prnati Assam

prnati Assam Assamese Vloger

30/01/2025

আজিকালি বিলাহীৰ লগত চাহ খাই🍅☕ ডাঙৰ ভোজ চলিছে। 🤷 @
@

13/12/2024

ক'ম ঠাইতে লাই পুলি পচাঁলো।

18/10/2024

সকলোকে কাটি বিহুৰ শুভেচ্ছাৰে🪔🪔🙏 .



@
@

17/10/2024

লক্ষিমীক আমি কেনেকৈ আদৰো। @
@

20/09/2024

#প্ৰহেলিকা বৰুৱাই পৰ পুৰুষৰ প্ৰেমত পৰাৰ বাবেই আজি এই ঘটনা হবলৈ পালে। 🫢.

08/09/2024

চুমিৰ বাবেই আজি প্ৰজন্মই গান গাবলৈও সুযোগ লাভ কৰিছে।

07/09/2024

চেৰেংকৈ লাগি গ'ল সঁচাই। চুমি বৰা বৰ্তমান ক'ত লোকাই আছে।@ followers

05/09/2024

🙏নমস্কাৰ মোৰ pranati Assam পেইজটোলৈ সকলো বন্ধু-বান্ধৱীকে স্বাগতম জনাইছোঁ 🙏 হৎথাতে মোৰ গাটো বেয়া হোৱাত মোৰ মালৈ মনত পৰি আহিল। লগতে মোৰ মনৰ কথা অকণমানো আপোনালোকৰ আগত চেয়াৰ কৰিলোঁ। ভোল হ'লে ক্ষমা কৰিব। ধন্যবাদ 🙏😊

17/07/2024

সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ৷ 🙏🏻

13/07/2024
22/06/2024

🙏🏻মোৰ মৰমৰ বন্ধু-বান্ধৱী সকল মোৰ "প্ৰণতি আছাম "পেজটোলৈ সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ৷ লগতে লাইক /কমেণ্ট কৰিব বুলি আশা কৰিলোঁ৷😊ধন্যবাদ 😊 জয় আই অসম 🙏🏻

17/05/2024

🙏🏻নমস্কাৰ জনাই সকলো বন্ধু-বান্ধৱীকে মোৰ "প্ৰণতি আছাম" পেজটোলৈ স্বাগতম জনাইছোঁ৷

04/05/2024

সকলো বন্ধু-বান্ধৱীকে মোৰ পণতি আছাম পেজটোলৈ স্বাগতম জনাইছোঁ৷ 🙏🏻

Address


Website

Alerts

Be the first to know and let us send you an email when prnati Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share