মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত এই বেলি ২৭১ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অবতীৰ্ণ হৈছে।
আজিৰে মেট্ৰিক পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰ কৰিব লাগিব OMR চিট
কামৰূপৰ ৰঙিয়া ইজতেমাৰ সফল সামৰণি
#মান্দাকাটা_live
#mandakata_live
পূব কামৰূপ অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰত সৰস্বতী পূজা উদযাপন
#মান্দাকাটা_live
#Mandakata_Live
#Shine_Shhool_of_learning
#Mandakata_High_School
খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা
১১৬০০ কোটি টকাৰ কেবাটাও প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী গৰাকীৰ
খানাপাৰাৰ প্ৰধানমন্ত্ৰী মোদীৰ জনসভালৈ ৰাইজ হিলদল ভাঙি ওলাই আহিছে
বাইহাটা চাৰিআলিৰ গোগ জানোপাৰত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা
#Mandakata_Live
#মান্দাকাটা_Live
📌খানাপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্য্যকৰ্তা সকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক স্বাগতম জনাই ১ লাখ বন্তি প্ৰজ্বলন
# #Mandakata_Live
#মান্দাকাটা_Live
কাজিৰঙাত কেইগৰাকীমান কনমানি মাদ্ৰাছাৰ ছাত্ৰৰ লগত মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ।
হেলিকপ্টাৰ ওচৰৰ পৰা চোৱাৰ হেঁপাহ পূৰন কৰি দিলে মুখ্যমন্ত্ৰীয়ে।
মান্দাকাটাৰ ছাইন স্কুল অৱ লাৰ্ণিঙৰ ছাইন উৎসৱ ২০২৪ উৎযাপন
#Mandakata_Live
#মান্দাকাটা_Live
মুখ্যমন্ত্ৰীক শুভেচ্ছা জনাবলৈ আহিল ছুকুৰ আলী
কাইলৈ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ বাৰ্থ ডে ৷ জালুকবাৰী সমষ্টিৰ ৰাইজৰ সৈতে দিছপুৰত উদযাপন কৰা হব মুখ্যমন্ত্ৰীৰ বাৰ্থ দে ৷ জনালে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ৷
মান্দাকাটা আঞ্চলিক হাফিজীয়া মাদ্ৰাছত ৭৫ তম গণৰাজ্য দিৱস উদযাপন
মান্দাকাটাৰ শিমেলীবাৰীত দিবা-নৈশ ক্ৰিকেট বল প্ৰতিযোগিতা আয়োজন
শিমেলীবাড়ী যুৱ মঞ্চ ও জ্ঞানদায়িনী পুথিভঁৰালৰ উদ্যোগত অনুষ্ঠিত হব দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট বল প্ৰতিযোগিতাৰ
অসমবাসীৰ গৌৰৱ এই সকল কামাণ্ডু
📌APSC পৰীক্ষাত মান্দাকাটাৰ বৰবাকাৰ ৰিজুমনি জি ম'মিন ২৩ নং স্থান বাইহাটা চাৰিআলিৰ দেৱশ্ৰী ভাৰ্গব ১২ স্থানত উজ্বলিল
📌বিজেপি বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ সম্বৰ্ধনা ছাত্ৰী দুগৰাকীক।
ভিটালি দাসৰ কন্যা কমলিকাৰ কন্ঠত ৰহাৰে ঐ ৰহে দৈ গীতটো।
মান্দাকাটাৰ মালাৰা ইছলামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নবাগত আদৰণী সভা সম্পন্ন
বিভিন্ন গীত মাত নৃত্য ইত্যাদিৰে মূখৰিত মালাৰা ইছলামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাকৰি।
📌 জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন
📌 দৰং-কামৰূপ সীমান্তৱৰ্তী এক নং শুক্তাগুৰীত অৱস্থিত জ্ঞানজ্যোতি জাতীয় বিদ্যালয়
📌 অঞ্চলটোৰ অন্যতম শিক্ষানুষ্ঠান জ্ঞানজ্যোতি জাতীয় বিদ্যালয়
গৰুখুটি কৃষি প্ৰকল্পত বিজেপিৰ বেজেৰা মণ্ডলৰ প্ৰীতিভোজন
ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে বা নৱবৰ্ষৰ প্ৰথমতে বনভোজ খোৱা হয়। প্ৰাকৃতিক পৰিৱেশৰ মাজত দৈনন্দিন কৰ্মব্যস্ততাৰ পৰা আতৰি সকলোৱে এসাজ খোৱাৰ মাদকতাই সুকীয়া-এই মন্তব্য মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ।
মান্দাকাটাৰ প্ৰজ্ঞান একাডেমীৰ বিদায়ী সভা সম্পন্ন
অঞ্চলটোৰ কেবাগৰাকীও খ্যাতনামা অৱসৰী শিক্ষক উপস্থিতিত বিদায় সভাত
হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হব লগা ছাত্ৰ ছাত্ৰীক আশীৰ্বাদ আৰু শুভেচ্ছা দিয়াৰ উদ্দেশ্যে এই সভা