TIME 23

TIME 23 TIME 23 News Portal is Verified & Certified Channel by MSME Via DIC Barpeta Here you are at the About Us section of TIME23. Contact : +91-6000353376
(1)

TIME23– A registered Web Based News & Media website in District via MSME, we are the 4th pillar of the democracy is here to represent your situation on the social media and raise a voice against the evil of the society. TIME23 is a web based news & media website which is managed by well experienced reporter of Assam. So, just wait, we are going to introduce our team. Basically we the team of infin

ite numbers of people to cover all kinds of news across the Assam. But mainly, only two mysterious face is the backbone of this news site.

18/10/2023

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বাঘ মাৰা নাও খেল চলি থকা সময়ত আচলতে হৈছে কি l যোৱা কালি নাও খেলত দুৰ ঘটনা সংঘটিত হোৱা বুলি চছিয়েল মেডিয়াত বাতৰি সম্পচৰ হৈছিল আচলতে সঁচাই নাও দুৰ ঘটনা হৈছিল নেকি নাৱাৰ মালিক আৰু ইয়াৰ ৰাইজে কি কয় শুনি আহক ....এতিয়া কথা হল কোন সঁচা কোন মিছা আৰক্ষীয়ে তদন্ত কৰাৰ পিছত গম পোৱা যাব।।
গৌৰীপুৰ ৰ পৰা

03/10/2023

বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। একে নিশাই ৩৯ জনক গ্ৰেপ্তাৰ ।

বাল্য বিবাহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে ।

পুনৰ বাল্য বিবাহ কৰোৱা স্বামীৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ।
আৰক্ষীয়ে লাভ কৰা এক তালিকাৰ ভিত্তিত আৰম্ভ কৰিছে অভিযান ।

21/09/2023

*ছাদ্দাম হুছাইন হত্যাকাণ্ডৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ- মন্দিৰা আৰক্ষীয়ে*

যোৱা শুক্ৰবাৰৰ দিনা পুবাৰভাগত দক্ষিণ কামৰূপৰ বকোৰ মালিবাৰীৰ মুছলিম চাৰিআলিত ৰহস্য জনক মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ।।।

17/09/2023

সামান্য বৰষুন পৰিলেই বিছিন্ন হয় যোগাযোগ ব্যৱস্থা, জৰুৰীকালীন অৱস্থাতো আহিব নোৱাৰে এম্বুলেন্স কিম্বা দুচকীয়া বাহন আনকি স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ওচৰৰ বিদ্যালয়খনতো যাওতেও বহু সময়ৰ প্ৰয়োজনবোধ হয়।।।

স্থানীয় ৰাইজে জানিব দিয়া মতে- ৰাস্তাৰ নামত চৰকাৰী ধন আবন্টিত হয় যদিও দু-এপচৰা ফটো মাৰাৰ চলেৰে পেলাই বাকী টকা বছৰজোৰা ভুৱা job কাৰ্ডৰ সহায়ত আত্মসাতৎ কৰাৰ গুৰুতৰ অভিযোগ তুলিলে ৰাইজে।।

16/09/2023

*মালিবাৰীত ৰহস্য জনক মৃতদেহ উদ্ধাৰ*

দক্ষিণ কামৰূপৰ বকোৰ 1 নং মালিবাৰীত মুছলিম চাৰিআলিত উদ্ধাৰ হৈছে এই মৃত দেহটো।।
আজি শুক্ৰবাৰৰ দিনা মুছলিম চাৰিআলিত এটা বাৰান্দাত পৰিত্যাক্ত অবস্থাত উদ্ধাৰ হৈছে মৃতদেহটো।।
মৃতলোকজন 1নং মালিবাৰীৰ ছাদ্দাম হুছেইন বুলি চিনাক্ত কৰা হৈছে।।।

15/09/2023

দক্ষিণ শালমাৰা মহাবিদ্যালয়ত
ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ শ্ৰেণী বৰ্জন ।
হঠাৎ প্ৰতিবাদত নামিল দক্ষিণ শালমাৰা মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে।
পাছে কিয় ? কিয় নামিল শ্ৰেণী বৰ্জন প্ৰতিবাদী কাৰ্যসূচীত ।

হয় । এইখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পোৱা নাই ২০২১-২০২২ বৰ্ষৰ সংখ্যালঘু বৃত্তি ।

১৫৬ গৰাকী ছাত্ৰ ছাত্ৰীয়ে সংখ্যালঘু বৃত্তিৰ বাবে দাখিল কৰিছিল আবেদন ।
তাৰে মেঘালয়ৰ দুজন ছাত্ৰৰ বাহিৰে কোনেও লাভ কৰা নাই চৰকাৰৰ সংখ্যালঘু বৃত্তি সাহায্যৰ সুবিধা ।

14/09/2023

* মাজনিশা আকাশমাৰ্গৰ পৰা সৰি পৰা এটি আকাশী যন্ত্ৰ উদ্বাৰকলৈ চাঞ্চল্য*
ৰাজ্যৰ কেতবোৰ অঞ্চলত প্ৰায়ে সৰি পৰা এই যন্ত্ৰটোকলৈ এতিয়া গঞা ৰাইজে চিন্তিত।।।

12/09/2023

ড্ৰাগছ সেৱন কাৰি নিঃশেষ হ'ব ধৰিছে এতিয়া বৃহত্তৰ টুপামাৰীৰ যুৱ-সমাজ।।

11/09/2023

➡️ কি চলিছে এই বোৰ ?
➡️ বহুবাৰ গৰৈমাৰী, সোনতলী,
কালাতলী, ৰাঙ্গাপানী,ডেকাচাং,বদলা আদি কেতবোৰ অঞ্চলত অবৈধ বাবে ফাৰ্মাচীৰ মুকলি বেহা চলাই থকাৰ কথা অৱগত কৰা স্বত্তেও আনকি ত বাৰম্বাৰ মনোনয়ন পত্ৰ দাখিল কৰা সত্বেও কিয় গুৰুত্ব আৰোপ নকৰে বিভাগীয় কতৃপক্ষই।।

➡️নে অবৈধ ফাৰ্মাচী সমূহৰ সৈতে গোপন বুজা-বুজিত মিলিত আছে বিভাগীয় কতৃপক্ষই।।।
এইদৰে উল্লেখ কৰিছে অসম ৰেজিষ্ট্ৰাৰ ফাৰ্মাচী সন্থা চমুকৈ ARPU য়ে ।।।

10/09/2023

দক্ষিণ কামৰূপৰ সোনতলী- মাহতলী বজাৰত শুভ উদ্বোধন MS Uday Drugs and Surgicals ঔষধৰ পাইকাৰী দোকান

09/09/2023

ছাফাই অভিযানত বিফল হ'ল বেচেৰা চোৰ মহোদয়।

08/09/2023

দক্ষিণ কামৰূপৰ গৰৈমাৰীত ঔষধ পৰিদৰ্শকৰ জোৰদাৰ অভিযান।।

উল্লেখযোগ্য যে আজি বুধবাৰৰ দিনা ৰাতিপুৱাৰ পৰা আবেলিপৰলৈকৈ গৰৈমাৰী আৰক্ষী থানাৰ অন্তৰ্গত হাতীপাৰা, পুখুৰীপাৰা সমবায় আৰু গৰৈমাৰী বজাৰলৈকে ARPU ৰ তৎপৰতাত কামৰূপ জিলাৰ ঔষধ পৰিদৰ্শক বৰ্নালী হাজৰিকা আৰু গৰৈমাৰী আৰক্ষীৰ বৃহৎ দলে কাঠফুলাৰ দৰে গঢ় লৈ উঠা অবৈধ ফাৰ্মাচীসমূহত জোৰদাৰ অভিযান

07/09/2023

বৃহত্তৰ কলগাছিয়াৰ সংবাদ কৰ্মীৰ উদ্যোগত "আবেদন যাত্ৰা"।

"আবেদন যাত্ৰাত" দলে দলে যোগদানৰ আহ্বান।

07/09/2023

বৃহত্তৰ কলগাছিয়া অঞ্চলৰ সংবাদকৰ্মী সকলৰ উদ্যোগত আবেদন যাত্ৰা -

দল-সংগঠনৰ উৰ্ধত থাকি কলগাছিয়াৰ স্বাৰ্থত সকলো পৰ্যায়ৰ ৰাইজক সহায়-সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ।

07/09/2023

➡️এই দেবশিশু তিনিজনলৈ মন কৰক।।।

➡️জানিলে এই দৃশ্যই আপোনাৰ হৃদয়-আত্মাখনকো চুই যাব পাৰে।।

➡️কিন্তু
➡️ কানহাৰ নাই অসম আৰক্ষীৰ।
➡️ কানহাৰ নাই গৰৈমাৰী আৰক্ষী-প্ৰসাশনৰ।

05/09/2023

**এইবাৰ *খুলশালীৰ* অশ্লীল ফটো সামাজিক মাধ্যমত ভাইৰেল কৰি ৰঙাঘৰৰ আলহী হ'ল লালচান্দ আলী।
লালচান্দ আলিয়ে সাংবাদিকক কয়
যে মই মোৰ খুলশালীৰ ঈচ্ছা অনুযায়ী ফোটো সামাজিক মাধ্যমত ভাইৰেল কৰিছোঁ

04/09/2023

➡️পুনৰ অবৈধ ফাৰ্মাচিষ্টৰ বলি এগৰাকী তিনিসন্তানৰ মাতৃ।।

➡️ এই মুহূর্তৰ এক big Breaking News
লংকেশ্বৰ কলিতা নামৰ ভুৱা ফাৰ্মাচিষ্টৰ ভুৱা চিকিৎসাত জীৱন আহুতি দিলে এগৰাকী তিনি সন্তানৰ মাতৃয়ে।।

➡️ দুমহীয়া অন্তসত্তাক গৰ্ভপাত কৰাৰ পৰামৰ্শহে বিছাৰিছিল নৰপিশাচ লংকেশ্বৰ কলিতাৰ পৰা কিন্তু নৰপিশাচ লংকেশ্বৰ কলিতাই বিনা প্ৰেচক্ৰিপশ্বনত নিজে MBBS সাজি Mifty kit নামৰ Abortion পিল খুৱাই জীবন ললে কদভানু নামৰ তিনিসন্তানৰ মাতৃক।।।

01/09/2023

গোৱালপাৰা জিলাৰ ধুপধৰা ত এখন আলট্ৰা বাছত ভয়ংকৰ অগ্নি কাণ্ড
Time 23 দৰ্শক সকলো ক জনাবলৈ ওলাইছোঁ গোৱালপাৰা জিলাৰ ধুপধৰা ত এখন আলট্ৰা বাছত ভয়ংকৰ অগ্নি কাণ্ড
Gwahatir পৰা গোৱালপাৰা অভিমুখে আহি ধুপধৰা বাছ আস্থান ত ৰৈ থকা ৰ সময়তে আলট্ৰা বাছ খনত এই অগ্নি কাণ্ড সংঘটিত হয়।

01/09/2023

➡️আপুনি সঘনাই কাৰোবাৰ ব্যক্তিগত চাৰিচকীয়া বাহনত যাত্ৰা কৰে নেকি? ➡️যাত্ৰা কৰাৰ আগত আপুনি গাড়ীৰ নম্বৰ লক্ষ্য নকৰে নেকি!
যদি নকৰে তেন্তে আজিৰ এই বাতৰিটো আপোনাৰ বাবে।।।

30/08/2023

১৫ দিন ধৰি সন্ধানহীন বন্দিহানাৰ এগৰাকী মহিলা ।
কোনো সদাশয় ব্যক্তিয়ে সন্ধান পালে ৬০০১৪৪৭৯৮৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।
যোগাযোগ নম্বৰ ৬০০১৪৪৭৯৮৬/6001447986

29/08/2023

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ ভয়ংকৰ অগ্নিকাণ্ড ।

এই মূহুৰ্তত দিবলৈ লৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ।
কিছু সময় পূৰ্বে ফকিৰগঞ্জৰ সাতশিয়াত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ।

29/08/2023

➡️বকোত শোকাৱহ ঘটনা।।।।

➡️ ৰেলৰ খুন্দাত মৃত্যু এগৰাকী বৃদ্ধা মহিলাৰ।

➡️ মৃত মহিলা গৰাকী 75 বছৰীয়া দভায়িন্তা ভৰালী।।।

29/08/2023

*ভ*দীয়া* বান*ৰ তা*ণ্ড*ৱঃ*
গো* পাল*কৰ মাজত *হাহা*কাৰ
-----------------
ক্ৰমাৎ সংহাৰী ৰূপ লৈছে ভদীয়া বানে ।
# ভদীয়া বানত প্লাৱিত কৰিছে দক্ষিণ শালমাৰাৰ বিস্তীৰ্ণ অঞ্চল।

29/08/2023

মূহুৰ্তত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা।এই দৃশ্য দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত টুমনী লাওখোৱা গাঁৱৰ।

28/08/2023

জৰুৱা বন্দিহানাত উপ জিলাৰ সদৰ স্হাপনৰ দাবী সচেতন নাগৰিক মঞ্চৰ।

@ নৱ ঘোষিত বিৰসিং জৰুৱা উপ জিলাৰ সদৰ ঠাই জৰুৱা বন্দিহানা অঞ্চলত হব লাগে ।

@ নৱ গঠিত বিৰসিং জৰুৱা বিধান সভা সমষ্টিৰ মধ্যস্হল হৈছে জৰুৱা বন্দিহানা।
@ বিৰসিং জৰুৱা উপ জিলাৰ হেড কোৱাৰ্টাৰ জৰুৱা বন্দিহানাত হব লাগে বুলি দাবী উত্থাপন কৰিছে জৰুৱা বন্দিহানা সচেতন নাগৰিক মঞ্চৰ সভাপতি অধিবক্তা নজৰুল ইছলামে।
@ শুনক কি কলে অধিবক্তা নজৰুল ইছলামে।

27/08/2023

*সাংসদ* মৌলানা* বদৰুদ্দিন আজমলে *দক্ষিণ শালমাৰা সমষ্টিৰ কাতলামাৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে আৱণ্টন দিছিল ২৫ লাখ টকা ।

কাতলামাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ নামত ভেকোভাওঁনা ।

Address

Lachanga Chariali

781319

Alerts

Be the first to know and let us send you an email when TIME 23 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIME 23:

Videos

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share