Goroimari Block Congress Media & It Deptt

  • Home
  • Goroimari Block Congress Media & It Deptt

Goroimari Block Congress Media & It Deptt Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Goroimari Block Congress Media & It Deptt, Media/News Company, .

Happy Birthday to the charismatic leader and a true inspiration for our party  . You are the person who consistently thr...
15/11/2022

Happy Birthday to the charismatic leader and a true inspiration for our party . You are the person who consistently three times member of legislative assembly , and leads towards success and many great triumphs.

Your work is truly mesmerizing and you are an exemplary leader.

Thank you once again! I’m wishing you a joyous birthday today and a prosperous year to come!



আজি অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ সন্মানীয় সভাপতি দিপ বায়ন দেৱে কামৰুপ জিলা কংগ্ৰেছ সেৱা দলৰ পুৰ্নাংগ কমিটিখন অনুমোদন জনায়...
07/02/2022

আজি অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ সন্মানীয় সভাপতি দিপ বায়ন দেৱে কামৰুপ জিলা কংগ্ৰেছ সেৱা দলৰ পুৰ্নাংগ কমিটিখন অনুমোদন জনায়।
সকলোকে অভিনন্দন জ্ঞাপন কৰিলোঁ৷ ।

সমষ্টিত সৰু লৰা - ছোৱালীৰ সৈতে কিছু ধেমেলীয়া  মূৰ্হুতত আমাৰ সকলোৰে প্ৰিয়ভাজন নেতা ছয়গাওঁ সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছৰ জ্য...
12/01/2022

সমষ্টিত সৰু লৰা - ছোৱালীৰ সৈতে কিছু ধেমেলীয়া মূৰ্হুতত আমাৰ সকলোৰে প্ৰিয়ভাজন নেতা ছয়গাওঁ সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আদৰণীয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া --

Congratulations Ajirul sarkar ji for being appointed kamrup dist Chairman of Assam Pradesh Congress Seva dal.
08/12/2021

Congratulations Ajirul sarkar ji for being appointed kamrup dist Chairman of Assam Pradesh Congress Seva dal.

আজি ছয়গাওঁ সমষ্টিৰ যুৱ প্ৰজন্মৰ নেতা তথা ছয়গাওঁ সমষ্টিৰ বিধায়ক মাননীয় ৰেকিবুদ্দিন আহমেদৰ ডাঙৰীয়াৰ জন্মদিন। তেখেতৰ এই ও...
15/11/2021

আজি ছয়গাওঁ সমষ্টিৰ যুৱ প্ৰজন্মৰ নেতা তথা ছয়গাওঁ সমষ্টিৰ বিধায়ক মাননীয় ৰেকিবুদ্দিন আহমেদৰ ডাঙৰীয়াৰ জন্মদিন। তেখেতৰ এই ওপজা দিনত তেখেতেক জনাইছোঁ মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা সাচিঁ ৰখা ভালপোৱা তথা অলেখ শুভেচ্ছা।আজিৰ এই ওপজা দিনৰ জৰিয়তে তেখেতেৰ সু- স্বাস্থ্য ও তেখেতেৰ দীৰ্ঘায়ু কামনা কৰিছোঁ ।

 #ৰেকিবুদ্দিন_আহমেদ : সত্য নিষ্ঠাৰে কাম কৰা এজন জনপ্ৰতিনিধি ।2016 চনৰ পৰা 2021 চনৰ বৰ্তমানলৈ অসমৰ সংবাদ মাধ্যমৰ যোগেদি ম...
06/11/2021

#ৰেকিবুদ্দিন_আহমেদ : সত্য নিষ্ঠাৰে কাম কৰা এজন জনপ্ৰতিনিধি ।

2016 চনৰ পৰা 2021 চনৰ বৰ্তমানলৈ অসমৰ সংবাদ মাধ্যমৰ যোগেদি মাজে মাজে শুনি থাকো যে ছয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই দলত্যাগ কৰিব।
কিন্ত সংবাদ মাধ্যমৰ বাতৰিৰ সত্যতা কিমান সেয়া দেখি আছো। তাৰ বিপৰীতে বিধায়ক ডাঙৰীয়াই কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিতহৈ ৰাইজৰ হকে দিনে নিশাই কাম কৰি আছে।

এতিয়া আহো মূল কথালৈ, সংবাদ মাধ্যমে কিয় ভূৱা বাতৰি পৰিবেশন কৰে, ইয়াৰ কাৰন এটাই কেৱল TRP অৰ্জন কৰা, ৰেকিবুদ্দিন আহমেদ এনেকুৱা এটা নাম যাক অসমৰ প্ৰায় সংখ্যকলোকে জানে, যেতিয়া তেখেতৰ নিউজ চেনেলত আহে সকলোৱে আগ্ৰহেৰে চায়। ৰ বাবে নিউজ কৰি ৰাইজক আভূৱাভৰা কথা আজিৰ যুগত সকলোৰে বোধগম্য ।

2018 চনৰ পৰা বৰ্তমানলৈ তেখেতৰ লগত বহুবাৰ একেলগে বহু বিষয়ৰ ওপৰত আলোচনা কৰাৰ সোভাগ্য ঘটিছে। তেখেতৰ ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা, দলৰ প্ৰতি থকা আদৰ্শ বাৰুকৈয়ে অতুলনীয়৷
তেনে পৰিস্থিতিত দলত্যাগ কৰাৰ প্ৰশ্নই নুঠে, এইটো কোনোৱা দুষ্ট প্ৰকৃতিৰ লোকৰ কাম।
সিহতে ভাবি আছে যে ৰেকিবুদ্দিন আহমেদৰ বদনাম কৰি দলৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ লগত থকা সম্পৰ্ক বিনষ্ট কৰি অনাগত দিনত আগবাঢ়িব নিদিওঁ ।

সদৌ শেষত এটা কথা কব বিছাৰো মিছা অপশক্তিৰ দলে অপপ্ৰচাৰ কৰি থাকিব- ৰেকিবুদ্দিন আহমেদ কংগ্ৰেছ দলত আছে আৰু থাকিব আৰু অনাগত দিনত দলৰ শক্তিশালী ভেটি মজবুত কৰিব।

আমাৰ ছয়গাওঁৰ সাধাৰন ৰাইজৰ আৰ্শীবাদ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ লগত আছে ।

কংগ্ৰেছ জিন্দাবাদ ।
ৰেকিবুদ্দিন আহমেদ জিন্দাবাদ ।
Indian National Congress - Assam
DY365

Pratidin Time


19/07/2021

Today Voice raised in Assembly (19-07-2021)
Rekibuddin Ahmed
Himanta Biswa Sarma
CMO Assam

আজি গৰৈমাৰী ব্লক ৰ অন্তৰ্গত চাম্পুপাৰাত বিধায়ক  #ৰেকিবুদ্দিন_আহমেদ ডাঙৰীয়াই উপস্থিত হৈ  মৃত্যু হোৱা আব্দুৰ ৰেজ্জাক ৰ ঘৰত...
17/07/2021

আজি গৰৈমাৰী ব্লক ৰ অন্তৰ্গত
চাম্পুপাৰাত বিধায়ক #ৰেকিবুদ্দিন_আহমেদ ডাঙৰীয়াই উপস্থিত হৈ মৃত্যু হোৱা আব্দুৰ ৰেজ্জাক ৰ ঘৰত লগতে বাতাহি ডিয়া গাঁও পঞ্চায়তৰ সভাপতি আলতাপ হুছেইনৰ ঘৰত গৈ তেখেতৰ
পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে।

13/07/2021

Well done Hon'ble MLA Nos 49 Chhaygaon LAC.

Job Card (জব কাৰ্ড) ৰ নামত দৰিদ্ৰ মানুহৰ লগত গাদ্দাৰী কৰি একাংশ লোকে ‍১৪ নং হাতীপাৰা আৰু ১৩ নং বাতাহিদিয়াঁ গাওঁপঞ্চায়ত কৰা অবাদ দুৰ্নীতি সন্ধৰ্ভত তথ্য সহকাৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে বিধান সভাত আজি যি প্ৰসংগ উত্থাপন কৰিছে সচাকৈ এয়া এক গুৰুত্বপূৰ্ণ চিন্তাধাৰা। বিগত দিনত বিজেপি-অগপৰ মিত্ৰজোঁট চৰকাৰৰ নাম লৈ বহু অগপ বিজেপি কৰ্মীয়ে অবাধ দুৰ্নীতিত লিপ্ত হৈছে আমি এই দুৰ্নীতিৰ বিৰুদ্ধে আহি থাকিব লগীয়া দিনবোৰত বিধান সভাত বিধায়কৰ ভূমিকা দেখিবলৈ পাম বুলি আশা থাকিল।

ছয়গাওঁৰ উন্নয়ন আৰু প্ৰতিগতিৰ ক্ষেত্ৰত কোনো দুৰ্নীতি পৰায়ণ ব্যক্তিগোষ্ঠীৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ'ব!!

আজি ছয়গাওঁ সমষ্টিৰ সন্মানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ  ডাঙৰীয়াই  মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আলহাজ মতলেব ...
20/06/2021

আজি ছয়গাওঁ সমষ্টিৰ সন্মানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আলহাজ মতলেব আলী ছাৰৰ বিয়োগত আৰু টুক্ৰাপাৰা মণ্ডল সংখ্যালঘূ বিভাগৰ সভপতি বানিজুৰ ৰহমানৰ মাতৃৰ বিয়োগত তেখেতৰ ঘৰত উপস্থিত হয়‌ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

"কভিড যোদ্ধা আমাৰ সন্মানীয় বিধায়ক  #ৰেকিবুদ্দিন_আহমেদ ডাঙৰীয়াৰ মহান পদক্ষেপ ।"আজি গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰা...
26/05/2021

"কভিড যোদ্ধা আমাৰ সন্মানীয় বিধায়ক #ৰেকিবুদ্দিন_আহমেদ ডাঙৰীয়াৰ মহান পদক্ষেপ ।"

আজি গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰা আৰম্ভ কৰি ছয়গাঁও সমষ্টিৰ বিভিন্ন এলেকাত চেনিটাইজাৰ কৰে ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই !!
ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো!
ৰেকিবুদ্দিন আহমেদ জিন্দাবাদ!

Rahul Gandhi
Ripun Bora
Bhanwar Jitendra Singh
Gaurav Gogoi

ৰাতিপুৱাই বেদনাদায়ক খবৰটো পাই মৰ্মাহত হৈছোঁ। অসমৰ সমাজ জীৱন উদং কৰি আতৰি গল বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গ...
12/05/2021

ৰাতিপুৱাই বেদনাদায়ক খবৰটো পাই মৰ্মাহত হৈছোঁ। অসমৰ সমাজ জীৱন উদং কৰি আতৰি গল বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞি ছাৰ৷ তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

ঔম: শান্তি

04/04/2021

ছয়গাওঁ সমষ্টিৰ ৰাইজৰ বাবে দিন ৰাতি একাকাৰ কৰি যিকোনো বিপদৰ সময়ত সন্মুখত থিয় হোৱা আমাৰ মৰমৰ নেতা ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে বিপুল ভোটত জয়যুক্ত কৰি ছয়গাওঁ সমষ্টিৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ পন লও আহক।

ৰেকিবুদ্দিন আহমেদ জিন্দাবাদ ।

আজি‌ ইং 02/04/21 তাৰিখ বাটাহিদিয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত এখনি নিৰ্বাচনী সভাৰ‌ আয়োজন কৰা হয় । উক্ত সভাত উপস্থিত থাকে ৰেক...
02/04/2021

আজি‌ ইং 02/04/21 তাৰিখ বাটাহিদিয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত এখনি নিৰ্বাচনী সভাৰ‌ আয়োজন কৰা হয় । উক্ত সভাত উপস্থিত থাকে ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ সহধর্মীনি নুৰি খান । তাৰ কেইটামান দৃশ্য
Vote For Rekibuddin Ahmed
Congress Zindabad

আজি গৰৈমাৰী ৰাজীৱ ভৱনত বহু কেইজন অসম গণ পৰিষদ দলৰ সক্ৰিয় কৰ্মীয়ে কংগ্ৰেছ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আৰু ৰেকিবুদ্দি...
27/03/2021

আজি গৰৈমাৰী ৰাজীৱ ভৱনত বহু কেইজন অসম গণ পৰিষদ দলৰ সক্ৰিয় কৰ্মীয়ে কংগ্ৰেছ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আৰু ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ দক্ষ্যতাপূৰ্ণ নেতৃত্বৰ প্ৰতি সন্তুষ্ট হৈ কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

#কংগ্ৰেছ_জিন্দাবাদ
#ৰেকিবুদ্দিন_আহমেদ_জিন্দাবাদ

ছয়গাওঁ সমষ্টিৰ বৃহত্তৰ উন্নয়নৰ স্বাৰ্থত 'ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টি'ৰ ছয়গাওঁ সমষ্টিৰ প্ৰাৰ্থী নুৰুল ইছলামে আজি কংগ্ৰেছ প্...
27/03/2021

ছয়গাওঁ সমষ্টিৰ বৃহত্তৰ উন্নয়নৰ স্বাৰ্থত 'ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টি'ৰ ছয়গাওঁ সমষ্টিৰ প্ৰাৰ্থী নুৰুল ইছলামে আজি কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ দেৱৰ লগত এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয় । ছয়গাওঁ সমষ্টিক কিদৰে প্ৰগতিৰ পথলৈ আগুৱাই নিব পাৰি সেই সম্পৰ্কে প্ৰাৰ্থী দুগৰাকীয়ে পৰস্পৰৰ লগত বিভিন্ন দিশৰ আলোচনা-বিলোচনা কৰে । আলোচনা কালত ছয়গাওঁ ব্লক যুৱ কংগ্ৰেছৰ সভাপতি ৰতন পাঠকে ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টি'ৰ প্ৰাৰ্থী নুৰুল ইছলামক এখনি ফুলাম গামোচাৰে শুভেচ্ছা জনাই । এই অনুষ্ঠানত উপস্থিত থাকে সাততালুক মণ্ডল কংগ্ৰেছৰ সভাপতি‌‌‌ ঋষিকেশ চৌধুৰী ।

আজি ২৬ মাৰ্চ তাৰিখে কামৰূপ জিলা AIUDF ৰ সভাপতি কালিন্দ্ৰ ডেকা ডাঙৰীয়াৰ লগতে জিলা কমিটিৰ বিষয়ববীয়া সকলে গৰৈমাৰী ৰাজীৱ ভৱন...
26/03/2021

আজি ২৬ মাৰ্চ তাৰিখে কামৰূপ জিলা AIUDF ৰ সভাপতি কালিন্দ্ৰ ডেকা ডাঙৰীয়াৰ লগতে জিলা কমিটিৰ বিষয়ববীয়া সকলে গৰৈমাৰী ৰাজীৱ ভৱনত আমাৰ মহাজোটৰ মনোনীত প্ৰাৰ্থী মাননীয় ৰেকিবুদ্দিন আহমেদক বিপুল ভোটত জয়ী কৰাৰ সংকল্প লোৱা হয়।

প্ৰসংগ ITI COLLEGE GOROIMARI ; কামৰূপ জিলাৰ গৰৈমাৰি 2015-16 বৰ্ষত আমাৰ নতুন প্ৰজন্মৰ বাবে এখন ITI COLLEGE স্থাপন কৰা হৈছ...
23/03/2021

প্ৰসংগ ITI COLLEGE GOROIMARI ;

কামৰূপ জিলাৰ গৰৈমাৰি 2015-16 বৰ্ষত আমাৰ নতুন প্ৰজন্মৰ বাবে এখন ITI COLLEGE স্থাপন কৰা হৈছিল আৰু আমাৰ নতুন প্ৰজন্মৰ বাবে সৌভাগ্যজনক আছিল ! কিন্তু এই আই টি আই খন 2016 চনত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পিছত আই টি আই খন বন্ধ হয়! গতিকে আকৌ কংগ্ৰেছৰ চৰকাৰে আহিলে আমাৰ ছয়গাওৰ বিদায়ক মাননীয় ৰেকিবুদ্দিন ছ্যাৰে সেই খন আই টি আই কলেজ অধ্যয়নৰ শুব আৰম্ভনি কৰিব!গতিকে এই বাৰ নিশ্চিত ভাবে হাতৰ ছবিত ভোট দি বিপুল ভোটৰ ব্যৱধানত ৰেকিবুদ্দিনক জিকাব লাগিব৷
মোক কিচুমান বৃদ্ধ মানুহে প্ৰশ্ন কৰে ৰেকিব আমাৰ কাৰণে কি কৰিছে? উত্তৰত মই কও বাবা আপোনাৰ বাবে একো কৰা নাই কিন্তু আপোনাৰ লৰা ছোৱালীৰ বাবে এই ভিতৰুৱা গাওত ৰেকিব ছ্যাৰে এখন ITI COLLEGE কৰিছে যত মোৰ নিচিনা আপোনাৰ লৰা কম খৰচতে পঢ়িব পাৰিব! যিটো ITI পঢ়িবলৈ হল লাখ লাখ টকা প্ৰয়োজন হয সেইটো আপোনাৰ ঘৰৰ ওচৰত . কিন্তু আপোনাৰ লৰা ছোৱালীয়ে পঢ়িব পৰা নাই.... কাৰন বিজেপিয়ে ITI college বন্ধ কৰি থৈছে গতিকে আপোনাৰ লৰা ছোৱালীৰ কাৰনে ইবাৰ ভোটটো হাতৰ ছবিত দিব লাগিব

শ্বেয়াৰ আৰু কপি কৰিব পাৰে..............

23/03/2021

শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে চাওক কমলা কলিতাই কেনেদৰে D Voter লৈ তেখেতৰ কৰ্মীক প্ৰতাৰনা কৰিছিল শুনক নিজ মূখৰ পৰা।

" বুথ সভা"বুথ সভাত জনগনৰ উচ্ছাহ দেখি কব পাৰি যে বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া ১ লাখ ভোট পায় জিকিব।
22/03/2021

" বুথ সভা"
বুথ সভাত জনগনৰ উচ্ছাহ দেখি কব পাৰি যে বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া ১ লাখ ভোট পায় জিকিব।

মাজৰটোপৰ এজনী মূৰব্বী ইন্তেকাল হোৱা খৱৰ পায় পৰিয়ালৰ লোকৰ মাজত উপস্থিত হয় সন্মানীয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ সহধৰ্মিনী ...
22/03/2021

মাজৰটোপৰ এজনী মূৰব্বী ইন্তেকাল হোৱা খৱৰ পায় পৰিয়ালৰ লোকৰ মাজত উপস্থিত হয় সন্মানীয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ সহধৰ্মিনী নুৰী খান আৰু ছাবেল উদ্দিন ডাঙৰীয়া।

21/03/2021

সাধাৰণ জনতাৰ মনৰ কথা
#ৰেকিবুদ্দিন_আহমেদ আমাৰ নেতা।

20/03/2021
20/03/2021
20/03/2021
আজি পৱিত্ৰ শুকুৰ বাৰ ১৯/০৩/২০২১ তাৰিখে ছয়গাওঁ সমষ্টিৰ বিধায়ক মাননীয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই ৰাতিপূৱা ছয়গাওঁ জামে মছজি...
19/03/2021

আজি পৱিত্ৰ শুকুৰ বাৰ ১৯/০৩/২০২১ তাৰিখে ছয়গাওঁ সমষ্টিৰ বিধায়ক মাননীয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই ৰাতিপূৱা ছয়গাওঁ জামে মছজিদত নামাজ পৰি , তাৰ পৰা পোনে পোনে মা চন্ডিকা দেৱালয়ৰ আশীষ লৈ আমিনগাওঁ উপায়ুক্ত কাৰ্যালয়ত হাজাৰ হাজাৰ জনতাৰ উপস্থিতিত দলীয় আৱেদন দাখিল কৰে।

তাৰ পৰা আহি ছয়গাওঁ ৰাজীৱ ভৱনত বিশাল জনসভা সম্বোধন কৰে #ৰেকিবুদ্দিন_আহমেদ ডাঙৰীয়া আৰু তেখেতৰ সহধৰ্মিণী #নুৰী_খান ডাঙৰীয়ানীয়ে।
এই জনতাৰ দ্বাৰা প্ৰমাণ হয় আগন্তুক নিৰ্বাচনত ১ লাখ ভোটত বিধায়ক হোৱাটো নিশ্চিত ।

আজি জোৰশিমুলী মন্ডল কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ উদ্যোগত জোৰশিমুলী বজাৰত এখনি দলীয় সভা অনুষ্ঠিত হয়।সভাত সভাপতিত্ব কৰে জোৰশি...
18/03/2021

আজি জোৰশিমুলী মন্ডল কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ উদ্যোগত জোৰশিমুলী বজাৰত এখনি দলীয় সভা অনুষ্ঠিত হয়।সভাত সভাপতিত্ব কৰে জোৰশিমুলী মন্ডল কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ওছমান গনিয়ে।উক্ত সভাত সংখ্যালঘু বিভাগৰ ফালৰ পৰা গেঞ্জি বিতৰন কৰা হয়।সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক তথা কামৰুপ জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক মাননীয় আজিৰুল সৰকাৰ ডাঙৰীয়া,কামৰুপ জিলা কংগ্ৰেছৰ সম্পাদক ছেকান্দাৰ আলী সৰকাৰ ডাঙৰীয়া জোৰশিমুলী মন্ডল কংগ্ৰেছৰ সভাপতি আশ্ৰৱ অালী দেৱানী,জোৰশিমুলী গাও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ময়নাল হকক প্ৰমুখ্য কৰি বিভিন্ন পদত থকা বিষয়ভৱীয়া সকল।

 #আমি_যুজিম #আমি_জিকিম। #ৰেকিবুদ্দিন_আহমেদ_জিন্দাবাদ ।
18/03/2021

#আমি_যুজিম
#আমি_জিকিম।

#ৰেকিবুদ্দিন_আহমেদ_জিন্দাবাদ ।

সন্মানীয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই চতুৰ্থ বাৰৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব পোৱাত,তেখেতেক আজি গৰৈমাৰী ব্লক কংগ্ৰেছ কমিট...
17/03/2021

সন্মানীয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই চতুৰ্থ বাৰৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব পোৱাত,তেখেতেক আজি গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটিৰ পৰা উষ্ম আদৰণি জনোৱা হয়।লগতে সন্মানীয় বিধায়ক #ৰেকিবুদ্দিন_আহমেদ ডাঙৰীয়াৰ কামত সন্তুষ্ট হৈ আনুগত্য প্ৰকাশ কৰি অগপ দল এৰি বহুতো অগপ দলৰ পঞ্চায়ত প্ৰতিনিধি আৰু অগপ দলৰ কৰ্মী সকলে আজি কংগ্ৰেছ দলত যোগদান কৰে!
ৰেকিবুদ্দিন আহমেদ জিন্দাবাদ!
যুৱ কংগ্ৰেছ জিন্দাবাদ!
আমি যুঁজিম!
আমি জিকিম!

17/03/2021

খেলা খেলা খেলা হবে
ছয়গাওঁৰ পৰা এইবাৰ AGP চিৰবিদায় নিবে।

17/03/2021

খেলা খেলা খেলা হবে
অসমত মিত্ৰজোঁটৰ চৰকাৰ হবে
ছয়গাঁওত এক লাখ পাৰ হবে
বিধানসভাত মন্ত্ৰী হবে

আজি বাতাহিদিয়া গাওঁ পঞ্চায়ত ৰ অন্তৰ্গত বালাগাওঁ বজাৰ প্ৰাংগণত কংগ্ৰেছৰ এখনি মত বিনিময় অনুষ্ঠান আয়োজন কৰা হয়। উপস্থিত থাক...
16/03/2021

আজি বাতাহিদিয়া গাওঁ পঞ্চায়ত ৰ অন্তৰ্গত বালাগাওঁ বজাৰ প্ৰাংগণত কংগ্ৰেছৰ এখনি মত বিনিময় অনুষ্ঠান আয়োজন কৰা হয়। উপস্থিত থাকে গাঁও পঞ্চায়ত ৰ শতাধিক ৰাইজ আৰু কংগ্ৰেছ দলৰ বিষয় ববীয়া।

"আমাৰ ছয়গাওঁ সমষ্টিত কংগ্ৰেছ দলত এতিয়া যোগদানৰ জোৱাৰ উঠিছে "যোৱাকালি ৰাতি আমাৰ ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক আৰু গৰৈমা...
12/03/2021

"আমাৰ ছয়গাওঁ সমষ্টিত কংগ্ৰেছ দলত এতিয়া যোগদানৰ জোৱাৰ উঠিছে "যোৱাকালি ৰাতি আমাৰ ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক আৰু গৰৈমাৰী ব্লক কংগ্ৰেছৰ সভাপতি ছামচুল হক ডাঙৰীয়া,গৰৈমাৰী জিলা পৰিষদৰ সদস্য ছাবেল উদ্দিন ডাঙৰীয়াৰ উপস্থিতিত বহু অগপ নেতা আৰু কৰ্মীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে!
আটাইলৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল!সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ বাবে!
আমি যুঁজিম!
আমি জিকিম!
কংগ্ৰেছ জিন্দাবাদ!
#ৰেকিবুদ্দিন_আহমেদ জিন্দাবাদ!

Goroimari Premier Leagueৰ উদ্যোগত আয়োজিত প্ৰথম বাৰ্ষিক  "All Assam Day-Night  Prize money Cricket Tournament-2021"ৰচূড়ান...
07/03/2021

Goroimari Premier Leagueৰ উদ্যোগত আয়োজিত প্ৰথম বাৰ্ষিক "All Assam Day-Night Prize money Cricket Tournament-2021"ৰ
চূড়ান্ত খেল উপভোগ কৰিবলৈ উপস্থিত থাকে,
ছয়গাও সমষ্টিৰ সন্মানীয় বিধায়ক #ৰেকিবুদ্দিন_আহমেদ,
গৰৈমাৰী জিলা পৰিষদৰ সন্মানীয় জিলা পৰিষদ সদস্য #ছাবেল_উদ্দিন_আহমেদ,
গৰৈমাৰী টাউন ক্লাবৰ সভাপতি #শ্বহিদুৰ_ৰহমান
Goroimari Premier Leagueৰ সভাপতি #ফখৰুল_আলম
কামৰূপ গ্ৰাম্য জিলা যুৱ ক;গ্ৰেছৰ সাধাৰণ সম্পাদক #কাদেৰ_চৰকাৰ
ছয়গাও সমষ্টি যুৱ ক;গ্ৰেছৰ সন্মানীয় সভাপতি #নজমুল_হক_বাবু,
ছয়গাও সমষ্টি যুৱ ক;গ্ৰেছৰ সাধাৰণ সম্পাদক #মীৰ_আফতাৰ_আহমেদ
লগতে কামৰূপ গ্ৰাম্য জিলা NSUIৰ সাধাৰণ সম্পাদক #জাহাঙ্গীৰ_আলম

আজি গৰৈমাৰী ৰাজীৱ ভৱনত গৰৈমাৰী ব্লক ক;গ্ৰেছৰ সভাপতি ছামচুল হক ডাঙৰীয়াৰ আহ্বানত ২০২১চনৰ অসম বিধান সভা নিৰ্বাচনৰ ছয়গাও সমষ...
05/03/2021

আজি গৰৈমাৰী ৰাজীৱ ভৱনত গৰৈমাৰী ব্লক ক;গ্ৰেছৰ সভাপতি ছামচুল হক ডাঙৰীয়াৰ আহ্বানত ২০২১চনৰ অসম বিধান সভা নিৰ্বাচনৰ ছয়গাও সমষ্টিৰ বাবে গ্ৰহণ কৰিব লগীয়া কৌশল ও পদক্ষেপ সম্পৰ্কীয় আলোচনাৰ কিছ দৃশ্য ....

 #বিৰামহীন_গতিৰে_ধাৱমান_ছয়গাওঁৰ_উন্নয়ন ।ছয়গাওৰ বিধায়ক  Rekibuddin Ahmed  ডাঙৰীয়াৰ নিচিনা দক্ষ বিধায়কক আকৌ এবাৰ বিধায়ক হো...
03/03/2021

#বিৰামহীন_গতিৰে_ধাৱমান_ছয়গাওঁৰ_উন্নয়ন ।

ছয়গাওৰ বিধায়ক Rekibuddin Ahmed ডাঙৰীয়াৰ নিচিনা দক্ষ বিধায়কক আকৌ এবাৰ বিধায়ক হোৱাটো দৰকাৰ হৈ পৰিছে। এগৰাকী বিৰোধী বিধায়ক হৈ সমষ্টিৰ কেনেকৈ উন্নয়ন কৰিছে সেয়া ছয়গাওঁ বাসীয়ে দেখি আহিছে। বিধায়ক জনৰ প্ৰথম কাম সমষ্টি উন্নয়ন সেয়া ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই ৯৯ শতাংশই সম্ভৱ কৰি তুলিছে। ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই কৰা প্ৰতিটো কামৰ মূল্যায়ন কৰি আকৌ এবাৰ ৰেকিবুদ্দিন আহমেদক জয়যুক্ত কৰো আহক।

#ছয়গাওঁৰ_চৌদিশে_উঠিছে_জোৱাৰ_ৰেকিবুদ্দিন_আকৌ_এবাৰ।

আমাৰ ছয়গাও সমষ্টিত এইবাৰ ১,২০,০০০+ ভোটেৰে ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াক তৃতীয় বাৰৰ বাবে ছয়গাওঁৰ হৈ মাত মাতিবলৈ  বিধানসভাত ...
01/03/2021

আমাৰ ছয়গাও সমষ্টিত এইবাৰ ১,২০,০০০+ ভোটেৰে ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াক তৃতীয় বাৰৰ বাবে ছয়গাওঁৰ হৈ মাত মাতিবলৈ বিধানসভাত পঠিয়াবলৈ আমি সাজু।

বুথ সংকল্প শিবিৰছয়গাওঁ বিধানসভা সমষ্টি।
25/02/2021

বুথ সংকল্প শিবিৰ
ছয়গাওঁ বিধানসভা সমষ্টি।

Specially Thanks to Our Honorable MLA   sir
25/02/2021

Specially Thanks to Our Honorable MLA sir

Address


Website

Alerts

Be the first to know and let us send you an email when Goroimari Block Congress Media & It Deptt posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share