07/12/2024
মানুহক মানুহ লাগে। সকলো ক'ব পৰাকৈ শুনিব পৰাকৈ..
পৰিস্থিতি এনেকুৱা আহি পৰে যে অতি ভালপোৱা তথা জীৱনৰ সৰ্বোচ্চ হৈ পৰা অতি প্ৰয়োজনীয় মানুহবোৰকো কিছুমান কথা ক'ব নোৱাৰি।
ক'লেই যেন আউল লাগিব, সম্পৰ্কবোৰত ফাট মেলিব...
হেৰুৱাৰ ভয়, সমাজৰ ভয়, পৰিয়ালৰ ভয়
বাহিৰৰ পৰাটো সকলো ভাল, সব ঠিক কিন্তু বুজি কেৱল সেইজনেহে পাই যিয়ে মোকাবিলা কৰে। যাৰ কোনো উত্তৰ নাথাকে...