Deep Dutta Official

  • Home
  • Deep Dutta Official

Deep Dutta Official Ujonir Deep

https://youtu.be/wQSmXGhLVD0
06/04/2023

https://youtu.be/wQSmXGhLVD0

"সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ" নাটভাগিৰ কিছু অংশ//Assamese culture// Ujonir DeepCipyright Disclaimer: under Section 107 of the copyright act 197...

📹📹😁🤚
17/03/2023

📹📹😁🤚

13/07/2022
29/11/2021

❤️ চন্দ্ৰিকা নহয় এটি নাম❤️

ভাগ্য বোলে বিধাতাই লিখে
কি বা লিখিছে মোৰ এই চাৰি ইঞ্চিৰ কপালত
আছে বা নাই তোমাৰ নাম?
আৰু শুনিছোঁ.....
বিধাতাৰ লিখনি বোলে কোনেও মচিব নোৱাৰে
কিন্তু তথাপিও যে মই মোৰ হৃদয়ৰ এচুকত
লিখি ৰাখিছোঁ তোমাৰ নাম...
আৰু সাঁচি ৰাখিছোঁ
তোমাৰ অভিমানবোৰ, তোমাৰ কথন শৈলী
আৰু তোমাৰ সেই মিছিকিয়া হাঁহিতো....
বিশেষকৈ তোমাৰ হাঁহিতো
বাৰে বাৰে তোমাৰ হাঁহিৰে জিলিকি থকা
মুখখনিৰ প্ৰেমত পৰো মই
প্ৰেমত পৰো তোমাৰ অভিমান বোৰৰ
নিজকে দেখা পাওঁ তোমাৰ চকুত
আৰু বিচাৰি পাওঁ তোমাক মোৰ নিজৰ মাজত......
এইয়াই চাগে প্ৰেম.......
কিমান কম আৰু এইবোৰ কথা
আৰম্ভ কৰিলে শেষ হোৱাৰ নামেই নলয়চোন
মাথোঁ এটাই কল্পনা
হবা জানো মোৰ
চন্দ্ৰিকা........

10/10/2021

পখিলা🦋🦋......

ফুলে ফুলে উৰি ফুৰা
ৰঙা নীলা সেই চিত পখিলা জনীৰ
লগত....
মন যায় কেতিয়াবা
অকৃত্ৰিম সেউজীয়া বোৰৰ মাজত
উৰি ফুৰিবলৈ ..
যত থাকিব কেৱল
বসুন্ধৰাই আঁকি দিয়া এখনি
সেউজ বস্ত্ৰ
আৰু থাকিব ভিন্ন ৰঙৰ
সুগন্ধি পুষ্প


----deep-----

Address


Website

Alerts

Be the first to know and let us send you an email when Deep Dutta Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Deep Dutta Official:

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share