সংগম যুৱ ঐক্য মঞ্চ

  • Home
  • সংগম যুৱ ঐক্য মঞ্চ

সংগম যুৱ ঐক্য মঞ্চ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from সংগম যুৱ ঐক্য মঞ্চ, Digital creator, .

Creative image, help of using Artificial Intelligence!
07/06/2025

Creative image, help of using Artificial Intelligence!

সংগম যুৱ ঐক্য মঞ্চ
07/06/2025

সংগম যুৱ ঐক্য মঞ্চ

দিনটোৰ এক সেউজ বাৰ্তাঃ ০৬-০৬-২৫সেউজ ধৰণীৰ সংকল্পৰে সংগম যুৱ ঐক্য মঞ্চ । পৰিৱেশ দিৱসৰ সৈতে সংহতি ৰাখি আমাৰ এলানি কাৰ্য্যস...
06/06/2025

দিনটোৰ এক সেউজ বাৰ্তাঃ ০৬-০৬-২৫
সেউজ ধৰণীৰ সংকল্পৰে সংগম যুৱ ঐক্য মঞ্চ ।

পৰিৱেশ দিৱসৰ সৈতে সংহতি ৰাখি আমাৰ এলানি কাৰ্য্যসূচীৰ আজি দ্বিতীয় দিন । আমাৰ উদ্দেশ্য আছিল - শিক্ষা -আধ্যাত্মিকতা - প্ৰকৃতিৰ মিলন ঘটোৱা ।

সেই মৰ্মে আজি
১/ মৰিজাঁজী চেচাসত্ৰ একত্ৰিত বিদ্যালয় ।
২/ শ্ৰীশ্ৰী ৰাধাকৃষ্ণ আঞ্চলিক ৰাসোৎসৱ সমিতি ও সোণাৰি গাওঁ নামঘৰ,
৩/ নপমুৱা নাথ গাওঁ উন্নয়ন পৰিষদ,
৪/ শৰ্মা চুক নামঘৰ পৰিচালনা সমিতিলৈ একোটাকৈ বৃক্ষপুলি প্ৰদান তথা এক শুভেচ্ছা পত্ৰ জ্ঞাপন কৰা হ'ল ।

এই কাৰ্য্যসূচী পূৰ্ণগতিত চলি থাকিব ।

ধন্যবাদ । সংগম যুৱ ঐক্য মঞ্চ

আজিৰ কাৰ্য্যসূচী - সেউজী ধৰণীৰ সংকল্পৰে! আজি আমাৰ অভিযান প্লাষ্টিক প্ৰদূষণ ৰোধৰ বাবেও আছিল । সকলোৰে মনবোৰ সেউজবুলীয়া হওঁ...
05/06/2025

আজিৰ কাৰ্য্যসূচী - সেউজী ধৰণীৰ সংকল্পৰে!
আজি আমাৰ অভিযান প্লাষ্টিক প্ৰদূষণ ৰোধৰ বাবেও আছিল ।
সকলোৰে মনবোৰ সেউজবুলীয়া হওঁক ,প্ৰকৃতিক প্ৰদূষণ মুক্ত কৰাৰ যুঁজত এগৰাকী কমৰেড হওঁক । সংগম যুৱ ঐক্য মঞ্চ

Run to Beat Plastic Pollution!World Environment Day 2025সংগম যুৱ ঐক্য মঞ্চ
05/06/2025

Run to Beat Plastic Pollution!
World Environment Day 2025
সংগম যুৱ ঐক্য মঞ্চ

04/06/2025

Address


Website

Alerts

Be the first to know and let us send you an email when সংগম যুৱ ঐক্য মঞ্চ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share