মাৰ্ঘেৰিটাত সাধাৰণ শ্ৰেণীৰ লোক সকলক চৰকাৰে মাটি পট্টাৰ দিয়া হৈছে ।
প্ৰতি বছৰৰ দৰে এইবাৰো মাৰ্ঘেৰিটাৰ নামদাংত বেবিমৰিয়ম উতসৱ উদযাপন কৰা হৈছে ।
मगर " मंगर" संघ दशम बर्षको बार्षिकी प्रतिष्ठा दिवस आउदो १४ र १५ मार्च असम धेमाजि जिल्ला अन्तर्गत सिला पथार झिपो घाग्रा जोनाली क्लाब खेल मैदानमा हुन जादैछ।मंगल संघको कर्म कर्ता दिल राणाले मगर भाषामा एसैको आह्वान गरेको छ ।
সদৌ অসম মগৰ "মংগৰ" সংঘৰ দ্বাৰা ৰাইজলৈ গোহাৰি ।
लिम्बू तामाङ जनजाति दाबी समितिको उद्योगमा बिशाल जन भेला आयोजन ।
মাৰ্ঘেৰিটাত মহকুমাৰ অন্তৰ্গত খামনপথাৰ ইমুৱেল ইংলিছ স্কুলত প্ৰদৰ্শনমূলক বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হয়। তিনিচুকীয়া জিলা বক্সিং এছোচিয়েচনৰ উদ্যোগত ইমানুৱেল ইংলিছ স্কুলত সহযোগত ৭৫ তম গণৰাজ্য দিৱস উপলক্ষে অনুষ্ঠিত কৰে প্ৰদৰ্শনমূলক বক্সিং প্ৰতিযোগিতা।এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰদৰ্শনমূলক বক্সিং প্ৰতিযোগীখন শুভ উদ্বোধন কৰে উলুপ গাঁওৰ গাঁওবুঢ়া লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলাৰ প্ৰচাৰ সম্পাদক ঘনকান্ত গগৈয়ে।ল’ৰা আৰু ছোৱালী দুয়োটা শাখাত প্রতিযোগিতাসমূহ অনুষ্ঠিত হ’ব।প্ৰতিযোগিতাত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডুৰ লগতে প্ৰায় ৫০ গৰাকীকৈ প্ৰতিযোগিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। সঞ্জীৱ উলুপে আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চিৰাজ আহমেদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচু
মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহ সভা সামৰণি অন্ততঃ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহ সভা মাৰ্ঘেৰিটা সভা কক্ষত আয়োজনৰ দৃশ্য।
ধৰ্মই মানুহক বিভাজিত কৰিব নোৱাৰে।ধৰ্ম হৈছে মানৱীয় অনুশাসন।মছজিদ পট্টি হৈছে ইছলামিক অধিকতম লোক বসবাস কৰা অঞ্চল।পৌৰ সভা নিৰ্বাচনত মাৰ্ঘেৰিটাৰ এই অঞ্চল পৰাই হিন্দু ধৰ্মীয় বিজেপিৰ প্ৰাৰ্থী ভিম কৰ্মকাৰে জয় লাভ কৰিছে।সাধাৰণ ৰাইজে ধৰ্মৰ ৰাজনীতি নকৰে।কেৱল উন্নয়ন কাম বিচাৰে।এইয়া হৈছে তাৰেই পৰিণতি।সেয়ে ভিম কৰ্মকাৰলৈ পিটিচি লাইভৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো ।
Tamang locher festival celebrates in ketetong 2022.
আজি আমি এনেকুৱা ঘৰ দেখুৱাবলৈ লৈছোঁ, নেদেখা হলে বিশ্বাস কৰিবলৈ টান ।মাৰ্ঘেৰিটাৰ ভিতৰুৱা গাঁও ৰাজখোৱা ।যত নাথ পৰিয়ালৰ আদিবাসী লোক বসবাস কৰি আহিছে ।বাঁহ পাতৰ ঘৰ হলেও অতি সুন্দৰ ঘৰ।ঘৰৰ ছালত বগাইছে সুন্দৰ ফুল বিধ।