Ojaantric Podcast

  • Home
  • Ojaantric Podcast

Ojaantric Podcast Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ojaantric Podcast, Podcast, CPB ROAD, PUB SARANIA BYE Lane 6, .
(2)

11/01/2024

সম্পূৰ্ণ ভিডিওটো চাবলৈ তলৰ লিংক টোত ক্লিক কৰক।
https://youtu.be/XFGz6GcZJ2c

Ojaantric Podcast || Ep. 108 || Part 1
Guest: Shrinkhal Chaliha

Rest in Peace  Sir!🙏Your untimely demise marks the end of an Era of the Assamese Music Industry.
10/01/2024

Rest in Peace Sir!🙏

Your untimely demise marks the end of an Era of the Assamese Music Industry.

09/01/2024

তৰালী শৰ্মাই কিয় নামঘোষাৰ বাবে National Award পাইছিল
Ojaantric Podcast || Ep. 50
Guest: Tarali Sarma

08/01/2024

দাঁতৰ যত্ন ল'বৰ বাবে আচলতে কি কৰিব লাগে!!
Ojaantric Podcast || Ep. 107
Guest: Dr. Nabanita Baruah & Mr. Sudeep Paul

Full Episode: https://www.youtube.com/watch?v=q8xbDb9CzgY

08/01/2024

কেনেকৈ আপোনাৰ হাঁহিটো Teeth Aligner ব্যৱহাৰ কৰিলে ধুনীয়া হৈ পৰে...
Ojaantric Podcast || Ep. 107
Guest: Dr. Nabanita Baruah & Mr. Sudeep Paul

Full Episode: https://www.youtube.com/watch?v=q8xbDb9CzgY

05/01/2024

Local Kung-fu ৰ কাহিনীৰ আঁৰৰ কাহিনী Kenny Basumataryৰ সৈতে
Ojaantric Podcast || Ep. 46
Guest: Kenny Basumatary

04/01/2024

'আমিষ' খ্যাত লীমা দাসৰ ডাক্তৰীৰ পৰা অভিনয় আৰু সত্ৰীয়া নৃত্যৰ অভিযাত্ৰা
Ojaantric Podcast || Ep. 32
Guest: Lima Das

03/01/2024

দিল্লীত North East Festival কিয় আৰু কেনেকৈ অনুষ্ঠিত কৰা হৈছিল...
Ojaantric Podcast || Ep. 60
Guest: Shyamkanu Mahanta

02/01/2024

বৰষাৰাণী বিষয়াৰ অভিনয় জীৱন, গুৰু আৰু Challenges...
Ojaantric Podcast || Ep. 66
Guest: Barsha Rani Bishaya

May this new year bring new achievements, new happiness, and a lot of new inspirations to the lives of everyone.        ...
31/12/2023

May this new year bring new achievements, new happiness, and a lot of new inspirations to the lives of everyone.

30/12/2023

জুবিন গাৰ্গক কেনেকৈ লগ পাইছিল জয় বৰুৱাই
Ojaantric Podcast || Ep. 21
Guest: Joi Barua

29/12/2023

'Nima Denzongpa' খ্যাত সুৰভি দাসে কেনেকৈ পাইছিল মুম্বাই যোৱাৰ সুযোগ...
Ojaantric Podcast || Ep. 82
Guest: Surabhi Das

24/12/2023

KK দাই কিয় ধেমালিৰ মাজতো ছিৰিয়াছ অভিনয় কৰিব বিচাৰে
Ojaantric Podcast || Ep. 90
Guest: Siddhartha Sharma

23/12/2023

প্লাবিতা বৰঠাকুৰৰ Netflix ৰ Audition আৰু PK চিনেমাত অভিনয়ৰ অভিজ্ঞতা...
Ojaantric Podcast || Ep. 94
Guest: Plabita Borthakur

22/12/2023

কেনেকৈ কম বয়সতে সংগীত জগতৰে চিনাকি হৈছিল Tanmoy Saikia
Ojaantric Podcast || Ep. 72

21/12/2023

KKদাৰ অভিনয়, বিবাহ আৰু জীৱন সংগ্ৰামৰ ৰসাল কাহিনী...
Ojaantric Podcast || Ep. 90
Guest: Siddhartha Sharma

20/12/2023

Tonmoy Krypton ৰ গীত আৰু অন্যান্য অভিজ্ঞতা...
Ojaantric Podcast || Ep. 17
Guest: Tonmoy Krypton

18/12/2023

শংকুৰাজ কোঁৱৰৰ গীতৰ অনুপ্ৰেৰণা আৰু 'Project বাৰ্তালাপ'
Ojaantric Podcast || Ep. 13
Guest: Shankuraj Konwar

17/12/2023

কেনেকৈ আৰম্ভ হৈছিল সান্নিধ্য ভূঞাৰ সংগীতৰ জয়যাত্ৰা...
Ojaantric Podcast || Ep. 15
Guest: Sannidhya Bhuyan

16/12/2023

RJ Pahi য়ে কিয় 500 বাৰ I Love You ক'লে...

Ojaantric Podcast || Ep. 24 - Part 2

15/12/2023

তেঁও কিয় আৰু কেনেকৈ হ'ল RJ PAHI
Ojaantric Podcast || Ep. 24 - Part 1

07/12/2023

Ojaantric || Assamese Podcast ft. Bibhab Kumar Talukdar || Ep.104
Episode Link : https://youtu.be/IxYH9QuD50I?si=DinuJMtZZsTbezds

Bibhab Kumar Talukdar is an Indian conservation biologist. He is the founder of Aaranyak, a leading wildlife non-governmental organization based in Guwahati, India. It is a Scientific, Industrial Research and frontline environmental organization in India.

04/12/2023

আমি নিজৰ সন্তানক অজানিতে মানসিক কষ্ট দি আছো নেকি?

শ্ৰীমতী ত্ৰিবেণী ভট্টাচাৰ্য
Ph. Number : 9365554556
Founder Optimista Learning Hub
NLP Psychotherapist NEMCARE HOSPITAL
শ্ৰীমতী ত্ৰিবেণী ভট্টাচাৰ্যই তেওঁৰ
বিগত ছয় বছৰীয়া যাত্ৰাত বিভিন্ন ক্ষেত্ৰত বিভিন্ন পদক্ষেপৰে সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তি সকললৈ মানসিক স্বাস্থ্যৰ যত্নৰ উপৰিও ইতি বাছক চিন্তাৰে কিদৰে জীৱনত সফলতা লাভ কৰি এটি সুন্দৰ জীৱন যাপন কৰিব পৰা যায় , তাৰ ওপৰত বিভিন্ন কৰ্মৰে তেওঁৰ বহুমূলীয়া আৱদান আগ বঢ়াই আহিছে।
বৰ্তমান তেওঁ গুৱাহাটীৰ আগশাৰীৰ চিকিৎসালয় 'NEMCARE HOSPITAL' ত
NLP Psychotherapist
হিচাপে কৰ্মৰত।
'Optimista Learnig Hub '
নামকৰণেৰে তেওঁৰ নিজাববীয়াকৈ এটি প্ৰতিষ্ঠান আছে যিখনৰ তেওঁ প্ৰতিস্থাপক সভানেত্ৰী।

01/12/2023

আপোনাৰ ল'ৰা-ছোৱালী মানসিক হতাশাত ভূগি আছে নেকি কেনেকৈ জানিব?

শ্ৰীমতী ত্ৰিবেণী ভট্টাচাৰ্য
Ph. Number : 9365554556
Founder Optimista Learning Hub
NLP Psychotherapist NEMCARE HOSPITAL

শ্ৰীমতী ত্ৰিবেণী ভট্টাচাৰ্যই তেওঁৰ
বিগত ছয় বছৰীয়া যাত্ৰাত বিভিন্ন ক্ষেত্ৰত বিভিন্ন পদক্ষেপৰে সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তি সকললৈ মানসিক স্বাস্থ্যৰ যত্নৰ উপৰিও ইতি বাছক চিন্তাৰে কিদৰে জীৱনত সফলতা লাভ কৰি এটি সুন্দৰ জীৱন যাপন কৰিব পৰা যায় , তাৰ ওপৰত বিভিন্ন কৰ্মৰে তেওঁৰ বহুমূলীয়া আৱদান আগ বঢ়াই আহিছে।
বৰ্তমান তেওঁ গুৱাহাটীৰ আগশাৰীৰ চিকিৎসালয় 'NEMCARE HOSPITAL' ত
NLP Psychotherapist
হিচাপে কৰ্মৰত।
'Optimista Learnig Hub '
নামকৰণেৰে তেওঁৰ নিজাববীয়াকৈ এটি প্ৰতিষ্ঠান আছে যিখনৰ তেওঁ প্ৰতিস্থাপক সভানেত্ৰী।

17/11/2023

Ojaantric Sessions - নাও খেলৰ গীত (NAW KHELOR GEET) ( Live) || Cultivators

15/11/2023

বাপটিসাহোন গামোচাখনক ভৰিৰে গচকাৰ প্ৰতিশোধ কেনেকৈ ললে অভিজিত বৰুৱাই।
Full Episode : https://youtu.be/lrS7GJxLAwI

Address

CPB ROAD, PUB SARANIA BYE Lane 6

Website

Alerts

Be the first to know and let us send you an email when Ojaantric Podcast posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share