সময়ে বৰকৈ ৰিঙিয়াই ৰিঙিয়াই মাতিলে জানোঁ সেইদিনবোৰ পাবা ? নিশ্চয় নাপাওঁ৷
পিছে খুবেই সুকীয়া এক মাদকতাই বিৰাজ কৰিছিল সেইদিনা। দুৰন্ত গতিত পৃথিৱীৰ ওপৰেদি উৰি গল আমাৰ ভ্ৰমণ স্বৰ্গ আৰু নৰকলৈ ঝক্ ঝক্ ঝক্ কৈ ৷ সকলোৱে বতাহ ফালি ফালি ঝক্ ঝক্ কৈ সেউজ অতীতৰ পৰা বৰ্তমান ভৱিষ্যতৰ দিনবোৰলৈ ইডালৰ পৰা সিডাল গছলৈ৷
সদৌ ৰাভা কৃষ্টি সন্মিলন কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু বৰদুৱাৰ ভোলাগাওঁ আঞ্চলিক ৰাভা কৃষ্টি সন্মিলনীৰ সহযোগত পৰম্পৰাগত হানাঘোঁৰা লোক নৃত্যৰ কৰ্মশালাৰ সফল তথা সামৰণি দিনটোৰ কিছুমান স্মৰণীয় মূহূৰ্ত ৷
হুদুবুৰা ঢুলীয়া নাট্য দল ৷
ভুল হলে দায়দোষ নধৰিব আজিৰ পৰা প্ৰায় ৫ বছৰ আগতে এনে সময় পালে মন গলেই এনেকৈ নাচিলোঁ৷
বৰদুৱাৰ বাগান অঞ্চলৰ আমাৰ সৰুৰাণী গাওঁৰ নিবাসী মোৰ অতিকে মৰমৰ ভতিজা বাহীবাদক নিৰেন ৰাভাই যোৱাকালি বৰিহাট শিকাৰহাটীত জনপ্ৰিয় কণ্ঠ শিল্পী যুগল কিশোৰ আৰু মূয়ৰী শইকীয়াৰ সৈতে সংগীতানুস্থান কৰাৰ কিছু মূহূৰ্ত আপোলালোকৰ মাজলৈ আগবঢ়ালো ভাল লাগিলে লাইক কৰিৰ ধন্যবাদ৷🙏🙏
হুদুবুৰা ঢুলীয়াৰ নৃত্য নাটিকাৰ কিছু দৃশ্য