Deta & Deha

Deta & Deha আহক দেতা আৰু দেহাৰ লগত পৃথিৱীৰ বিষয়ে আলোচনা কৰো, কিতাপ পঢ়োঁ আৰু নানা কথা শিকো!

25/12/2024

হালধীয়া সুবাস!

I am growing up
14/12/2024

I am growing up

শিশু দিৱসৰ শুভেচ্ছা যাচিলো।
14/11/2024

শিশু দিৱসৰ শুভেচ্ছা যাচিলো।

বিদ্যালয়ৰ কুইজ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাই উলাহত আত্মহাৰা আমাৰ  #দেহা
12/11/2024

বিদ্যালয়ৰ কুইজ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাই উলাহত আত্মহাৰা আমাৰ #দেহা

31/10/2024

দীপান্বিতাৰ শুভেচ্ছা যাচিলো।

পূজাৰ বতৰত‌  #দেহাৰ অলপ ধেমালি!দূৰ্গা পূজাৰ শুভেচ্ছাৰে  #দেতাআৰুদেহা
12/10/2024

পূজাৰ বতৰত‌ #দেহাৰ অলপ ধেমালি!
দূৰ্গা পূজাৰ শুভেচ্ছাৰে #দেতাআৰুদেহা

বাৰিষাৰ কেইটিমান ধুনীয়া মুহূৰ্ত। গৰম, আৰ্দ্ৰতা, বৰষুণ , বানপানী এইবোৰৰ মাজতো কিমান ধুনীয়া হৈ পৰে আমাৰ গ্ৰামাঞ্চল।
09/08/2024

বাৰিষাৰ কেইটিমান ধুনীয়া মুহূৰ্ত। গৰম, আৰ্দ্ৰতা, বৰষুণ , বানপানী এইবোৰৰ মাজতো কিমান ধুনীয়া হৈ পৰে আমাৰ গ্ৰামাঞ্চল।

07/07/2024

বানপানীত ওখ ঠাই বিচাৰি এহাল গঁড়ৰ মাক-পোৱালী।

02/07/2024

Draw a flaming from the number 3.

তিনি সংখ্যাটোৰ পৰা চৰাই আঁকো আহক।

 #দেতা কালি   Bangalore ত অসমৰ গঁড়ৰ ওপৰত এটি ভাষণ দিয়াৰ মুহূৰ্ত্তত।
15/06/2024

#দেতা কালি Bangalore ত অসমৰ গঁড়ৰ ওপৰত এটি ভাষণ দিয়াৰ মুহূৰ্ত্তত।

30/05/2024

এজনী হেটোলুকা আৰু দুটা পোৱালী

মাছ ধৰা উপকৰণ।
28/05/2024

মাছ ধৰা উপকৰণ।

25/05/2024

গৰমৰ এই সময় খিনিত আমাৰ আপুৰুগীয়া বন্য জন্তুৰ এটা ভিডিঅ'উপভোগ কৰোঁ আহক।

সৰাফুঁল।‌
23/05/2024

সৰাফুঁল।‌

22/05/2024

Wishing you a Happy . A tribute to our beautiful bird.

Address


Alerts

Be the first to know and let us send you an email when Deta & Deha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share

Our Story

ল'ৰাটোৱে Youtube চাই ভাল পায়। মহানগৰীৰ এই জীৱনত তাৰ আজৰি সময়ত মোবাইলটোৱে মাজে মাজে সংগী হৈ উঠে।

পিছে, Youtube ৰ ভিডিও চাই ABCD শিকা ল'ৰাটোক আমি অসমীয়া আৰু অসমৰ বিভিন্ন কথা শিকাবলৈ আপ্ৰাণ চেষ্টা কৰোঁ। সেয়ে বহুদিনৰ পৰা বুকুত এটা সপোন বান্ধি লৈ ফুৰিছিলোঁ যে এটা Youtube channel হব যিয়ে মোৰ সন্তানৰ নিচিনা হাজাৰটা ল'ৰা-ছোৱালীক অসমীয়া আৰু অসমৰ বিষয়ে শিকাব।

ল'ৰা ডাঙৰ হ'ল। নিজে নিজে জোঁতাই অসমীয়া পঢ়িব পৰা হ'ল। কিন্ত মোৰ সপোনটো ৰৈ গ'ল। বহুজনৰ লগত কথা পাতি অনুভৱ হ'ল যে এই কামটো চোন ময়ে মোৰ পৰিয়ালৰ সৈতে কৰিব পাৰো। তাৰেই ফলস্বৰূপে এই ভিডিও চিৰিজটোৰ জন্ম হ'ল।

আপোনাৰ সন্তানটিয়ে মোৰ ল'ৰাটোৰ সৈতে শিকিলে নথৈ আনন্দিত হ'ম।