
19/09/2025
অলেখ সপোনে আৱৰা নিদ্ৰাহীন ৰাতিৰ সাৰথি আছিল জুবিন গাৰ্গ। হাঁহিত জুবিন,বিষাদত জুবিন। জুবিন নহ'লে পোহৰ খোজ মাঘৰ দুৱাৰতে স্তব্ধ,বহাগৰো একেই কথা,জুবিন বিহীন বিহুত ৰং নাথাকিব।আজিৰ পৰা ফাগুন ফাগুন হয় নাথাকিব। সকলো বোৰ উকা, সকলো বোৰ শেষ। অসমৰ ৰং বোৰ আজি শেষ হয় গল।
বয়সে এক দুইকৈ কুৰিৰ ঘৰলৈ বাট লওতে প্ৰতিটো খোজত আছিল জুবিন।
এতিয়া জুবিন অবিহনে কেনেকৈ আকৌ প্ৰেম কৰিম?
কেনেকৈ বিষাদ কৰিম?
কেনেকৈ হাঁহিম?
কেনেকৈ জীয়াই থাকিম?