নলবাৰী জিলাৰ বৰভাগত ১৩ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ দ্বিতীয় বাৰ্ষিক 'বৰভাগ গ্ৰন্থমেলা/২০২৩'ৰ প্ৰস্তুতি
ওদালগুৰি জিলাৰ পানেৰী সমষ্টিত ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা 'খেল মহাৰণ'ৰ সফল সামৰণি
ভেৰগাঁৱৰ ৰঙাজুলিত শিৱ আশ্ৰমৰ ভূমি বিবাদত লিপ্ত দুটা পক্ষ।
অভিযোগ- প্ৰতিঅভিযোগেৰে যঁজুধান উভয় পক্ষ।
হাৰিবb লাগে, ভাগি পৰিব নালাগে
নলবাৰীৰ পৰা কাক ওলাই যাবলৈ নিৰ্দেশ দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
ঘৰত কোনো নথকা সুযোগলৈ চুৰৰ চাফাই অভিযান
টংলা বৰজলাহ আদৰ্শ গাঁৱত যোৱানিশা ঘৰত কোনো নথকাৰ সুযোগত চোৰে খিৰিকী ভাঙি কেইবা লাখ টকাৰ লগতে শিক্ষক দিল্লী প্ৰসাদ শৰ্মাৰ ঘৰত সোণৰ অলংকাৰ, মটৰকে আন কেতবোৰ সামগ্ৰী চুৰি কৰি নিয়ে।
ঐ হুজুৰ ক'ৰ পৰা ওলালি তই। বেলেগৰ লগত নুঠিলেও তোৰ লগত উঠিবই লাগিব।
কোন হুজুৰৰ লগত ফটো উঠিলে মুখ্যমন্ত্ৰীয়ে।
নাটক এখন ছুপাৰহিট কৰি তোলা
আৰৰ নায়ক সকল
গোৰেশ্বৰৰ ভায়োলিনা ডেকাৰ কন্ঠত এটি মন পৰশা গীত
কামৰূপৰ গাছবাৰীত বিজয়া দশমীত ৰাৱন দাহ
টংলাত আনন্দ-উল্লাসৰ মাজেৰে বিজয়া দশমী সমাপন
ওদালগুৰি জিলাৰ টংলাৰ ননৈ ঘাটত ৩৩খনত কৈ অধিক পূজা কমিটিয়ে দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়ে।
আৰক্ষী প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱক সকলে বিসৰ্জন নিয়াৰিকৈ কৰাৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে।
দ্বাৰকুছি দূৰ্গা পূজাৰ মণ্ডপত আক্ৰমণ ABMSU সদস্যৰ
#durgapuja
#hinduism
#AssamPolice
#ABMSU
#attack
ঐতিহ্যমণ্ডিত পুৰণি টংলা সাৰ্বজনীন বুঢ়াথানত দুৰ্গা পূজা উদযাপন
তিনিটা ম'হ, সহস্ৰাধিক পঠা, হাঁহ-পাৰ বলিৰে মহাষ্টমী পূজা-অৰ্চনা ভক্তপ্ৰাণ ৰাইজৰ।
বিশ্বনাথৰ পূজা মণ্ডপত বাংলা ভাষাৰ বেনাৰ
আছু আৰু বীৰ লাচিত সেনাই ফালিলে বাংলা ভাষাত থকা পূজা মণ্ডপৰ বেনাৰ
ওদালগুৰিত বনিক সন্হাৰ তিনি ঘন্টীয়া অৱস্হান ধৰ্মঘট
স্হানীয় ব্যৱসায়ীৰ স্বাৰ্থ ৰক্ষাৰ দাবীত এই প্ৰতিবাদ
শ্বমিং মল সমুহেও স্হানীয় ব্যৱসায়ীৰ স্বাৰ্থ বিঘ্নিত কৰাৰ অভিযোগ।
নলবাৰীত ধমধমা আঞ্চলিক দুৰ্গা পূজাৰ সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শতবাৰ্ষিকী মহোৎসৱৰ শুভাৰম্ভণি।
সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাৰ।
গাছবাৰীত হেঙুল থিয়েটাৰৰ প্ৰথম নিশা দৰ্শকৰ ব্যাপক সহাৰি।
সুদৰ্শন অভিনেতা ৰৱি শৰ্মাৰ অভিনয় উপভোগ কৰি দৰ্শকৰ উৎকন্ঠা দেখা পোৱা গৈছিল যদিও, ধাৰাসাৰ বৰষুণৰ বাবে নাট আধাতে সামৰিব লগা হৈছে।
খৈৰাবাৰী সমবায় সমিতি লিমিটেডৰ সোণালী জয়ন্তী উদযাপন।
গোৰেশ্বৰত অমৃত কলহ যাত্ৰা
খৈৰাবাৰী সমবায় সমিতি লিমিটেডৰ ৭ আৰু ৮ অক্টোৱৰত সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি
🔴সদৌ অসম কবি চক্ৰত এতিয়া কি চলিছে?
🔴কি ক'লে, সদৌ অসম কবি চক্ৰৰ যুটীয়া সম্পাদক সোণাৰাম ৰাজৱংশীয়ে।
টংলাত ভাৰতীয় খাদ্য নিগমৰ খাদ্য ভাণ্ডাৰ পৰিদৰ্শন
ভাৰতীয় খাদ্য নিগমৰ উদ্যোগত টংলাত ছাত্ৰ-ছাত্ৰী তথা সাংবাদিকক লগত লৈ খাদ্য ভাণ্ডাৰ পৰিদৰ্শন কৰাৰ লগতে এখন সজাগতা সভা অনুষ্ঠিত কৰে।
এজাক বৰষুণতে বুৰ গ'ল মালিগাঁৱৰ নৱনিৰ্মিত উৰণীয়া সেতুৰ কাষৰীয়া অঞ্চল
গোৰেশ্বৰ চহৰত দুৰ্গাপূজাৰ প্ৰাকক্ষণত আজি মুকলি কৰা হ'ল M Baazar
বিপণী খন আনুষ্ঠানিকভাৱে মুকলি কৰে গোৰেশ্বৰৰ বিশিষ্ট ব্যৱসায়ী ভগীৰথ সাহাদেৱে।
পানেৰী বিধান সভা সমষ্টিত বিশ্বজিৎ দৈমাৰীৰ উদ্যাগত ৬০গৰাকী যুৱক-যুৱতীক বিভিন্ন কোম্পানিত নিযুক্তি প্ৰদান।
পানেৰী সমষ্টিৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উদ্যোগত চিপেট প্ৰতিষ্ঠানত স্বাৱলম্বন প্ৰকল্পৰ অধিনত তিনিমহীয়া প্ৰশিক্ষণ প্ৰদানৰ অন্তত বিভিন্ন কোম্পানীত কৰ্মসংস্থাপন লাভ কৰে।
#hitnewsassam
🔴গোৰেশ্বৰ আৰক্ষীৰ বৃহৎ সাফল্য।
🔴গোৰেশ্বৰৰ বেঙেনাআটিত চাৰিচকীয়া গাড়ীৰ স'তে আটক দুজন যুৱকক।
🔴কামৰূপৰ চাংসাৰি কমলপুৰ পথত ওলা ওবেৰৰ চালকক মৰণাস্ত্ৰ দেখুৱাই, বাহনখনৰ পৰা চালকক নমাই গোৰেশ্বৰ ফাললৈ পলায়নৰ চেষ্টা চলাইছিল যুৱক দুজনে।
#newsupdate #hitnewsassam
গোৰেশ্বৰত আনন্দ উল্লাস।
ভাৰতবৰ্ষৰ বিশাল সাফল্য।
জোনবাইৰ দেশত অৱতৰণ কৰিলে বিক্ৰমে।
#NewsUpdate #hitnewsassam #Chandrayaan3
বিটিচিৰ উচ্ছেদ আৰু আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া।
#NewsUpdate #BTC #nabakumarsaramia #hitnewsassam
ওদালগুৰি লোকসভা সমষ্টি গঠন দাবী সমিতিৰ সংবাদমেল
নিৰ্বাচন আয়োগে ঘোষণা কৰা সমষ্টি নিৰ্ধাৰণ তালিকাৰ ক্ষেত্ৰত ওদালগুৰি লোকসভা সমষ্টি গঠন দাবী সমিতিয়ে অসন্তোষ্টি প্ৰকাশ কৰে।