Nobulmoon

Nobulmoon I am nothing without you..... so always be with me.
(7)

22/02/2024

Finally decided to SHUT DOWN
this page....

16/02/2024
16/02/2024

দুলীয়াজান মিচিং সমাজৰ উদ্যোগত আয়োজিত প্ৰথম সংখ্যক আলি আঃয়ে লিগাং

11/02/2024

দুলীয়াজানৰ ছেইণ্ট জেভিয়াৰ্ছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰসকলে পৰিবেশন কৰা "আজিব দাস্তান হে ইয়ে" এটি চিৰসেউজ হিন্দী গীতৰ ইন্টুৰ্মেন্টেল।

10/02/2024
29/01/2024

মোৰ মবাইল কেমেৰাত আবদ্ধ ২০২৪ বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেড। স্থানঃ নেহৰু ময়দান, দুলীয়াজান।

Congratulations....
18/01/2024

Congratulations....

13/01/2024

Padma Shri Dulal Manki at Sristi Chora, TINSUKIA on January 10, 2024.

12/01/2024

ছোৱালীজনীৰ নৃত্যই সকলোকে মোহিত কৰিলে। তিনিচুকীয়াৰ গোবিন্দপুৰত অনুষ্ঠিত সৃষ্টি চ'ৰাত তাই প্ৰাণ খুলি নাচিলে। তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

11/01/2024

Triple Jump Athletes

The triple jump, sometimes referred to as the hop, step and jump or the hop, skip and jump, is a track and field event, similar to long jump.




05/01/2024

A glimpse of the 12th Cultural Olympiad of Performing Arts held at Thailand recently.

29/12/2023

ডিব্ৰুগড় জিলাৰ "খেল মহাৰণ"ৰ প্ৰথম খণ্ড।

27/12/2023

খাইলং খাই পাইছে নে ?

23/12/2023

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ঘৰত এদিন....

18/12/2023

এই ভিডিঅ'টো "DULIAJAN ADDA" নামৰ ফেচবুক পেজৰ এডমিন ৰুবলু দুৱৰাই বৰ সুন্দৰ কৈ তেওঁৰ কেমেৰাত ধৰি ৰাখিলে। মোৰ জীৱনৰ অন্যতম এক সুন্দৰ মুহূৰ্তৰ ভিডিঅ' নিজেই গম নোপোৱাকৈ ধৰি ৰখাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো । ইয়াৰোপৰি উদ্যোগক্তাসকল, অনুস্থানত উপস্থিত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিক এই সুযোগতে অন্তৰৰ নিভৃত কোণৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো।

Video coming soon....
03/12/2023

Video coming soon....

01/12/2023

Tham (Log Drum) and Mankat (বজাবলৈ ব্যৱহাৰ কৰা মাৰিডাল)

এই বাদ্যযন্ত্ৰ বজাই অৰুণাচল প্ৰদেশৰ নক্টে সম্প্ৰদায়ে বিভিন্ন ধৰণৰ ছন্দ আৰু শব্দ প্ৰেৰণ কৰে যিয়ে বিভিন্ন বাৰ্তাক বুজায়। এই ধৰণৰ THAM অৰ্থাৎ লগ ড্ৰাম তেওঁলোকে অনাদি কালৰে পৰা ব্যৱহাৰ কৰি আহিছে। এই বাদ্যযন্ত্ৰ বজাই তেওঁলোকে নিজৰ গাঁৱৰ ৰাইজৰ সৈতে যোগাযোগ কৰাৰ হেতুকে তৎক্ষণাত গোট খোৱাৰ অৰ্থে ব্যৱহাৰ কৰে যাতে জৰুৰীভাৱে নিজৰ প্ৰয়োজনীয় বাৰ্তা নক্তে ৰাইজৰ মাজলৈ বিয়পাই দিব পাৰে।

, , , , , ,

Send a message to learn more

30/11/2023

Nocte tribe members perform their traditional dance during Chalo-Loku festival, at Deomali in Tirap district of Arunachal Pradesh. Please Watch Video and don't forget to share with your near and dear once.

28/11/2023

Traditional Nocte dance.

27/11/2023

TRADITIONAL GUN FIRE during the Chalo Loku Festival, celebrated by the Nocte tribe at .

Address


Website

Alerts

Be the first to know and let us send you an email when Nobulmoon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share