পৰা সংগ...
21/11/2021

"সুৰবাহিনী ৰেকৰ্ডচ"ৰ প্ৰথম প্ৰচেষ্টা "ৰিমজিম বৰষা" অতি সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াম । সংগীতৰ সুধাত প্ৰাণ ধালিব পৰা সংগীতৰ আজন্ম প্ৰেমীক কেইজনমান বন্ধুৰ সপোন "সুৰবাহিনী ৰেকৰ্ডচ"। এইক্ষেত্ৰত যদিও একেবাৰে অনভিজ্ঞ আমি , তথাপিও যথেষ্ট কষ্টৰে এই যাত্ৰা আগবঢ়াইছো। আপোনালোকৰ মৰম আশীৰ্বাদে আমাৰ এই যাত্ৰাপথত আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাব। সকলোৱে "ৰিমজিম বৰষা" গানটোৰ লগতে "সুৰবাহিনী"ক আদৰি ল'ব বুলি আশা কৰিলো ।

'Bahini Records ❤️

Address


Alerts

Be the first to know and let us send you an email when Xur'Bahini Records / সুৰবাহিনী ৰেকৰ্ডচ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share