Uddipta Borthakur

  • Home
  • Uddipta Borthakur

Uddipta Borthakur অসমীয়া
FOUNDER, OWNER, TEACHER AT NAKHYATRA TUTORIALS
12K+ Subscribers On YouTube
YOUTH SPEAKER
SOCIAL AND STUDENT ACTIVIST

ॐ जयन्ती मंगला काली भद्रकाली कपालिनी। दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तुते।।মা দূৰ্গা দেৱীৰ মহা সপ্তমী পূজা ...
21/10/2023

ॐ जयन्ती मंगला काली भद्रकाली कपालिनी। दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तुते।।

মা দূৰ্গা দেৱীৰ মহা সপ্তমী পূজা উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ......

এমুঠি হাঁহি !
04/10/2022

এমুঠি হাঁহি !

The best memories are usually unplanned, random and spontaneous🌿
14/12/2021

The best memories are usually unplanned, random and spontaneous🌿

জীবনৰ আবেলি বুকুতেই বান্ধি আৱেগৰ টোপোলাবোৰ...ভাগৰি পৰিলে খামুচি ধৰিম আজিও দেখোঁ আমি নতুন... 💙
14/10/2021

জীবনৰ আবেলি বুকুতেই বান্ধি আৱেগৰ টোপোলাবোৰ...ভাগৰি পৰিলে খামুচি ধৰিম আজিও দেখোঁ আমি নতুন... 💙

01/08/2021

HSLC and HS Students Must watch ✅

28/05/2021

World Menstrual Hygiene Day 🎉

19/05/2021

কি পঢ়িলে বেছি ভাল 🤔

শিৱসাগৰৰ বুৰঞ্জীৰ পাতত এক নব্য সংযোজন ❤️ আহি আছে সিংহৰ দৰে গৰজি উঠিব বিধান সভাত 🔥
02/05/2021

শিৱসাগৰৰ বুৰঞ্জীৰ পাতত এক নব্য সংযোজন ❤️ আহি আছে সিংহৰ দৰে গৰজি উঠিব বিধান সভাত 🔥

25/03/2021

আমি একো পাহৰা নাই 🔥

আকাশ চুবৰ মন ❤️
20/02/2021

আকাশ চুবৰ মন ❤️

Sarawati Puja 2021❤️
17/02/2021

Sarawati Puja 2021❤️

21/01/2021

নমস্কাৰ মোৰ নাম সুৰজিত শইকীয়া।মোৰ ঘৰ শিৱসাগৰত।মই শিৱসাগৰ কলেজৰ পৰা শিক্ষাতত্ব বিভাগত স্নাতক ডিগ্ৰী লৈ যোৰহাট শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈছিলোঁ।মই নৃত্য কৰি ভাল পাওঁ বাবেই নৃত্যক মই মোৰ জীৱনৰ মূল উদ্দেশ্য বুলি ভাৱি মোৰ স্কুল কলেজ সকলোতে নিজৰ এক সুকীয়া স্থান বনাবলৈ সক্ষম হৈছিলোঁ।লগতে মই এজন নৃত্য প্ৰশিক্ষক হিচাপে বিভিন্ন স্থানত অসমৰ ভিতৰে আৰু বাহিৰে কাম কৰি আহিছো।মোৰ আইক লৈ বৰ্তমান মই অসমৰ বাহিৰত অৰ্থাৎ বাংগাল'ৰৰ নাৰায়ণ মজুমদাৰ হস্পিটেলত আছোহি। অসমত বহুতো বিভিন্ন ধৰণে চিকিৎসা কৰিছিলোঁ যদিও ভাল নোপোৱাৰ বাবে আৰু উন্নত চিকিৎসাৰ বাবে অৱশেষত আমি ইয়ালৈ ঢপলিয়াই আহিছিলোঁ।মাৰ ৰাজহাড়ৰ ভিতৰত অৱস্থিত (SPINEL CORD TUMER) জটিল টিউমাৰ বাবে ডক্টৰে আমাক মাত্ৰ তিনি দিন সময় দিছে।যদি সোনকালে কৰা নহয় তেখেত সম্পূৰ্ণ ভাবে শাৰীৰিক ভাবে অৱশ হৈ পৰিব আৰু বিভিন্ন ধৰণৰ সমস্যা হব। আৰু বহুটো কষ্টকৰ symptoms মাৰ শৰীৰত প্ৰতিদিনে আমি যিহেতু দেখিব পাইছোঁ। আমি বৰ্তমান কি কৰিম উপাইবিহীন।ইতিমধ্যে আমি বহুত পইচা খৰছ কৰিছোঁ।বৰ্তমান মাৰ অপাৰেচন বাবে ডক্টৰে আমাক তিনি দিনৰ ভিতৰত 2 লাখ ৭২ হাজাৰ টকা জমা দিব কৈছে আৰু বাকী প্ৰয়োজনীয় হব লগীয়া খৰছ খিনি মিলাই আমাক অতিকমেও 4 লাখ টকাৰ ওপৰত পইচা প্ৰয়োজন।আমি থকা খোৱা আৰু উভতি যোৱাৰ কথা বাদে দিছোঁ কিন্তু মাৰ অপাৰেচন টো কৰিবৰ বাবেও যদি সকলোৱে মোক সহায় কৰে মই যেন পুনৰ জীৱন দান পাম লগতে মোৰ মাক ঘূৰাই পাম।
ডক্টৰে বহুতো কথা জানিব দিছে মোক যদিও এই সকলোখিনি খুলি কবলৈ অসুবিধা যদি বিচাৰে মোক ফোন কৰিব মই বৰ্তমান চিন্তাত আৰু মানসিক ভাৰসাম্যতা লাহেকৈ হেৰুৱাইছো।কিন্তু মাৰ সাহসৰ বাবে মই এক বিন্দু দুখ প্ৰকাশ কৰা যদিও তেওঁ যথেষ্ট কষ্টত ক্লান্ত হৈ পৰিছে।মোক সহায় কৰক মই আপোনালোকক কাতৰ অনুৰোধ কৰিছোঁ।মাৰ সকলো নথি পত্ৰ মই লগত দিছোঁ।
Surajit Saikia
Account no-33336347028
Ifsc-SBIN0000182
Google pay-8638204102

Hello Everyone,

Myself Surajit Saikia, a blessed son of a strong mother. From the last some months a tragedy has hit our lives when my mother has been recognised with a life threatening disease, a tumor is found in her spinal cord which needs to operated as soon as possible, right now she is being admitted in Narayan Hridalaya Hospital Bangalore. If she will not be operated in next 3 to 4 days , we have a fear that she will be permanently paralised, but due to our financial condition, we are not able to afford all the expances, therefore i am here to request you all to help me whatever way possible, if you can't help me financially, please share this message as much as possible, all the treatment details of my mother are given with this message and also my account details . Do help 🙏
Name:- Surajit Saikia
Account No.:- 33336347028
IFSC:- SBIN0000182
Google Pay:- 8638204102

আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈকে ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ  । #মাঘবিহু  #মাঘবিহু2021
14/01/2021

আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈকে ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ ।
#মাঘবিহু #মাঘবিহু2021

Sometimes , A Break From Your Routine Life Is The Very Thing You Need 💚
11/01/2021

Sometimes , A Break From Your Routine Life Is The Very Thing You Need 💚

Smiling Is My Favourite Excercise 😉
29/12/2020

Smiling Is My Favourite Excercise 😉


25/12/2020
সপোনবোৰ আছে বাবে মই আছোঁ 💚
14/12/2020

সপোনবোৰ আছে বাবে মই আছোঁ 💚

13/12/2020

95K Views Celebration 🥳🎉

যেতিয়া সময় সলনি হয়, সময়ৰ লগতে আমিবোৰ আৰু আমাৰ  সম্পৰ্ক বোৰো সলনি হয়। এই ব্যস্ত আৰু যান্ত্ৰিক পৃথিৱীত আপোন বুলিবলৈ থাকি য...
11/12/2020

যেতিয়া সময় সলনি হয়, সময়ৰ লগতে আমিবোৰ আৰু আমাৰ সম্পৰ্ক বোৰো সলনি হয়। এই ব্যস্ত আৰু যান্ত্ৰিক পৃথিৱীত আপোন বুলিবলৈ থাকি যায় কেৱল আঙুলি মূৰত গণিব পৰা কেইজনমান মানু্হ। আৰু এই আঙুলি মূৰত গণিব পৰা সম্পৰ্ক বোৰেই সময়ৰ লগে লগে আৰু বেছি গভীৰ হয়, সময়ৰ খোজত আৰু বেছি আপোন হয়। অনন্যা বা আৰু মোৰ সম্পৰ্ক বোৰো তেনেকুৱাই।তেজৰ আপোন নহয় যদিও তেজৰ আপোন মানুহবোৰতকৈ কোনো গুনেই কম নহয় আমাৰ এই সম্পৰ্ক। তোমাৰ যুগ্মজীৱনৰ বহুত বহুত মৰম শুভকামনা থাকিল। তোমাৰ সকলো ভাল হওঁক।মোৰ ফালৰ পৰা থাকিল বহুত বহুত মৰম আৰু শুভেচ্ছা❤️

Celebrating 21 Years Of Friendship With ককা ❤️
29/11/2020

Celebrating 21 Years Of Friendship With ককা ❤️

Let the blue of the sky and ocean take your blue away when you feel blue💙
26/11/2020

Let the blue of the sky and ocean take your blue away when you feel blue💙


মনলে উভতি আহে লৰালি 💚একে আছোঁ নে বহুত সলনি হলোঁ 🙄       #1999
19/11/2020

মনলে উভতি আহে লৰালি 💚
একে আছোঁ নে বহুত সলনি হলোঁ 🙄

#1999

Celebrate Diwali With Lights Not With Sounds ❤️ পোহৰৰ উৎসৱ দীপাৱলীৰ এই শুভক্ষণত মই জনাইছো মোৰ আন্তৰিক শুভ-কামনা । দীপাৱল...
14/11/2020

Celebrate Diwali With Lights Not With Sounds ❤️ পোহৰৰ উৎসৱ দীপাৱলীৰ এই শুভক্ষণত মই জনাইছো মোৰ আন্তৰিক শুভ-কামনা । দীপাৱলীৰ আলোকে সকলোৰে বাবে কঢ়িয়াই আনক আশাৰ বতৰা ❤️

Address


Alerts

Be the first to know and let us send you an email when Uddipta Borthakur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Uddipta Borthakur:

Videos

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share