Bhadoi Panchali ৰ স্থানীয় খৱৰ

  • Home
  • Bhadoi Panchali ৰ স্থানীয় খৱৰ

Bhadoi Panchali ৰ স্থানীয় খৱৰ ভাদৈ পাঁচআলি আৰু ইয়াৰ আশে পাশে থকা অঞ্

https://youtu.be/NgJsFqTsSGs
22/02/2022

https://youtu.be/NgJsFqTsSGs

SRIMANTA SANKARDEV SANGH'S CONFERENCE 2022 VENUE ALMOST COMPLETED ।। NAHARKATIYA ।। RANGOLI PATHER ।। KALIYAPANI আই - বাপ সকল মাত্ৰ কিছু সময়ৰ অপেক্ষা মুকলি ...

26/10/2021
08/10/2021
ঠিকাদাৰৰ মহিমা
24/12/2020

ঠিকাদাৰৰ মহিমা

13/11/2020
06/11/2020
শান্তি চাহ বাগিছাৰ সমীপত আজি সন্ধিয়া এটি পথ দুৰ্ঘটনা সংঘটিত হৈছে । এই পথটোত ডাম্পাৰে খুন্দিয়াইছে এখন বাইকক, ফলত আহত হৈছে...
26/10/2020

শান্তি চাহ বাগিছাৰ সমীপত আজি সন্ধিয়া এটি পথ দুৰ্ঘটনা সংঘটিত হৈছে । এই পথটোত ডাম্পাৰে খুন্দিয়াইছে এখন বাইকক, ফলত আহত হৈছে এগৰাকী কণমানি শিশু । ভাদৈ আৰক্ষী চকীৰ সুদক্ষ বিষয়া কামেশ্বৰ গগৈয়ে আঘাতপ্ৰাপ্তক দুলীয়াজানৰ অইল চিকিৎসালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰিছে ।

এইবোৰৰ ওপৰতেই নিৰ্মাণ হয় তেৰচ গোৱালাৰ পকী ৰাস্তা, কোনো তদন্ত নাই, নাই কোনো নীতি নিয়ম । গাঁৱবাসীয়ে একো নকয়, ঘৰ আহিছে নেপা...
15/10/2020

এইবোৰৰ ওপৰতেই নিৰ্মাণ হয় তেৰচ গোৱালাৰ পকী ৰাস্তা, কোনো তদন্ত নাই, নাই কোনো নীতি নিয়ম । গাঁৱবাসীয়ে একো নকয়, ঘৰ আহিছে নেপাম বুলি । এনেকৈয়ে দুৰ্নীতি-চলাই আছে, চলাই থাকিব । ভাল মানুহৰ-নেতাৰ অভাৱ হৈছে ।

আজিৰ পৰা বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত পাঠদান আৰম্ভ হৈছে ।।
25/09/2020

আজিৰ পৰা বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত পাঠদান আৰম্ভ হৈছে ।।

পঞ্চায়তৰ পথ নিৰ্মান কৰোতে ঠিকাদাৰে লোৱা সুবিধা ৷ কাষতে পকীবেৰ খন পাই  চাইদবীম অবিহনেই পথ নিৰ্মাণ কৰাৰ অপচেষ্টা ৷  #অভিযো...
17/09/2020

পঞ্চায়তৰ পথ নিৰ্মান কৰোতে ঠিকাদাৰে লোৱা সুবিধা ৷ কাষতে পকীবেৰ খন পাই চাইদবীম অবিহনেই পথ নিৰ্মাণ কৰাৰ অপচেষ্টা ৷ #অভিযোগ_টাইপাৰ

দিহিং পাটকাইৰ বুকুত- অজন স্তৰ সংৰক্ষণৰ বিশেষ দিন -১৬ চেপ্তেম্বৰত ।।
17/09/2020

দিহিং পাটকাইৰ বুকুত- অজন স্তৰ সংৰক্ষণৰ বিশেষ দিন -১৬ চেপ্তেম্বৰত ।।

of the #2020 with আজি #বিশ্ব_অজন_স্তৰ_সংৰক্ষণ_দিৱস উপলক্ষ্যে জয়পুৰ, নাহৰকটীয়াৰ পৰা ভাদ...

 #অব্যাহত আছে  #দিহিং_পাটকাইত  ্বংসযজ্ঞ । লগতে আপোনালোকে চাই লওঁক একমাত্ৰ আমাৰ কেমেৰাত বন্দী  #দুষ্প্ৰাপ্য  #পখিলা ।। #অ...
15/09/2020

#অব্যাহত আছে #দিহিং_পাটকাইত ্বংসযজ্ঞ ।
লগতে আপোনালোকে চাই লওঁক একমাত্ৰ আমাৰ কেমেৰাত বন্দী #দুষ্প্ৰাপ্য #পখিলা ।।
#অসমৰ সকলো প্ৰকৃতি প্ৰেমীসকলে দিহিং পাটকাইৰ বাবে অনুগ্ৰহ কৰি Share কৰিব ।

অব্যাহত আছে দিহিং পাটকাইত বন ধ্বংসযজ্ঞ । আজিৰ দৃশ্য অইলৰ ৩২ নংৰ খাদৰ সীমাৰ পৰা প্ৰায় ৩-৪ মিটাৰ বাহিৰত অভয়াৰণ্যৰ ...

05/09/2020
05/09/2020

#টাইপাৰ ফালৰ পৰা
সমূহ জ্ঞাতিবৰ্গলৈ নিমন্ত্ৰণ

তাৰিখ ৬ চেপ্তেম্বৰ ২০২০
সময় পুৱা ৯বজাৰ পৰা
স্থান : টিপাম দেওশাল

05/09/2020
28/08/2020
 #চাহপাতৰ ইমান দাম বৃদ্ধি পোৱাৰ পাছতো কিয় নাবাঢ়ে শান্তি কলঘৰত কেচাপাতৰ দাম, এজেন্টে কিন্তু বাহিৰৰ পৰা অনা চাহপাতক ৫০ ৰ ও...
26/08/2020

#চাহপাতৰ ইমান দাম বৃদ্ধি পোৱাৰ পাছতো কিয় নাবাঢ়ে শান্তি কলঘৰত কেচাপাতৰ দাম, এজেন্টে কিন্তু বাহিৰৰ পৰা অনা চাহপাতক ৫০ ৰ ওচৰা ওচৰিকৈ আৰু স্থানীয় বিলাকক ৩৩ কৈ কিয়? আমাৰ চাহ খেতিয়ক সকলক কিয় থগি লাখপতি হোৱাৰ দৌৰত চাহপাতৰ এজেন্ট আৰু বাগিছা কৰ্তৃপক্ষ, দল সংগঠনে শক্তিশালী পদক্ষেপ ল'ব লাগে ।

ভাদৈ পাঁচআলি ৰ আজিৰ বতৰ ৰ নমুনা।এতিয়ালৈকে ৩৯° তাপমান অভিলেখ কৰা হৈছে।
26/08/2020

ভাদৈ পাঁচআলি ৰ আজিৰ বতৰ ৰ নমুনা।
এতিয়ালৈকে ৩৯° তাপমান অভিলেখ কৰা হৈছে।

৭৪ বছৰৰ স্বাধীনতাৰ পাছতো চকুত নপৰা খিলঞ্জীয়া বাস কৰা গাঁৱৰ ৰাস্তাৰ এটি নমুনা ।। #অন্ত_নপৰে_গাঁৱবাসীৰ  #দুখ_আৰু_যন্ত্ৰণা
22/08/2020

৭৪ বছৰৰ স্বাধীনতাৰ পাছতো চকুত নপৰা খিলঞ্জীয়া বাস কৰা গাঁৱৰ ৰাস্তাৰ এটি নমুনা ।।

#অন্ত_নপৰে_গাঁৱবাসীৰ #দুখ_আৰু_যন্ত্ৰণা

Loophole of Developments 🙏🙏🙏
22/08/2020

Loophole of Developments 🙏🙏🙏

 #তেৰছ_গোৱালাৰ_উন্নয়নৰ_মডেলএজাক বৰষুণতে সৰি পৰিল লাখটকীয়া দেৱাল ।জানিব পৰা মতে, তাতকৈ ডাঙৰ কথাটো হ'ল পোৱা নাই বনুৱা সকলে...
21/08/2020

#তেৰছ_গোৱালাৰ_উন্নয়নৰ_মডেল
এজাক বৰষুণতে সৰি পৰিল লাখটকীয়া দেৱাল ।
জানিব পৰা মতে, তাতকৈ ডাঙৰ কথাটো হ'ল পোৱা নাই বনুৱা সকলে পাবলগীয়া মজুৰি ।
#পাপ_লাগিব মন্দিৰৰ ধন আত্মহাত কৰাসকলৰ । #হিন্দু_সকলে Share কৰক ।
স্থানঃ চৰাইপুং
তাৰিখঃ ২১ আগষ্ট ।

18/08/2020

#নাৰী_সৱলীকৰণৰ ক্ষেত্ৰত এক অভিলাষী পদক্ষেপঃ "অৰুনোদয়" আচনি ।। #প্ৰকৃত_হিতাধিকাৰীয়ে পাব লাগে আচনিৰ সুবিধা । ৰাইজৰ জ্ঞাতাৰ্থে প্ৰচাৰ কৰা হ'ল ।

অসমত এতিয়াও এনে বহু ঠাই আছে য'ত বহু নাৰীয়ে ধনৰ অভাৱত পৰ্যাপ্ত পুষ্টি লাভ কৰিবলৈ সক্ষম নহয় ফলত তেওঁলোকে অৰ্থনৈতিক স্বাৱলম্বীতাৰ যুজঁখনত নামিব পৰা নাই। এই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এক বৃহত্তম পদক্ষেপ হাতত লৈছে। বৰ্তমানৰ চৰকাৰখনে ২০২০-২১ বৰ্ষৰ বাজেটত মাননীয় বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অষ্টাদশ উন্নয়নৰ মুকুতামালাৰ সৰ্ববৃহৎ, অনন্য তথা প্ৰথমটো মুকুতা "অৰুনোদয়" মুকলি কৰাৰ লগতে কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰাৰ কাৰণে ১১ আগষ্টত যি সিদ্ধান্ত লৈছে সেয়া আদৰণি জনাইছে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ দাসে ।
#বাজেটৰ ঘোষণা অনুসৰি আজিৰ পৰা আৰম্ভ হ’বলগীয়া এই সৰ্ববৃহৎ ২,৮০০,০০ কোটি টকা বাজেটৰ এই অভিলাসী আঁচনিখনে অসমৰ নাৰী সমাজৰ উত্থানত বিশেষ ভুমিকা ল'ব। এই আঁচনিৰ অধীনত বছৰি ২ লাখ টকাৰ তলৰ আয়ৰ প্ৰতিটো পৰিয়ালৰ তত্বাৱধায়ক ৰূপে থকা মহিলাগৰাকীয়ে প্ৰতি মাহে বেংক যোগে ৮৩০ টকাকৈ লাভ কৰিব যি বছৰি হ'বগৈ প্ৰায় ১০ হাজাৰ টকা। এই ৮৩০ টকাৰ ঔষধ ক্ৰয়ৰ বাবে থাকিব ৪০০ টকা, ৪ কি:গ্ৰা: ৰেচনৰ ৫০% ৰাজসাহাৰ্যৰ বাবে থাকিব ২০০ টকা,৪ কি:গ্ৰা: চেনীৰ ৫০% ৰাজসাহাৰ্যৰ বাবে থাকিব ৮০ টকা আৰু ফল-মূল,পাচলিৰ বাবে থাকিব ১৫০ টকা। আনহাতে এই আঁচনিৰ সুবিধা যাতে সঁচাকৈয়ে যোগ্যজনে লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ঘৰত ৱাচিং মেচিন , এচি, ৰেফ্ৰীজাৰেটৰ, ৱাচিং মেচিন , টেক্টৰ , চাৰিচকীয়া বাহন, বেটাৰীচালিত নাওঁ , ১৫ বিঘাতকৈ অধিক ভূমি আদি থকা পৰিয়াল বা ভিন্ন ক্ষেত্ৰত জড়িত চৰকাৰী ঠিকাদাৰ আদিক আচনিখনৰ পৰিসৰৰ পৰা বৰ্জন কৰি অবিবাহিত , বিবাহ বিচ্ছেদ হোৱা মহিলা,বিধৱা আদিক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। সঁচাকৈয়ে এইখন এখন অভিলাসী আঁচনি যি আচনিৰ জৰিয়তে বহু দৰিদ্ৰ মহিলাই কিছু হ'লেও সকাহ পাব আৰু পৰ্যাপ্ত পুষ্টি লাভ কৰি অৰ্থনৈতিক স্বাৱলম্বীতাৰ যুজঁখনত সবল নেতৃত্ব দিব পাৰিব।।

বিধ্বস্ত পথ -আধাৰশিলাৰ ৰাজনীতি
18/08/2020

বিধ্বস্ত পথ -আধাৰশিলাৰ ৰাজনীতি

ৰামধেনু-ভাদৈৰ আকাশত ।। ১৬ আগষ্ট
16/08/2020

ৰামধেনু-ভাদৈৰ আকাশত ।। ১৬ আগষ্ট

তাপলি মাৰা নতুন গাঁও পঞ্চায়তৰ শুদ্ধ বালিৰ ৰাস্তা, এয়া কিহৰ প্ৰস্তুতি, উন্নয়নৰ নে দুৰ্নীতিৰ ?? #স্থানঃ ২ নং বৰপথাৰৰ  #সময়...
13/08/2020

তাপলি মাৰা নতুন গাঁও পঞ্চায়তৰ শুদ্ধ বালিৰ ৰাস্তা, এয়া কিহৰ প্ৰস্তুতি, উন্নয়নৰ নে দুৰ্নীতিৰ ??
#স্থানঃ ২ নং বৰপথাৰৰ
#সময়ঃ দুপৰীয়া ১ , ১৩ আগষ্ট

Terosh Gowalla

ৱাৰ্ড মেম্বাৰ -স্বামী আৰু সংগো পাংঙু ঠিকাদাৰঃ দুখীয়া মানুহৰ নামত ১ লাখ ৩০ হাজাৰ আহে তাৰ পৰা ১ টকাও ৰাইজৰ প্ৰতিনিধিয়ে উপয...
12/08/2020

ৱাৰ্ড মেম্বাৰ -স্বামী আৰু সংগো পাংঙু ঠিকাদাৰঃ
দুখীয়া মানুহৰ নামত ১ লাখ ৩০ হাজাৰ আহে তাৰ পৰা ১ টকাও ৰাইজৰ প্ৰতিনিধিয়ে উপযাচি দিলেও ল'ব লাগে জানো ?
#অভিযোগ অলেখঃ প্ৰমাণৰ বাবে হিতাধিকাৰী বিলাগৰ সৰহ সংখ্যকে বিপদত পৰিম বুলি অভিযোগ নিদিয়ে, ৰাইজে য'তে পায় ফেচবুক, Whatsapp সকলোতে কথাবোৰ ডাঙি ধৰক, এইবোৰ তেতিয়া সংবাদ মাধ্যমে পাই যাব, আনকি চৰকাৰ আৰু জিলা উপায়ুক্তও এনেদৰে দুৰ্নীতিৰ খৱৰবোৰ পাই যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব । ধমকি দি পঞ্চায়তৰ বাকী বছৰবোৰ আৰু আকৌ জিকি আৰু ৫ বছৰ খাবলৈ আশা কৰি থকাসকলক তলত উল্লেখ কৰা বিন্দুসমূহ শুধৰাবলৈ অনুৰোধ কৰা হ'ল ।

১) চৰকাৰী নিয়ম অনুসৰি যিমান দীঘল-পুতল, দৰ্জা, খিৰিকী আদি লগাব লাগে লগাওক ।
২) ঘৰ দিয়াৰ নামত ২০০০ বা ততোধিক যি লৈছে ঘূৰাই দিয়ক, দুখীয়াজনৰ উপকাৰ হ'ব।
৩) নিজৰ ঘৰৰ সন্মুখৰ ৰাস্তা বনাওতে সমিতি বনাইছেনে? আৰু সমিতিখনত কোন আছে? নিজাববীয়াকৈ নিম্নমানদণ্ডৰ ৰাস্তা বনোৱা বন্ধ কৰক । #স্বজন_তোষণ বন্ধ কৰক ।
৩) লাখ টকা লোন পাব বুলি ১০০০ আৰু ২০০০ কৈ পইচা যে উঠাইছিল-ঘূৰাই দিয়ক । এই বিষয়ত যিসকলৰ পৰা লৈছিল তেওঁলোকে একো নকৈ বুলি নেভাবিব । আপোনাৰ কেলেংকাৰী তেওঁলোকে নিজে ফাদিল কৰিব অতি সোনকালে ।
৪) Death Certificate উলিয়াবলৈ ৩০,০০০ টকা কেতিয়াৰ পৰা হ'ল, ঘৰ পোৱাৰ পাছত মৃত্যু হোৱা ঘৰৰ মানুহে ঘৰটো যদি পাব পাৰে তেন্তে ইমান টকা আপোনালোকক নিদিলেও পাব । এইবোৰ অভিযোগহে-সত্য প্ৰমাণিত কৰিবলৈ ভুক্তভোগীসকলে ৰাইজে নিজে আগবাঢ়ি আহিব লাগিব, লগতে দল সংগঠনেও সহায় কৰিব লাগিব তেওঁলোকৰ সাহস হৈ কাষত থিয় দি ।।

#প্ৰমাণেৰে ভৰি আছে চাৰিওফালে, আমি প্ৰমাণ গোটাবলৈ ৰাইজৰ সহায় বিচাৰিছো । কিছুমানে ইতিমধ্যে আমাক প্ৰমাণ দিছে, কিন্তু আমি প্ৰকাশ বৰ্তমানে এই কাৰণেই কৰা নাই যে-ৰাইজৰ ঘৰ কেইটাৰ শেষৰ কিষ্টিৰ ধন পাব আছে তাত আপোনালোকে গৰবৰ নকৰি-উন্নত মানদণ্ডৰ কৰি তোলক । আপোনালোকে যিমানে খাব, যিমানেই থগিব-সিমানেই প্ৰমাণ আহি থাকিব ।। দুৰ্নীতি বিৰোধী শক্তি সমূহক অলপমান সক্ৰিয় হ'বলৈ অনুৰোধ জনোৱা হ'ল ।

কভিদ ১৯ৰ গণ স‍ংক্ৰমণৰ‌ আশ‍ংকাত দুলিয়াজানৰ বকুলনী চাৰিআলিৰ ব্যৱসায়ী সন্থাই সাত দিনৰ বাবে (১০/৮/২০২০ ৰ গধূলি ৫বজাৰ পৰা ১৭...
09/08/2020

কভিদ ১৯ৰ গণ স‍ংক্ৰমণৰ‌ আশ‍ংকাত দুলিয়াজানৰ বকুলনী চাৰিআলিৰ ব্যৱসায়ী সন্থাই সাত দিনৰ বাবে (১০/৮/২০২০ ৰ গধূলি ৫বজাৰ পৰা ১৭/৮/২০২০ ৰ গধূলি ৫ বজালৈ ) দোকান পোহাৰ সম্পূৰ্ণ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 Weather at Bhadoi Panchali ভাদৈ পাঁচআলিTime- 2.50 pmTemperature: 38°CIsn't it too hot? Comment how you are  feeling rig...
04/08/2020



Weather at Bhadoi Panchali ভাদৈ পাঁচআলি

Time- 2.50 pm
Temperature: 38°C

Isn't it too hot? Comment how you are feeling right now...

খেতিৰ শেষ পৰ্যায়ত - বৰ(ডাঙৰ) পথাৰখন
25/07/2020

খেতিৰ শেষ পৰ্যায়ত - বৰ(ডাঙৰ) পথাৰখন

21/07/2020

ভাদৈ-বকুলনী সংযোগী নীপকোৰ ওচৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক সুখেশ্বৰ চেতিয়াৰ ঘৰৰ ওচৰৰ #দলংখনৰ বৰ্তমানৰ অৱস্থা ।। এনে অৱস্থাত থাকিলে যিকোনো মূহুৰ্ততে খহি ভাঙি পৰিব পাৰে দলংখন ।। সেইফালে যাব লগা থাকিলে বৰ্তমান গাড়ীত গ'লে বিপদজনক হ'ব পাৰে বুলি ৰাইজক কথাষাৰ জনাই দিয়া হ'ল ।।

#বিতং বাতৰিৰ বাবে অপেক্ষা কৰক ।।

Address


Website

Alerts

Be the first to know and let us send you an email when Bhadoi Panchali ৰ স্থানীয় খৱৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share