Madhusmita N Kashyap

  • Home
  • Madhusmita N Kashyap
26/08/2024

Happy Janmashtami all my F.b family🥰🥰It's My Nephew😘Our little Krishna😘

21/08/2024

আলহী আহিল ঘৰলৈ।।নতুন মাক বাপেক আমাৰ😍।।দেউতাই কেৱল ভাল নহও নহও কৰি থাকে😥।।

Happy Independence Day🇮🇳🇮🇳🇮🇳
15/08/2024

Happy Independence Day🇮🇳🇮🇳🇮🇳

09/08/2024

বিদুৰভাই চাব আহিলোঁ।।New phoneৰে প্ৰথমটো video এইটো।।

06/08/2024

প্ৰথমবাৰৰ বাবে নিজে ব্লক প্ৰিণ্টিং কৰিলোঁ।।মুনুক গোটেই Vishal খন কিনি দিব মন যায়😂।।

05/08/2024

31/07/2024

নিজৰ ঘৰৰ মানুহবোৰ আহিলে বহুত ভাল লাগে।।নতুন ফোনলৈ মোক গুৰুত্বয়ে নিদিয়া হল।।sunny কি দুষ্ট হৈছে।।https://youtu.be/fJLYkr3WYjw?si=FlwM08kTbMCNCEdH

21/07/2024

এই গৰমত বিয়া খোৱা যেন হৈছে আৰু🙄।।এই জনী সচাকৈ আমাৰ লখিমী ছোৱালী🤣।।

04/07/2024

অলপ ওলাই গৈ হে মনটো ভাল লাগিল।।বহুত সমস্যা🙄।।বেমাৰৰ খবৰ লব আহিল বা হত।।https://youtu.be/C1770wy8fcs?si=I7OYDXGz-Is7YFG6

22/06/2024

Birthday বুলি আজি মোক husbandয়ে 25 লাখ টকীয়া গাড়ীত উঠালে😊।।Birthday gift আহিয়ে নেপালে🙄।।https://youtu.be/JSbX6fHhMDw?si=pF7gOSuKUh-W5M8Y

20/06/2024

Husbandক আজি Chicken Biryani বনাই খুৱালোঁ😋

08/06/2024

গধূলি Pizza😋😋 খাবলৈ ওলাই গলোঁ আমি দুয়োটাই।।

u r the bst person of my life😘ur smile is my happiness😘u r my soulmate❤️❤️❤️
07/06/2024

u r the bst person of my life😘ur smile is my happiness😘u r my soulmate❤️❤️❤️

04/06/2024

Sunday বুলি ইমান বোৰ যে কাপোৰ ওলায়🙄।।

28/05/2024

Mr'ৰ নতুন Look।। ঘৰৰ পূজাত কিয় সেৱা কৰিব নাপালোঁ।।গৰমত মানুহ মৰিব এইবাৰ।।https://youtu.be/5VbKL2_RvSg?si=8qgbNeYh_4lN_pTr

21/05/2024

আজি লিখিততে কথা পাতিম😊।।কাৰ কিমান বল🙄।।বহুত দিনৰ মূৰত মুখৰ যত্ন ললোঁ।।https://youtu.be/qWnuakmLBBc?si=eX8mbM_8NP2JcyxM

18/05/2024

গধূলি ফুৰিব গলোঁ মামাৰ ছোৱালীৰ নতুন ঘৰখনত।।

14/05/2024

জীৱনত প্রথম ইমান দেৰিকৈ ভোট দিলোঁ।।মই নহলে কি যে অৱস্থা হয়।।sunny বুলে uncleক ভোট দিব😊।।https://youtu.be/auxHmjD9les?si=DLU5qICVL2OEOZo5

09/05/2024

Husbandক Tandoori চাহ বনাই খুৱালো

03/05/2024

মই নিজকে ধুনীয়া বুলি নাভাবোঁ।।এই গৰমত কাৰ বিয়া খাব গলোঁ।।মোৰ সৰু Gurden।।https://youtu.be/gmuwSVcjDug?si=N9n9Z7PtpEr4idWv

27/04/2024

ঘৰলৈ বিহু খাব আহিলোঁ।।মাৰ মূল্যবান বস্তু এটা দি দিলে মোক।।মুনুই বোলে জোঁৱাই চাইছে😊।।https://youtu.be/vRTbJjUHXZs?si=1wb478xzae3-Z1zG

22/04/2024

এইবাৰ বিহু এনেকৈ গল।।মই অনা Washing Machineটো fitting কৰিলোঁ।।Mr'য়ে Election খেলিব এইবাৰ🙄।।

20/04/2024

শহুৰ দেউতাৰ অস্তি বিসৰ্জন দি আহিলোঁ😭😭।।

Address


Alerts

Be the first to know and let us send you an email when Madhusmita N Kashyap posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Madhusmita N Kashyap:

Videos

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share