Biju mahatoo

Biju mahatoo my life my role

দশম শ্ৰেণীৰ বিদায় সভাৰ ফটো -2022
26/02/2022

দশম শ্ৰেণীৰ বিদায় সভাৰ ফটো -2022

Aji Dhira Gowla Dar lgt  Orangr akhaj t
20/02/2022

Aji Dhira Gowla Dar lgt Orangr akhaj t

16/08/2021
02/05/2021
With my sis...
02/05/2021

With my sis...

Sister's wedding at Dibrugarh
03/03/2021

Sister's wedding at Dibrugarh

20/02/2021

Under Ground wiring at KBR college..

At Orang National park
17/02/2021

At Orang National park

Saraswati Puja pic
17/02/2021

Saraswati Puja pic

31/01/2021
02/12/2020
18/09/2020
10/08/2020

ক্ৰমিক নং:- ৭৭
প্ৰতিযোগীৰ নাম :-পুস্পা মাহাতো
ঠিকনা :- ওৰাং
জিলা:-উদালগুৰি

ফেচবুক পৃষ্ঠাৰ(Page) সৌজন্যত আগন্তুক অসমভিত্তিক কৰম পৰৱ ৰ উপলক্ষে এখনি ফটো প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। গতিকে আমি আপোনালোকৰ সহায় ও সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ।
------------------------------------------------------------
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্ৰাৰ্থীসকলে -
🔹আমালৈ WhatsApp যোগে প্ৰাৰ্থীৰ একোটাকৈ ফটো প্ৰেৰণ কৰিব লাগিব। (চেল্ফি গ্ৰহণ কৰা নহব)
🔹ফটোখনৰ লগতে প্ৰতিযোগি গৰাকীৰ নিজৰ নাম, ঠিকনা লিখি আমালৈ পঠিয়াব লাগিব।
🔹ফটোসমূহ মাৰ্জিত সাজপোছাক (পৰম্পপৰাগত সাজ) পৰিধান কৰা হব লাগিব।
🔹প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীৰ বয়সৰ কোনো সীমা ৰখা হোৱা নাই। যিকোনো বয়সীয়া মানুহে প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিব পাৰিব।
🔹মুঠ দুগৰাকী বিজয়ী প্ৰতিযোগী ঘোষণা কৰা হৱ। (1St & 2Nd)
🔹ফটোসমূহ @ Mor_Sona/officialPage ত আপলড কৰা হৱ।
🔹প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ হলে আপুনি আমাৰ page খন like আৰু follow কৰাটো বাধ্যতামূলক।
------------------------------------------------------------
সাৱধানতা-
🔹অবৈধভাৱে ৰিয়েক্ট আৰু শ্বেয়াৰ সংগ্ৰহ কৰিব চেষ্টা কৰা প্ৰতিযোগীক কোনো কাৰণবিহীনভাৱে প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰা হৱ।
🔹এজন ব্যক্তিয়ে এটাহে শ্বেয়াৰ কৰিব পাৰিব।
------------------------------------------------------------

🔹ৰিয়েক্ট(like আৰু Share ওপৰত নিৰ্ভৰ কৰি বিজয়ী গৰাকী নিৰ্বাচিত কৰা হ'ব,
১টা লাইক= ১ টা ভোট
১টা Share= ৫ টা ভোট

আপুনি আমালৈ ফটো প্ৰেৰণ কৰাৰ সময়সীমা :-
প্ৰতিযোগিতাৰ সময়: ৯/৮/২০২০ পুৱা ৭ বজাৰ পৰা ৩০/৮/২০২০ ৰাতি ৭ বজাৰ ভিতৰত আমালৈ প্ৰেৰণ কৰা ফটো সমুহ প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব । আৰু এক সপ্তাহৰ ভিতৰতে বিজয়ীৰ নাম ঘোষণা কৰা হব

(আমাৰ পৃষ্ঠাৰ WhatsApp নম্বৰ, যত আপোনালোকে প্ৰতিযোগিতাৰ বাবে ফটো প্ৰেৰণ কৰিব )
🔻
8638496583
8011231052

🔺বিজয়ী প্ৰতিযোগীগৰাকীক আকৰ্ষণীয়কৈ উপহাৰেৰে পুৰস্কৃত কৰা হৱ।
1st prize: 500 recharge..or cash 500 R's
2nd prize: 300 recharge..or cash 300 R's

বি:দ্ৰ: আপোনাৰ ফোন নং ৰ সুৰক্ষা সম্পূৰ্ণ আমাৰ হাতত।

...

05/08/2020

My love 😍😍❤️❤️

Good morning 🌞🌞
28/07/2020

Good morning 🌞🌞

14/07/2020

Gan to ako abar xunok..

05/07/2020

ভৱেশ শ্বাহ নামৰ লোক এগৰাকীয়ে ধৰ্ষণত লিপ্ত হোৱাৰ গোচৰ ৰুজু হৈছিল ২০১৯ চনত৷ শ্বেতা জাদেজাই সেই গোচৰৰ অনুসন্ধান কৰ...

25/06/2020
25/06/2020

মদ খুৱাই ৰাজনীতি কৰা বোৰে অলপ ভাল কৈ চাব ।

25/06/2020
23/06/2020

ছয় জনগোষ্ঠীৰ বিৰোধিতা কৰা প্ৰমোদ বড়ো এতিয়া কিয় আদিবাসী, কোচ ৰাজবংশী আদিৰ ভোটৰ পিছত লাগি আছে? এবছুৰ সভাপতি হৈ থকা সময়ত দিনে ৰাতি দিল্লী, দিছপুৰ, ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি আছিল আৰু এতিয়া সকলোকে সম অধিকাৰ দিম বুলি কয় , ৰাইজ অলপ ভাবক..

11/06/2020

Again ata banalo

11/06/2020

Just practice..

14/04/2020

🙏🙏🙏অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ লগতে ঘৰৰ পৰিয়ালৰ অনাগত দিন বোৰ সুখৰ হওঁক তাৰেই কামনাৰে💝💝💝

❤❤❤ Happy Rongali bihu ❤❤❤
🙏 2020🙏

25/03/2020

"CORONA VIRUS'S"ৰ পৰা সৃষ্টি হোৱা এই মহামায়ী আতংকৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ সু- স্বাস্থ্যৰ কথা চিন্তা কৰি যি সকল পুলিচ- প্ৰশাসন আৰু মেডিকেল আদিৰ বিষয়-ববিয়াই নিজৰ কৰ্মত ব্যস্ত হৈ ৰাইজৰ বাবে কাম কৰি আছে এই প্ৰশাসন আৰু মেডিকেল ৰ সমূহ কৰ্ম-কৰ্তাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘ্যয়ো কামনা কৰিছোঁ।
ধন্যবাদ......

Great decision ,
24/03/2020

Great decision ,

24/03/2020

21 দিনৰ বাবে সমগ্র দেশতে লক ডাউন ঘোষণা,
সকলোৱে সহযোগ কৰক ■

ক === কোনেও
ৰ ===ৰাস্তাত
না==== নোলাব-- দেই
নিজৰ ঘৰ খন নিজেই সুৰক্ষিত কৰোঁ আহক আৰু ৰাইজকো সজাগ কৰক ।

22/03/2020

""CORONA VIRUS"" ৰ কাৰণে সকলো বন্ধ হৈছে যদিওঁ বাগান সমূহ বন্ধ হোৱা নাই কিয়?

আজি মাজবাটৰ বাপুজী ভৱনত ৩৯ নং পাচনৈ চেৰফাং বিপিএফ দলৰ নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰাৰ কিছু দৃশ্য।
18/03/2020

আজি মাজবাটৰ বাপুজী ভৱনত ৩৯ নং পাচনৈ চেৰফাং বিপিএফ দলৰ নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰাৰ কিছু দৃশ্য।

26/01/2020

২১ তম ত্ৰি বাৰ্ষিক অধিবেশন ২০২০
দিনাংক :- ৩১ জানুৱাৰী , ১ আৰু ২ ফেব্ৰুৱাৰী
অসম কুর্মি সমাজ

26/01/2020

২১তম ত্ৰি বাৰ্ষিক অধিবশন ২০২০
দিনাংক :- ৩১ জানুৱাৰী , ১ আৰু ২ ফেব্ৰুৱাৰী
অসম কূৰ্মি সমাজ
১০০০ নাচনী আৰু ২০০ ঢুলীয়াৰ প্ৰদৰ্শনী নৃত্যৰ প্ৰস্তুতি

16/01/2020
With Moniram Da
16/01/2020

With Moniram Da

At Baksa..( Barama)
10/01/2020

At Baksa..( Barama)

Address

15no

784114

Telephone

08011938635

Website

Alerts

Be the first to know and let us send you an email when Biju mahatoo posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share