Rade Patra

Rade Patra Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rade Patra, Media/News Company, .

22/04/2024
22/04/2024

Gobha Deoroja Pisak Pisu celebration.at Sindhisar, Amlighat.

07/02/2024

আজি গুৱাহাটী চচলত সদৌ তিৱা ছাত্ৰ সন্থা (ATSU) সদৌ তিৱা সুৰক্ষা সমিতি (ATPC) আৰু তিৱা মহিলা পৰিষদৰ (TWC) যৌথ উদ্যোগত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট।

আমাৰ দাবী:
১. তিৱা স্বায়ত্ত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকৰণৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰক।
২. অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন ২০১৭ সংৰক্ষিত খণ্ড-বেষ্টনী আৰু তিৱা স্বায়ত্ত পৰিষদ এলেকাৰ পৰা অতিশীঘ্ৰেই প্ৰত্যাহাৰ কৰিব লাগে।
৩. ১৯৯৭ চনত স্বাক্ষৰিত হোৱা তিৱা ভাষা চুক্তি অতিশীঘ্ৰেই ৰূপায়ন কৰক।
৪. জনজাতি খণ্ড আৰু আবেষ্টনীৰ ভূমি অতিশীঘ্ৰে বে-দখল মুক্ত কৰক।
৫. অধিসূচনাৰ সময়ত বাদ পৰি ৰোৱা তিৱা অধ্যুষিত গাঁৱসমূহ তিৱা স্বায়ত্ত পৰিষদত অন্তৰ্ভুক্ত কৰি নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা প্ৰস্তুত কৰক।
৬. কাৰ্বি আংলং স্বায়ত্ত পৰিষদত বসবাস কৰা তিৱা সকলক আঞ্চলিক স্বায়ত্ত পৰিষদ প্ৰদান কৰক।
৭. মেঘালয় ৰাজ্যত বসবাস কৰা তিৱা সকলক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰক।

সদৌ তিৱা ছাত্ৰ সন্থা জিন্দাবাদ
সদৌ তিৱা সুৰক্ষা সমিতি জিন্দাবাদ
তিৱা মহিলা পৰিষদ জিন্দাবাদ

ATSU LONG LIVE
17/08/2023

ATSU LONG LIVE

24/06/2023

Our demand legal demand . ATSU Long Live

14/12/2022

সদৌ তিৱা ছাত্র সন্থাই দিল্লীত বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

16/11/2022

মৰিগাঁওত সদৌ তিৱা ছাত্র সন্থাৰ ৫ ঘন্টিয়া প্ৰতীক অনশন ধর্মঘট ৰূপায়ন।
দাবী সমূহ:-
১/তিৱা স্বায়িত্ব পৰিষদৰক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তকৰণৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ অতিশীগ্ৰে প্ৰেৰণ কৰক।
২/ অসম ৰাজ্যিক ৰাজধানী উন্নয়ন ক্ষেত্ৰ প্ৰাধিকাৰণ আইন ২০১৭ সংৰক্ষিত খণ্ড - বেষ্টনী আৰু তিৱা স্বায়িত্ব পৰিষদৰ এলেকাৰ পৰা এটি শীগ্ৰে প্ৰত্যাহাৰ কৰক।
৩/ মৰিগাঁও জিলাত ২ খন আৰু নগাওঁ জিলাত ১খন বিধান সভা সমষ্টিৰ আসন জনজাতিৰ বাবে সংৰক্ষণ কৰক।
৪/১৯৯৭ চনত স্বাক্ষৰিত হোৱা তিৱা ভাষা চুক্তি অতিশীগ্ৰে ৰূপায়ন কৰক।
৫/ জনজাতি খণ্ড আৰু আবেষ্টনীৰ ভূমি অতিশীগ্ৰে বে দখল মুক্ত কৰক।
৬/ অধিসূচনাৰ সময়ত বাদ পৰি ৰোৱা তিৱা অধ্যষিত গাওঁ সমূহ তিৱা স্বায়িত্ব পৰিষদৰত অন্তৰ্ভুক্তকৰি নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা প্ৰস্তুত কৰক।
৭/কাৰ্বি আংলং জিলাৰ বসবাস কৰা তিৱা সকলক আঞ্চলিক স্বায়িত্ব পৰিষদ প্ৰদান কৰক।
৮/মেঘালয় ৰাজ্যত বসবাস কৰা তিৱা সকলক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰক।

অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিলো।বহুকেইখন অসমীয়া চিনেমাত অতি হৃদয়স্পৰ্শী,...
27/10/2022

অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিলো।
বহুকেইখন অসমীয়া চিনেমাত অতি হৃদয়স্পৰ্শী, মননশীল চৰিত্ৰত অভিনয় কৰা গোস্বামীদেৱৰ সাংস্কৃতিক জগতলৈ অৱদান অসমীয়া জাতিয়ে কোনোদিনে পাহৰিব নোৱাৰিব৷
ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ৷

23/10/2022

আমলিঘাট সিন্ধিশৰত কোটি টকাৰ গুডখা উদ্ধাৰ।

20/10/2022

অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন ২০১৭ বাতিলৰ দাবী আৰু তিৱা স্বায়িত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ লগতে বিভিন্ন দাবীৰে ৩৭ নং ৰাষ্ট্রীয় ঘাইপথ মানৱ শৃংখল তিৱা ছাত্ৰ সন্থাৰ।




20/10/2022

সদৌ তিৱা ছাত্র সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী নেলী ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত।

12/10/2022

সদৌ তিৱা ছাত্র সন্থাৰ দুই ঘন্টিয়া অৱস্থান ধৰ্মঘট ।

Address


Alerts

Be the first to know and let us send you an email when Rade Patra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rade Patra:

Videos

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share