ʟᴏɴᴇʟʏ ʙɪᴛᴄʜ

  • Home
  • ʟᴏɴᴇʟʏ ʙɪᴛᴄʜ

ʟᴏɴᴇʟʏ ʙɪᴛᴄʜ This is a Local Web Portel in Assam

28/07/2023

⚫এজন আৰক্ষী জোৱানৰ প্ৰশিক্ষণ চলি থকাৰ সময়তে নিজে লিখি গোৱা গান

⚫শুনিবছোন এবাৰ আপোনিও ......

19/07/2023

কোন অসমীয়াৰ লৰা আছে উচ্চ শিক্ষা গ্ৰহণ কৰি পথাৰত এনেকৈ কাম কৰিব ,......
সামাজিক মাধ্যমত ভাইৰেল মিঞা আৰফান আলীৰ প্ৰত্যুত্তৰ

18/07/2023

জেছমিনা আকতাৰৰ কণ্ঠত এটি গোৱালপৰীয়া গীত

বৰপেটা বিলাসীপাৰাত আকাশী ষ্টুডিঅ'ত কণ্ঠশিল্পী জেছমিনা আকতাৰৰ কণ্ঠত এটি গোৱালপৰীয়া গীত!!

হস্তীৰ কন্যা হস্তীৰ কন্যা বামনেৰ নাৰী!!

08/07/2023

বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা।
থিতাতে নিহত দুজন ।

বৰপেটাৰোডৰ শিমলাগুৰীত ৩১ ৰাষ্ট্ৰীয় ঘাইপথত তীব্রবেগী আলট্ৰা বাছে মহতিয়াই নিলে দু ই বাইক আৰোহিক।

বাইক আৰু এখন বাছৰ মাজত মুখামুখি সংঘৰ্ষ ৰ ফলত সংঘটিত হয় এই দূৰ্ঘটনাটো

29/06/2023

আজি বাক্সা জিলাৰ বুনমাজা পাথাৰত ৰাইজে ড্ৰাগছ সহ আটক কৰে এগৰাকী ড্ৰাগছ মাফীয়াক!

ইতিমধ্যে ঘটনা স্থলীত উপস্থিত গোৱৰ্দ্ধনা আৰক্ষী!

23/06/2023

১ জুলাইত গুৱাহাটীলৈ আহিব ছানী লিয়নী।

22/06/2023
22/06/2023

অসমত ভয়ংকৰ বান পৰিস্থিতি।

LPG ৰ মূল্য বৃদ্ধি,খাদ্য সংকট, সংকটত ঘৰচীয়া প্ৰানীৰ জীৱন-শৈলী।



Axom media 24 NE Axom Media 24

19/06/2023

সদৌ BTC সংখ্যালঘূ ছাত্ৰ সন্থা এ.বি.এমছুৰ. শালবাৰী জিলা সমিতি'ৰ অন্তৰ্গত কালপানী আঞ্চলিক সমিতিৰ পুৰনি সমিতি ভংগ কৰি নতুন সমিতি গঠন।

18/06/2023

বৰপেটাৰোডৰ উদীয়মান শিল্পী কুমাৰ ৰঞ্জনৰ কণ্ঠত সুন্দৰ গীত

14/06/2023

ষষ্ঠ বাৰ্ষিক সদৌ অসম ছিনিয়ৰ পেঞ্চাক ছিলাট‌ সমৰ কলাত বৰপেটাৰোডত দুটাকৈ সোনৰ পদক।

06/06/2023

বৰপেটাৰ বিলাসীপাৰা জামে মছজিদৰ ঈমাম আয়ুব আলী চাহাবৰ পৱিত্ৰ হজলৈ যাত্ৰা

বৃহত্তৰ বিলাসীপাৰা অঞ্চলৰ ৰাইজে মিলি পৱিত্ৰ হজলৈ পঠিওৱালে আদৰ্শ ইমাম আয়ুৱ আলী চাহাবক

24/05/2023

♦️খাৰিজা বিজনীবাসী লৈ সুখবৰ।

♦️বাক্সাৰ খাৰিজা বিজনীৰ মিলন বজাৰত হিটাছী এ.টি.এম মেচিনৰ শুভ উদ্বোধন।

23/05/2023

♦️জেছমিনা আকতাৰৰ কণ্ঠত এটি সুন্দৰ গীত

♦️বৰপেটা বিলাসীপাৰাত আকাশী ষ্টুডিঅ'ত কণ্ঠশিল্পী জেছমিনা আকতাৰৰ কণ্ঠত এটি বাংলা গীত

23/05/2023

বৰপেটাৰ আনন্দপুৰৰ ADP হজৰত ওচমান গনি মডেল একাডেমীত চমকপ্ৰদ ফলাফল

বিদ্যালয় খনত এগৰাকী শিক্ষাৰ্থী ওৱাতিফা নাজমিন আহমেদে ৯১ শতাংশ নম্বৰ সহ ছয়টা বিষয়ত লেটাৰ পাই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে ।

22/05/2023

🔴বৰপেটাৰোড আৰক্ষীৰ বৃহৎ সফলতা।

🔴বৰপেটাৰোডৰ আল - আমিন নগৰত ড্ৰাগছসহ এজন ড্ৰাগছ মাফিয়া আটক।

22/05/2023

বৰপেটাৰ গোৱৰ্দ্ধনা হাই স্কুলত চমকপ্ৰদ ফলাফল

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গোৱৰ্দ্ধনা হাই স্কুলত আনন্দৰ লহৰ।

ডিষ্টেনচন আৰু ষ্টাৰ মাৰ্কসহ ছিদ্দিক আলী আৰু ছালমা পাৰবিনক প্ৰধান শিক্ষকে জনালে সম্বোৰ্ধনা।্

Address


Website

Alerts

Be the first to know and let us send you an email when ʟᴏɴᴇʟʏ ʙɪᴛᴄʜ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share