G News

G News Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from G News, Media/News Company, .

07/11/2023

পিতৃৰ পদাংক অনুসৰণ কৰি স্কুলৰ প্ৰতিষ্ঠা দিৱসত কণমানি পুত্ৰ বিস্ময় জ্যোতিয়ে নাগাৰা বজাই পিতৃৰ বাঁহীৰ সুৰক দিলে অধিক শক্তি

05/11/2023

প্ৰজা পিতা ব্ৰহ্ম কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ছয়গাঁও শাখাৰ ৰূপালী জয়ন্তীত ৰাজ্যৰ উপৰিও ৰাজস্থান-অষ্ট্ৰেলিয়াৰ ভাই-বেহেন

03/11/2023

সৰু তেজপুৰ ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ কৰিবলৈ ওলাইছে শ্ৰী শ্ৰী বুঢ়া গোসাঁই নামঘৰ । লাইখুটা স্থাপন অনুষ্ঠানত পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগত উপস্থিত মন্ত্ৰী যোগেন মোহন

01/11/2023

ছয়গাঁৱৰ কৃষি ভূমিত বহিৰাগত কোম্পানীৰ অত্যাচাৰ-কৃষকৰ সপোন ধুলিসাৎ

30/10/2023

গৰৈমাৰীত একেদিনাই ১৭ টাকৈ উন্নয়ণমূলক কামৰ শিলান্যাস ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ

28/10/2023

ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ কাৰ্যালয় আৰু উপহাৰ কুপন খেলৰ শুভ উদ্বোধন

28/10/2023

কুলশী নদীৰ দুয়োপাৰে অগণন মানুহ । কিন্তু কিয় ? চাওঁক এই প্ৰতিবেদন

27/10/2023

দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ কৈমাৰীত
শ্ৰীশ্ৰী ঈশ্বৰ কৈমাৰী সত্ৰত কলিয়াবৰৰ
শ্ৰী শ্ৰী ৰূপনাৰায়ণ পোৰাভেটি সত্ৰৰ শিল্পীবৃন্দৰ দ্বাৰা পৰিবেশন- ''নৃ-সিংহ মুৰাৰি''' ভাওনা

24/10/2023

কুকুৰমাৰা কলহী নদীৰ বুকুত চান্দ সদাগৰৰ দিনৰে পৰা চলি অহা ঐতিহাসিক নাওঁখেল

22/10/2023

গোৱৰ্দ্ধন আঞ্চলিক সাৰ্বজনীন শাৰদীয় দূৰ্গাপূজাত নিতৌ মানুহৰ সমাগম বৃদ্ধি

22/10/2023

ইতিহাস প্ৰসিদ্ধ চণ্ডিকা দেৱালয়ত মহাষ্টমীৰ দিনা লোকে লোকাৰণ্য হৈ পৰিছে চণ্ডিকাৰ বাকৰি । পূজাত ভাগ ললে বিধায়ক ৰেকিবুদ্দিন আহমেদে

22/10/2023

হাতত চেক লৈ মন্দিৰে মন্দিৰে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া

20/10/2023

১৯৭৪ চনতে প্ৰতিষ্ঠিত পানীখাইতী আঞ্চলিক সাৰ্বজনীন দূৰ্গোৎসৱৰ এইবেলি সোণালী জয়ন্তী বৰ্ষৰ বিশাল প্ৰস্তুতি

 ান্তি
17/10/2023

ান্তি

17/10/2023

ছয়গাঁও ৰাস ক্ষেত্ৰত দ্বাদশ বাৰ্ষিক ছয়গাঁও শাৰদীয় দূৰ্গাপূজাৰ বিশেষ প্ৰস্তুতি

17/10/2023

ছয়গাঁৱৰ মিলনপুৰ-ভাঠিপাৰাত শিয়ালৰ সন্ত্ৰাস-শতাধিক গৰু-ছাগলীৰ উপৰিও প্ৰায় দহ গৰাকী পুৰুষ মহিলাৰ লগতে শিশুকো আক্ৰমণ

16/10/2023

বিজয়নগৰত দুই ভাতৃ মুস্তাফা আমীন (মন্টু) আৰু মোৰতোজা আমীন (চিন্টু)-ৰ প্ৰচেষ্টাত Modern Traders নামৰ B.Q.I. ইলেকট্ৰনিক স্কুটী আৰু মটৰ চাইকেলৰ শ্ব'ৰুমৰ শুভ উদ্বোধন কৰিলে সমাজকৰ্মী পংকজ লোচন গোস্বামীয়ে

16/10/2023

#দূৰ্গাপূজাৰ_ষষ্ঠীৰ_নিশাৰ_পৰা_ৰাইজৰ_মাজত
#আত্মপ্ৰকাশ_কৰিব_দক্ষিণ_কামৰূপৰ_ছয়গাঁৱৰ
#বিষ্ণু_জ্যোতি_নাট্য_গোষ্ঠী

05/06/2023

#কলহী_নদীৰ_গৰ্ভ_শুকাই_যোৱাত
#কুকুৰমাৰাত_মানৱ_শৃংখল

05/06/2023

#আমতলা_সত্ৰৰ_বাকৰিত_শিক্ষাৰ্থী_খেলুৱৈ
#বিহুৱতীক_সম্বৰ্ধনা

24/11/2022

চণ্ডিকা দেৱালয়ত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী অংৰাগ পাপন মহন্তৰ জন্মদিন উদযাপন

23/11/2022

পলাশবাৰীৰ নহিৰাত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰৰ সজাগতা সভাত বিধায়ক হেমাংগ ঠাকুৰীয়া

23/11/2022

কামৰূপ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু ছয়গাঁও আৰক্ষী থানাৰ সহযোগত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি দেশভক্তি মূলক সংগীত প্ৰতিযোগিতা

22/11/2022

অসম বুৰঞ্জীৰ প্ৰবাদ প্ৰতীম সেনাধিনায়ক বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ছয়গাঁৱত বিশাল সাংস্কৃতিক শোভাযাত্ৰা । উদ্বোধন কৰে কামৰূপৰ উপায়ুক্ত কীৰ্তি জল্লী

22/11/2022

চাম্পুপাৰাৰ সোমবেৰীয়া বজাৰত স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত আটক কৰে বাইক চোৰ

20/11/2022

ছয়গাঁৱত গ্ৰামীণ ছাহাৰাৰ বাৰ্ষিক মহিলা কৃষক সমাৰোহত পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া

19/11/2022

#ছয়গাঁও_আৰক্ষীৰ_অভিযানত_ড্ৰাগছ_সহ
#কুৰবান_আলীক_গ্ৰেপ্তাৰ

17/11/2022

৮৫ বছৰত ভৰি দিয়া নামনি অসমৰ ঐতিহ্যমণ্ডিত ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা

12/11/2022

ৰামপুৰত ৰাইজে খেদি কৰায়ত্ত কৰি উত্তম-মাধ্যম দিলে ড্ৰাগছ সেৱন কৰা দুই যুৱকক*

11/11/2022

দক্ষিণ কামৰূপৰ ছয়গাঁৱত নতুনকৈ স্থাপন অধ্যাধুনীক হোটেল । উদ্বোধন কৰে কন্ঠশিল্পী ড: সংগীতা কাকতিয়ে

Address


Website

Alerts

Be the first to know and let us send you an email when G News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share