i_r_inamul

i_r_inamul Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from i_r_inamul, Digital creator, .

28/07/2023

ফটো প্রতিযোগিতা:

MK tv অসম'ৰ তৰফৰ পৰা আয়োজন কৰা হৈছে এক ব্যতিক্রমী ফটো প্রতিযোগিতা।

আপুনিও যদি ফটো প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব বিচাৰে তেন্তে আপোনাৰ একপি ফটো,নিজৰ নাম আৰু ঠিকনাৰ সৈতে আমাৰ Whatsapp নাম্বাৰ 8822771811 ৰ জৰিয়তে এতিয়াই পঠিয়াই দিয়ক।

(উল্লেখ্য যে এনেকুৱা ফটো পঠাব যি ফটো আগতে ফেচবুকত আপলোড কৰা হোৱা নাই, যদি সম্ভৱ হয় নতুনকৈ ফটো তুলি পঠাব)। এই প্রতিযোগিতাত বিজয়ী প্ৰাৰ্থী সকলক দিয়া হব এক আকৰ্ষণীয় পুৰষ্কাৰ লগতে মানপত্র।

প্রতিযোগিতাত মুঠ তিনিটা স্থান থাকিব।
# প্রথম স্থান
# দ্বিতীয় স্থান
# আৰু তৃতীয় স্থান।

প্ৰতিযোগিতাৰ নিয়মাৱলী‌সমূহ হ'ল....

১) এটা লাইক - ১ নম্বৰ।
২)এটা কমেন্ট - ৫ নম্বৰ।
৩) এটা শ্বেয়াৰ - ১০ নম্বৰ।
৪) পেজটো follow কৰাটো বাধ্যতামূলক।

লাইক,কমেন্ট আৰু শ্বেয়াৰৰ ওপৰত নিৰ্ভৰ কৰি ফলাফল ঘোষণা কৰা হৱ।

ফটো প্ৰেৰণৰ অন্তিম তাৰিখ ১৫ আগষ্ট ২০২৩

Note : এজন ব্যক্তিয়ে এবাৰহে শ্বেয়াৰ, কমেন্ট কৰিব পাৰিব।

15/03/2023
23/02/2023

new funny video,funny video,funny videos,funny clips video,funny video 2023,funny comedy video,comedy videos,funny,comedy video,funny comedy,sofik funny video,hindi funny video,best funny video,masti funny video,amazing funny video,challenging funny video,comedy video 2022,afv funny videos,viral funny video,2022 funny video,masti fun tv comedy video,new comedy video,nonstop comedy video 2022
👉👉https://youtu.be/ncqzePH24h8👈👈👈

21/02/2023
07/02/2023
31/01/2023
28/01/2023
25/01/2023
23/01/2023

Address


Website

Alerts

Be the first to know and let us send you an email when i_r_inamul posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share