নগাঁও আৰক্ষীৰ বৃহৎ সফলতা।
নগাঁও বৰঘাট বাইপাচত নগাঁও আৰক্ষীৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট । নাৰেঙ্গীৰ পৰা নগাঁৱলৈ আনিছিল টেবলেট খিনি ।
পুৰণিগুদামত সমজিলাৰ কাৰ্য্যালয় স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ ৷
পুৰণিগুদামত সমজিলাৰ কাৰ্য্যালয় স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ ৷
বৰিবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত
বৰিবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত কহুৱাআটি নিজ পত্নীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে স্বামীক ।
জুৱা খেলৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান ৷
জুৱা খেলৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান ৷
নগাওঁ আৰক্ষীৰ অভিযানকাৰী দলে চহৰ খনৰ লক্ষীনগৰত অভিযান চলাই জুৱা খেল চক্ৰৰ পাঁচজন সদস্যক গ্ৰেপ্তাৰ কৰে ।
নগাঁৱৰ ইছলামপট্টিত জাতীয় বিদ্যালয়ত প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী ।
নগাঁৱৰ ইছলামপট্টিত জাতীয় বিদ্যালয়ত প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী ।
ৰহা সমষ্টিৰ সুৰজিৎ দাসে যোগদান কৰিলে AUIDF দলত ৷
ৰহা সমষ্টিৰ সুৰজিৎ দাসে যোগদান কৰিলে AUIDF দলত ৷
কামপুৰত গাঞ্জা সহ এজন লোকক আটক ৷
কামপুৰত গাঞ্জা সহ এজন লোকক আটক ৷
নগাঁও ভাওনা সমাৰোহ ২০২৫ বৰ্ষৰ উদযাপন উপলক্ষে এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায় ৷
নগাঁও ভাওনা সমাৰোহ ২০২৫ বৰ্ষৰ উদযাপন উপলক্ষে এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায় ৷
জুৰীয়াত ভয়ংকৰ অগ্নি কাণ্ড ।
জুৰীয়াত ভয়ংকৰ অগ্নি কাণ্ড ।
আজি ৭৬ তম্ গণৰাজ্য দিৱস ।
আজি ৭৬ তম্ গণৰাজ্য দিৱস । সমগ্ৰ ভাৰত বৰ্ষৰ লগতে আমগুৰিতো উদযাপন কৰা হয় গণৰাজ্য দিৱস । আমগুৰি ক্ৰীয়া সন্থাৰ উদ্যোগত পালন কৰা গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি দুলাল বৰুৱাই পুৱা পতাকা উত্তোলন কৰা পাছতে বৃহত্তৰ আমগুৰি অঞ্চলৰ নবীন ফুটবল প্ৰতিভা সমুহ চিনাক্ত কৰি উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰ মূল লক্ষ আগত ৰাখি এখনি গণতন্ত্ৰ ফুটবল কাপ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
গৌৰিসাগৰৰ পৰা Saddam Ali
নগাঁৱৰ শিয়ালমাৰীৰ কোঠায়নিত Young Boys Cooking Channel ৰ সৌজন্যত কাবাডি
নগাঁৱৰ শিয়ালমাৰীৰ কোঠায়নিত Young Boys Cooking Channel ৰ সৌজন্যত কাবাডি প্ৰতিযোগিতা I
#Young Boys Cooking Channel ##kabaddi #sialmari #kutayani
নগাঁৱত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন ৷
নগাঁৱত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন ৷