Bipul Rabha Unofficial

  • Home
  • Bipul Rabha Unofficial

Bipul Rabha Unofficial বিপুল ৰাভা অসমীয়া কমেদিয়ান Fan Page.. Love You Bipu

26/03/2022
 #প্লিজ‌ সহায় কৰক 🙏 মানুহে মানুহৰ বাবে 🙏হঠাৎ খবৰ পালোঁ । আমাৰ সকলোৰে মৰমৰ ,যুৱ প্ৰজন্মৰ এজন খুব ভাল অভিনেতা কিশোৰ দাস  ...
27/02/2022

#প্লিজ‌ সহায় কৰক 🙏 মানুহে মানুহৰ বাবে 🙏

হঠাৎ খবৰ পালোঁ । আমাৰ সকলোৰে মৰমৰ ,যুৱ প্ৰজন্মৰ এজন খুব ভাল অভিনেতা কিশোৰ দাস বৰ্তমান মহানগৰীৰ Health City হাস্পতালত চিকিৎসাধীন হৈ আছে । মাত্ৰ ‌২৮ বছৰীয়া ,সকলোৰে মৰমৰ অভিনেতা কিশোৰ দা দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈছে । মানুহে মানুহৰ বাবে 🙏 সকলোৱে‌ প্লিজ সহায় কৰক 🙏 কিশোৰ দা সুস্থ হৈ আকৌ আমাৰ বাবে অভিনয় ‌কৰিবলৈ ,আকৌ আগৰ দৰে হাঁহিবলৈ , সুস্থ হৈ উঠিবলৈ চিকিৎসাৰ বাবে আৰ্থিক ভাৱে সকলোৰে পৰা অলপ সহায়ৰ প্ৰয়োজন । সকলোৱে আশীৰ্বাদ কৰক আৰু প্লিজ সহায় কৰক 🙏 আপোনালোকৰ অকনমান সহায়ে সুস্থ কৰি তুলিব কিশোৰ দাক ।
--------------------------------------------------------------------
Film Fraternity Of Assam
AC no : 416401000228
IFSC code : ICIC0004164
ICICI Bank JATIA BRANCH

--------------------------------------------------------------------
Name : Kishor Das
State Bank of India
AC no : 20193864335
IFSC code : SBIN0005242

21/02/2022

Assamese Culture

22/03/2021

Visnujyoti brand party

Address


Website

Alerts

Be the first to know and let us send you an email when Bipul Rabha Unofficial posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share