Republic Media Axom News

  • Home
  • Republic Media Axom News

Republic Media Axom News REPUBLIC MEDIA AXOM is a digital News Web Portal Based On GUWAHATI, ASSAM.

01/03/2023

পুনৰ ভাইৰেল নাগাৰা নাম।
মহিলাই শুই শুই বজালে নাগাৰা।
একাংশই প্ৰশ্ন কৰিছে নাগাৰা নামৰ নামত এইবোৰ চলিছে কি?
Source FACEBOOK

16/02/2023

👉টকা ঘটাৰ উপায় নেকি AASU!
👉 NRC কেলেংকাৰী।
👉AASU নেতা সমুজ্বল ভট্টাচাৰ্য ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। 👉প্ৰতীক হাজেলা ৰ পৰা মাহত ১৬ লাখ কৈ টকা লোৱা ৰ অভিযোগ ছাত্ৰ নেতা জনৰ বিৰুদ্ধে। 👉বিশেষ প্ৰতিবেদন ।

 নিৰুদ্দেশ...দেখা পালে খবৰ দিয়ক তলৰ ফোন নম্বৰত।
16/02/2023


নিৰুদ্দেশ...
দেখা পালে খবৰ দিয়ক তলৰ ফোন নম্বৰত।

16/02/2023

সকলোকে কন্দুৱাই চিৰ বিদায় ললে দৰং ৰ কণমানি মৰমৰ জীও (কাব্য নীল পৰাশৰ।

যোৱা ডেৰ টা বছৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল। বুধবাৰে গুৱাহাটী ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুবৰণ কৰে ।

 #সমুজ্বল_কুমাৰ_ভট্টাচাৰ্য ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ।প্ৰতীক হাজেলাৰ পৰা ১৬ লাখ টকা লোৱা বুলি অভিযোগ ছাত্ৰ নেতা ৰ বিৰৰুধে।...
16/02/2023

#সমুজ্বল_কুমাৰ_ভট্টাচাৰ্য ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ।
প্ৰতীক হাজেলাৰ পৰা ১৬ লাখ টকা লোৱা বুলি অভিযোগ ছাত্ৰ নেতা ৰ বিৰৰুধে।।।
কিছু সময় পিছত বিশেষ প্ৰতিবেদন

  সমুজ্জ্বল ভট্টাচাৰ্যৰ সৎ সাহসৰ অভাৱ হৈছে কিয়                                                          ∆∆∆∆∆প্ৰাক্তন IA...
16/02/2023


সমুজ্জ্বল ভট্টাচাৰ্যৰ সৎ সাহসৰ অভাৱ হৈছে কিয়
∆∆∆∆∆
প্ৰাক্তন IAS বিষয়া হীতেশ দেৱ শৰ্মাই তেখেতৰ facebook ৱালত পৰোক্ষভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ সম্পৰ্কত চঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি কৈছে যে- অসমত NRCৰ কাম চলি থকাৰ সময়ত NRCৰ সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা সমুজ্জ্বল ভট্টাচাৰ্যই মাহে ১৬ লাখ টকাকৈ লৈছিল | শ্ৰী দেৱ শৰ্মাই অভিযোগ উত্থাপন কৰা ৭২ ঘন্টা পাৰ হল | কিন্তু নীৰৱ সমুজ্জ্বল ভট্টাচাৰ্য | সমুুজ্জ্বল ভট্টাচাৰ্যৰ পৰা আমি জানিব বিচাৰিছো - দেৱ শৰ্মাৰ অভিযোগৰ সন্দৰ্ভত স্পষ্ট মতামত প্ৰকাশ কৰিবলৈ ভট্টাচাৰ্যৰ সৎ সাহসৰ অভাৱ হৈছে কিয় ?
#সমুজ্বল_ভট্টাচাৰ্য

 সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল জীউ....দৰঙৰ অগ্ৰণী সমাজকৰ্মী মৃদুল কলিতাৰ একমাত্ৰ সন্তান দেৱশিশু জিউ" আজি সকলোকে কন...
15/02/2023


সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল জীউ....
দৰঙৰ অগ্ৰণী সমাজকৰ্মী মৃদুল কলিতাৰ একমাত্ৰ সন্তান দেৱশিশু জিউ" আজি সকলোকে কন্দুৱাই বৈকুণ্ঠ গামী হ'ল।

পিতৃয়ে নিজৰ লিভাৰ Donate কৰি সুস্থ কৰিছিল।অসমবাসীয়ে প্ৰাৰ্থনা কৰিছিল চিকিৎসাৰ সময়ত।সমগ্ৰ অসমবাসীৰ লগতে Zubeen Garg ও যথেষ্ট সহায় কৰিছিল।

এবছৰ আগতে দিল্লীৰ Max Hospital ত সফলভাবে Liver Transplant হৈছিল।

কিন্তু আজি সকলোকে কন্দুৱাই আকাংক্ষা হস্পিতেল গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে।দেৱাত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। 🙏

ॐ শান্তি 🙏

বিফল মোদী চৰকাৰ|বাতৰি টো পাবলৈ তলৰ লিংক ত ক্লিক কৰক।
15/02/2023

বিফল মোদী চৰকাৰ|বাতৰি টো পাবলৈ তলৰ লিংক ত ক্লিক কৰক।

👉অৱশেষত নেদেখা দূৰণিলৈ গুচি গ’ল জীউ👉পিতৃ মৃদুল কলিতা আৰু পৰিয়ালৰ সকলো প্ৰচেষ্টা হৈ পৰিল অসাৰ👉দুবছৰৰ বাবে পৃথিৱীলৈ আহি জী...
15/02/2023

👉অৱশেষত নেদেখা দূৰণিলৈ গুচি গ’ল জীউ
👉পিতৃ মৃদুল কলিতা আৰু পৰিয়ালৰ সকলো প্ৰচেষ্টা হৈ পৰিল অসাৰ
👉দুবছৰৰ বাবে পৃথিৱীলৈ আহি জীউৰ চিৰবিদায়
👉ছিপাঝাৰৰ দেওমৰনৈত শোকাকুল পৰিবেশ
👉ভুল চিকিৎসাৰ সকৰুণ পৰিণতি | | |

14/02/2023

বাল্য বিবাহৰ বাবেই ৰাজ্যত পুনৰ মৃত্যু মহিলাৰ। পুত্ৰক গ্ৰেপ্তাৰৰ পিছতে ভাগি পৰিছিল মাতৃ

13/02/2023

পৰীক্ষাৰ নামত অসম চৰকাৰে কৰিছে কি? নিবনুৱা পৰীক্ষাৰ্থী ৰ লগত ভেকো ভাওনা নেকি ? কেনেকৈ পৰীক্ষা গৃহত মোবাইল প্ৰবেশ কৰিব পাৰিলে?


আমাক ইউটিউব ত SUBSCRIBE কৰক
https://youtube.com/

Address


Website

Alerts

Be the first to know and let us send you an email when Republic Media Axom News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share