Sunor Asom

Sunor Asom to make people laugh and feels happy is the main objective.

14/04/2023

বড়োলেণ্ডৰ আটাইতকৈ প্ৰতিক্ষিত মহোৎসৱলৈ সকলোৱে দলে দলে অংশগ্ৰহণ কৰক ❤️❤️🍀🍀 অহা ১২ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ বিটিআৰৰ কোকৰাঝাৰ...
08/04/2023

বড়োলেণ্ডৰ আটাইতকৈ প্ৰতিক্ষিত মহোৎসৱলৈ সকলোৱে দলে দলে অংশগ্ৰহণ কৰক ❤️❤️🍀🍀
অহা ১২ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ বিটিআৰৰ কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া বাওখুংগ্ৰী মহোৎসৱত বড়োলেণ্ডৰ সজীৱ সংস্কৃতি আৰু চহকী পৰম্পৰা আৱিষ্কাৰ কৰক।

আহক, এই উৎসৱ উদযাপন কৰক আৰু এই মনোমোহা অঞ্চলটোৰ সৌন্দৰ্য্যত বিলীন হওক।

মূখ্য আকৰ্ষণীয় শিতানসমূহ :

- পেৰাগ্লাইডিং শ্বো
- পৰম্পৰাগত খাদ্য কাউণ্টাৰ
- চাইকেলিং প্ৰতিযোগিতা
- মাৰাথন দৌৰ প্ৰতিযোগিতা
- খিলঞ্জীয়া খেল প্ৰতিযোগিতা
- বৈশাগু নৃত্য প্ৰতিযোগিতা
- পৰম্পৰাগত খাদ্য ৰন্ধা প্ৰতিযোগিতা
- আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰ পৰিবেশন
- বিটিআৰৰ বিভিন্ন সম্প্ৰদায়ৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শন
- ১৪ এপ্ৰিলত পৰম্পৰাগত সম্প্ৰদায়ৰ পাহাৰীয়া ট্ৰেকিং।

#কোকৰাঝাৰ #কোকৰাঝাৰজিলা
#আমন্ত্ৰণ পত্ৰ Sunor Asom Sunor Asom

সদৌটিলৈ পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।     Sunor Asom Sunor Asom
23/03/2023

সদৌটিলৈ পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। Sunor Asom Sunor Asom

11/03/2023
   #আন্তৰ্জাতিকনাৰীদিৱস     Sunor Asom Sunor Asom
08/03/2023

#আন্তৰ্জাতিকনাৰীদিৱস Sunor Asom Sunor Asom

          Sunor Asom Sunor Asom
08/03/2023

Sunor Asom Sunor Asom

Let's Overcome challenges and development society নামৰ এটি বেচৰকাৰী সংস্থাই হাইস্কুল শিক্ষান্ত প্ৰাৰ্থীৰ বাবে বিনামূলীয়...
04/03/2023

Let's Overcome challenges and development society নামৰ এটি বেচৰকাৰী সংস্থাই হাইস্কুল শিক্ষান্ত প্ৰাৰ্থীৰ বাবে বিনামূলীয়া বাহনৰ ব্যৱস্থা কৰি দিয়ে। তেওঁলোকৰ এইধৰণৰ সমাজ সেৱামূলক পদক্ষেপ শলাগলবলগীয়া।

02/03/2023

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কোকৰাঝাৰ পৌৰ নিগমৰ অন্তৰ্ভুক্ত বাগানশালীৰ ৭ নং ৱাৰ্ডত জুঁই। জুই লগাৰ প্ৰকৃত কাৰণ জানিব এতিয়ালৈকে পোহৰলৈ অহা নাই।

02/03/2023

মেট্ৰিক ( ২০২২-২৩ ) বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ সকলো ছাত্র-ছাত্ৰীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তোমালোক আটাইৰে পৰীক্ষা খু...
02/03/2023

মেট্ৰিক ( ২০২২-২৩ ) বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ সকলো ছাত্র-ছাত্ৰীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তোমালোক আটাইৰে পৰীক্ষা খুব ভাল হ‌ওঁক তাৰ কামনাৰে―

আজিৰ পৰা আৰম্ভ হৈছে প্ৰথমবাৰৰ বাবে বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ! বড়োলেণ্ড বিশ্ববিদ্যালয়ত পতাকা উত্তোলন অনুষ্ঠা...
27/02/2023

আজিৰ পৰা আৰম্ভ হৈছে প্ৰথমবাৰৰ বাবে বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ!

বড়োলেণ্ড বিশ্ববিদ্যালয়ত পতাকা উত্তোলন অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে এই উৎসৱ আৰম্ভ হয়। বিটিআৰ চৰকাৰৰ প্ৰধান সম্পাদক মাননীয় চিইএম শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ উপস্থিতিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৷

BU & BKIF ৰ পতাকা উত্তোলন কৰে ক্ৰমে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু পঞ্জীয়কে।

    Sunor Asom Sunor Asom
24/02/2023

Sunor Asom Sunor Asom

19/02/2023

Sunor Asom Sunor Asom

😂
17/02/2023

😂

বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ প্ৰচাৰৰ বাবে কাৰ-ৰেলীৰ ফ্লেগ অফ অনুষ্ঠান কালিৰ পৰা কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যাল...
17/02/2023

বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ প্ৰচাৰৰ বাবে কাৰ-ৰেলীৰ ফ্লেগ অফ অনুষ্ঠান কালিৰ পৰা কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয় চৌহদৰ পৰা আৰম্ভ হৈছে।

কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা প্ৰথমবাৰৰ বাবে বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ অংশ হিচাপে ৪ দিনীয়া কাৰ ৰেলীৰ পতাকা উত্তোলন কৰে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য মাননীয় শ্ৰী প্ৰমোদ বড়োৱে।

এই ৰেলীৰ লক্ষ্য হৈছে জ্ঞান উৎসৱৰ প্ৰচাৰ, ইয়াৰ বাৰ্তা “জ্ঞানৰ জৰিয়তে শান্তি আৰু প্ৰগতি” কঢ়িয়াই লৈ ফুৰে।
৩০ জনীয়া এটা দলে ৪ দিনত সমগ্ৰ অসম & অৰুণাচল প্ৰদেশৰ ৮ খন বিশ্ববিদ্যালয় সামৰি ১৩২৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব।

15/02/2023

বাল্য বিবাহৰ দৰে সমাজৰ কু-প্ৰথাসমূহে এখন সমাজৰ উন্নয়নত হেঙাৰৰূপে থিয় দিয়ে। আহক সজাগ হওঁ আৰু বাল্য বিবাহ প্ৰতিৰোধৰ দিশটোত আমি সকলোৱে গুৰুত্ব প্ৰদান কৰোঁ।

সদৌটিলৈ আলি-আয়েঃ-লৃগাঙৰ শুভেচ্ছা জনাইছোঁ।
15/02/2023

সদৌটিলৈ আলি-আয়েঃ-লৃগাঙৰ শুভেচ্ছা জনাইছোঁ।

বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় সন্মিলন অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা কোকৰাঝাৰৰ পাটগাঁৱৰ ৰাণী খলাইশ্ৰী পথাৰত চাৰিদিনীয়া ...
15/02/2023

বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় সন্মিলন অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা কোকৰাঝাৰৰ পাটগাঁৱৰ ৰাণী খলাইশ্ৰী পথাৰত চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব।

অনুষ্ঠানটো সফলতাৰে আয়োজন কৰিবলৈ ব্যস্ততাপূৰ্ণ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। বিটিআৰ, অসম, চুবুৰীয়া ৰাজ্য পশ্চিম বঙ্গ, মেঘালয়, নাগালেণ্ড আৰু চুবুৰীয়া দেশ নেপাল আৰু বাংলাদেশ আদিৰ প্ৰায় ২৬০০ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ১০০০ বিঘাতকৈও অধিক বিস্তৃত অঞ্চলখনত।

বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় সন্মিলনত প্ৰদৰ্শনী, গ্ৰন্থমেলা আৰু স্থানীয় খাদ্য-সম্ভাৰ আদিৰ বজাৰো অনুষ্ঠিত হ’ব।

 #ফাগুন  #বসন্ত
15/02/2023

#ফাগুন #বসন্ত

      Sunor Asom
14/02/2023

Sunor Asom

ভাৰতে ৭ উইকেটত পৰাস্ত কৰিলে চিৰবৈৰী পাকিস্তানক।জেমিমাৰ বিধ্বংসী বেটিং আৰু ৰিচা ঘোষৰ পাৱাৰ হিটিং ইনিংছৰ বাবে    প্ৰথম খন ...
12/02/2023

ভাৰতে ৭ উইকেটত পৰাস্ত কৰিলে চিৰবৈৰী পাকিস্তানক।

জেমিমাৰ বিধ্বংসী বেটিং আৰু ৰিচা ঘোষৰ পাৱাৰ হিটিং ইনিংছৰ বাবে প্ৰথম খন মেচত বিজয়ী হয় ভাৰত।

Congratulations Indian Cricket Team

📌 TOSS ALERT 📌পাকিস্তানে টছ জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
12/02/2023

📌 TOSS ALERT 📌

পাকিস্তানে টছ জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

India vs Pakistan | Today at 6.30 P.M.ভাৰত বনাম পাকিস্তান | আজি সন্ধিয়া ৬.৩০ বজাত
12/02/2023

India vs Pakistan | Today at 6.30 P.M.

ভাৰত বনাম পাকিস্তান | আজি সন্ধিয়া ৬.৩০ বজাত

অহা কালিৰ পৰা আৰম্ভ হ'ব বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি শীৰ্ষক ভাৰত বনাম অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেল। মহাৰাষ্ট্ৰৰ নাগপু...
08/02/2023

অহা কালিৰ পৰা আৰম্ভ হ'ব বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি শীৰ্ষক ভাৰত বনাম অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেল। মহাৰাষ্ট্ৰৰ নাগপুৰত অৱস্থিত বিদৰ্ভ ক্ৰিকেট এছোছিয়েশ্যন ষ্টেডিয়ামত পুৱা ৯.৩০ বজাত আৰম্ভ হ'ব খেলখন । ভাৰতে এই শৃংখলাখন জিকি বিশ্ব টেষ্ট চেম্পিয়নশ্বীপৰ ফাইনেলত প্ৰৱেশ কৰিব পাৰিব নে ? তাৰ বাবেই অহা কালিৰ পৰা আৰম্ভ ভাৰতীয় ক্ৰিকেট দলৰ অগ্নি পৰীক্ষা।

Address


Website

Alerts

Be the first to know and let us send you an email when Sunor Asom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sunor Asom:

Videos

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share