TMC Supporters

  • Home
  • TMC Supporters

TMC Supporters Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from TMC Supporters, Digital creator, .

08/06/2024

এখন জয় শ্রী রাম ছেড়ে জয় জগন্নাথ বলছে এবার কি ভক্তরা জগন্নাথ বলা চালু করবে

05/06/2024

🤭🤭🤭🤭

15/04/2024
15/04/2024
02/04/2024

TMC Zindabad

আজি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি Ripun Bora ডাঙৰীয়াই ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী কাৰ...
30/03/2024

আজি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি Ripun Bora ডাঙৰীয়াই ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্য্যালয় উদ্বোধনী অনুষ্ঠানত দলীয় নেতৃবৃন্দৰ সৈতে অংশগ্ৰহণ কৰে। লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্ৰী গৌৰীশংকৰ শৰণীয়াৰ হৈ প্ৰচাৰ কাৰ্য্যসূচীতো তেখেতে ভাগ লয়।
উক্ত কাৰ্য্যসূচীত চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অনিৰ্বান সেন, গোৱালপাৰা জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি আৰিফ আখতাৰ আহমেদ সহ কেইবাগৰাকী দলৰ বিষয়ববীয়া উপস্থিত থাকে ।

27/03/2024

মুক্তি পালে অসম তৃণমূল কংগ্ৰেছৰ "Theme Song" । সমূহ অসমবাসী ৰাইজৰ মৰম আৰু সঁহাৰি বিনম্ৰতাৰে কামনা কৰিলো। ধন্যবাদ 🙏

19/03/2024
14/03/2024

উচ্চ ন্যায়ালয়ৰ ধমকত তালিকা দিলে SBI-এ

14/03/2024
14/03/2024

Address

MN

Website

Alerts

Be the first to know and let us send you an email when TMC Supporters posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share