The Daily Column

  • Home
  • The Daily Column

The Daily Column Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from The Daily Column, Digital creator, .

It has started with   Then it ended with hurting other bitiya is it how some people seeking justice for   ?What about   ...
16/08/2024

It has started with
Then it ended with hurting other bitiya is it how some people seeking justice for ?
What about ki Bitiya whose body was buried at midnight in the farm field ?

Coordination less Harassing Development !স্থান - শংকৰদেৱ পথ, গুৱাহাটী।এই উপ-পথটোৰ এটা বৈশিষ্ট আছে যে ই এটা   । পথটোৰ এটা...
09/08/2024

Coordination less Harassing Development !

স্থান - শংকৰদেৱ পথ, গুৱাহাটী।
এই উপ-পথটোৰ এটা বৈশিষ্ট আছে যে ই এটা । পথটোৰ এটা side Bishnupur GMC Ward no 19 হৈ Natunbasti / Serabhati / Chatribari সংযোগ কৰে আৰু আনটো side Mahendranagar GMC Ward no 20 হৈ Fatashil Ambari PS/ Ambari/ Dhirenpara /Cycle Factory আদি সংযোগ কৰে। মুঠতে সৰু উপপথ যদিও কিন্তু গুৰুত্বপূৰ্ণ উপপথ।
পিছে বিগত 3-4 মাহ ধৰি ইয়াত নিৰ্মাণৰ কাম চলি আছে গতিকে 19 no ৰ ফালে যাতায়াত প্ৰায় অচল হৈয়ে থাকে কিন্তু যিহেতু 20 no Ward হৈও এটা যাব পৰা ৰাস্তা আছে গতিকে উপায়হীন ৰাইজে অলপ কষ্ট কৰি হলেও যাতায়াত কৰি আছিলে। LPG Home delivery কৰা গাৰি বোৰ সোমাব পৰা নাই যদিও কান্ধত লৈ কিবা কৈ দি গৈছিল। কিন্তু যোৱা প্ৰায় 20-২৫ দিন আগত 20 no Ward ৰ কৰ্ম দক্ষ ৰ গৰাকীয়ে দুই বছৰ পাছত কাম কৰিবলৈ হঠাৎ আহি উপস্থিত হল আৰু উপপথ টোৱে যোগাযোগ কৰা আনটো অংশও লগাই কাটি তহিলং কৰি দিলে ফলতে ৰাইজ পনবন্দি !
প্ৰথম ১২-১৫ দিন কাটি থোৱা মাটি খিনি পথৰ ওপৰতেই থৈ দিছিল যদিও পিছে তেওঁৰ বিবেকে তেওঁক জোঁকাৰিলে ফলতে ৰ পৰা অলপকৈ মাটি আঁতৰাই দিয়ালে যাতে পনবন্দী ৰাইজ কিবা কৈ ওলাবলৈ সক্ষম হয়। পিছে ইমান দিনে কিমান যে মানুহে এই ৰাস্তা ( যত লাইট নাই ) ব্যৱহাৰ কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হয় তাৰ কোনো হিচাপ নাই। পিছে আমাৰ মন্ত্ৰীয়ে কোৱা ধৰণে "প্ৰশ্ৰৱ বেদনা" ৰাইজেই ভুগিব লাগিব বুলি ৰাইজে অভ্যস্ত হৈছে।

কিন্তু এতিয়া মূল সমস্যাটো হল এই 5 no ছবি খন। Coordination less Harassing Development ৰ বাবে আজি দুইও ফালে ৰাস্তা বন্ধ গতিকে জাবৰ সংগ্ৰহ কৰিব অহা গাৰী সমূহ আহিব পৰা নাই আৰু ইমান গধূৰ হোৱা বাবে দাঙি লৈ যোৱাটো সম্ভৱ হোৱা নাই। তথাপি mask লগাই অলপ অলপকৈ জাবৰ পেলাই আছোঁ কিন্তু পেলাবলৈকেও প্ৰায় 1 km দূৰ খোজ কাঢ়িবলৈ হৈ আছে। বানপানীৰ বাবে সকলো ক্ষেত্ৰতে ৰাইজক জগৰীয়া কৰিলে নহব।
এতিয়া এবাৰ চিন্তা কৰিব যদি কিবা এটা হৈ পৰে তেনে হলে এই লোক সকলৰ কি হব ?

Coordination-less Harassing Development!

Location: Shankardev Path, Guwahati.

This sub-road is notable as a . One side connects Bishnupur GMC Ward No. 19 to Natunbasti/Serabhati/Chatribari, while the other side connects Mahendranagar GMC Ward No. 20 to Fatashil Ambari PS/Ambari/Dhirenpara/Cycle Factory, among others. Although a small sub-road, it is an important one.

However, for the past 3-4 months, construction work has been ongoing, causing severe disruption to traffic on the 19 No. side. Since there's still a route available via Ward 20, people have been managing to travel despite the difficulties. LPG delivery vehicles couldn't enter, so deliveries were made manually.

Then About 20-25 days ago, here comes the bang ! The most efficient counselor of Ward No 20 suddenly arrived after two years of his joining as Counselor and started working, using earthmovers to cut and fill the road, which caused even more blockage for residents!

Initially, for the first 12-15 days, the excavated soil was left on the road, but later, some of it was removed to allow people to pass. Still, there have been numerous accidents due to the lack of lighting on this road. As our minister has said, "The public must endure the pain of inconvenience," and people have grown accustomed to this.

But, now the main problem is the 5th photo !

Due to co-ordination-less and harassing development, both sides of the road are now closed, preventing vehicles from collecting waste. The heavy conditions have made it impossible to transport waste. Although I am trying to manage with a mask and slowly clearing the waste, it requires walking almost 1 km to do so.

Now, think about what would happen if there were an emergency. What will these people do?

Himanta Biswa Sarma Ashok Singhal Mrigen Sarania Bijuli Kalita Medhi please do something in this regard.

Today's analysis -BHajpa people wouldn't have to trend   if the barve girl of India the Indira Gandhi would been be aliv...
07/08/2024

Today's analysis -
BHajpa people wouldn't have to trend if the barve girl of India the Indira Gandhi would been be alive.
Missing The Iron lady.
Comment your thoughts.

Revolution or Coup?  It all began with the students protesting against the unjust reservation policy of the government; ...
06/08/2024

Revolution or Coup?



It all began with the students protesting against the unjust reservation policy of the government; and eventually it took the shape of Anti-Dictatorial Movement which compelled to retreat. This student movement sends a clear message to all the Dictators around the world that change is inevitable the ultimate POWER lies with the people.

However, upon closely observing the chain of events from yesterday, a question arises.
After the success of the movement, was the act of placing a "Garland of Sandals" on the Statue of Sheikh Mujibur Rahman, the Founding Father of Bangladesh, a sign of "celebration" or it was something else?

While searching for the answer to this question, I came across a photo on social media where some Bangladeshi Muslim people were guarding a temple. They sent a message that everyone living in Bangladesh irrespective of religion or ethnicity, are all brothers, which indeed is positive and sends a great message to the world. Everything is fine, but the question is: How did this situation arise? Wasn't the struggle of the students originally organized against . Then why were the temples and houses of the Hindus vandalized and set ablaze?

The Student Struggle was against the of , but setting someone's house on fire and vandalizing Temple does not indicate ?

Can we consider that the "Student's Movement" was hijacked by some extremist group influenced by external actors and transformed into a " "?

Revolution ! Or Coup ?



এই যুঁজ আৰম্ভ হৈছিল ৰ বিৰুদ্ধে, পিছে পৰ্য্যায় ক্ৰমে সংগঠিত প্ৰকাৰে বাংলাদেশৰ ছাত্ৰ সমাজে ৰ বিৰুদ্ধে এক অনন্য জাগৰণ সৃষ্টি কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী ক পদত্যাগ কৰি পলায়ন কৰিবলৈ বাধ্য কৰি দিয়ে। বাংলাদেশৰ ছাত্ৰ সমাজে গঢ়া এই ছাত্ৰ আন্দোলন বিশ্বৰ সকলো বাহক লৈ এটা সন্দেশ প্ৰেৰণ কৰিছে যে কিন্তু নহয়, গণতন্ত্ৰৰ মূল শক্তিয়েই হল ৰাইজ।
কিন্তু কালিৰ পৰা মই এই সমস্ত ঘটনাখিনিক ক্ষিপ্ৰতাৰে পৰ্যবেক্ষণ কৰাৰ পাছত মোৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে ছাত্ৰ আন্দোলন সফল হোৱাৰ পাছত ছাত্ৰ সকলে বাংলাদেশৰ জনক তথা "Father of the Nation of Bangladesh" যি গৰাকী ব্যক্তিয়ে দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল তেওঁৰ প্ৰতি মূৰ্তিত "চেণ্ডেলৰ মালা" পিন্ধাই তেওঁৰ সেই সু-উচ্চ প্ৰতিমূৰ্তি ভাঙি লন্ড ভণ্ড কৰি দিয়া কামটো ছাত্ৰ সংগঠনটোৰ বিজয় উল্লাস নে অইন কিবা ?
এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি ফুৰোতে আৰু এটা ছবি সামাজিক মাধ্যমত দেখা পালোঁ, সেয়া আছিল কিছু বাংলাদেশী ইছলাম ধৰ্মীয় লোকে মন্দিৰ এটাৰ সুৰক্ষাত নিয়োজিত হৈ আছে। তেওঁলোকে এটা বাৰ্তা প্ৰেৰণ কৰিছে যে বাংলাদেশত বসবাস কৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে তেওঁলোকৰ ভাই ককাই আৰু তেওঁলোকৰ মাজত এক ভাতৃত্ববোধৰ এনাজুৰি আছে যি আচলতে এটা যোগাত্মক বিষয় আৰু সমগ্ৰ বিশ্ব লৈ ই এটা সুন্দৰ বাৰ্তা কঢ়িয়াই নিছে। সকলো ঠিকেই আছিলে কিন্তু প্ৰশ্ন হল এই পৰিস্থিতিৰ উদ্ভৱ কেনেকৈ হল ? যুঁজ আছিল সংগঠিত ছাত্ৰ সমাজৰ ৰ বিৰুদ্ধে তে হিন্দু লোকৰ ঘৰ জ্বলাই দিয়া, মন্দিৰ ভাঙি দিয়া এইবোৰ কেনেকৈ স্থান পালে ?
যুঁজ আছিল ৰ বিৰুদ্ধে কিন্তু জয়ী হোৱাৰ পাছত কাৰোবাৰ ঘৰ জ্বলাই দিয়া, মন্দিৰ ভাঙি দিয়া ঘটনাটো আপোনালোকৰ ৰ ইংগিত দিয়া নাই জানো ?
এবাৰ গভীৰ ভাবে চিন্তা কৰিব ৰ বিৰুদ্ধে চলা ছাত্ৰ আন্দোলনৰ সুযোগ লৈ একাংশ মৌলবাদী গোষ্ঠী লৈ ৰূপান্তৰিত কৰিলে নেকি ?

#বাংলাদেশ

06/08/2024

" The Daily Column " it's my new Page where I will try to discuss the Burning Social Issues which are engaged with our daily life.
You can also write your thoughts and your analysis regarding any issues which are engaged to our daily life through this platform & I'll try to bring your voice to the belonging Authority.

In the current context, when most of our media is occupied with praising the government, our daily issues get neglected. This is an effort to highlight these problems to the public and the concerned authorities, and without everyone's support, this effort will not succeed. Therefore, I seek the cooperation and assistance of all.

মোৰ নতুন য'ত মই তাত্ক্ষণিক সামাজিক সমস্যাবোৰৰ ওপৰত আলোচনা কৰাৰ চেষ্টা কৰিম যি আমাৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত।
আপোনালোকেও এই মঞ্চৰ জৰিয়তে আপোনাৰ ভাবনা আৰু বিশ্লেষণ লিখিব পাৰে, যিসকল সমস্যা আমাৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত।
আৰু মই আপোনাৰ মাত সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিম।

বৰ্ত্তমানৰ প্ৰেক্ষাপটত যেতিয়া আমাৰ বেছিসংখ্যক সংবাদ মাধ্যম চৰকাৰৰ বন্দনা কৰাত ব্যস্ত পৰিলক্ষিত হৈছে সেই সময়ত আমাৰ দৈনন্দিন সমস্যাসমূহ কৰবাত থমকি ৰৈ যায়। সেই সমস্যাসমূহ ৰাইজ তথা সংশ্লিষ্ট কতৃপক্ষৰ ওচৰত দাঙি ধৰিবলৈ ই এক প্ৰচেষ্টা আৰু আপোনালোকৰ সকলোৰে সহায় অবিহনে এই প্ৰচেষ্টা সফল হোৱাটো সম্ভৱ নহব। গতিকে সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ।

05/08/2023

Impact of Social Media ✊

Place - Birubari Tiniali (in front of B.Barooah Cancer institute)

02/08/2023

এই হল গাত লাগি থকা GMCH হোষ্টেল - Kachari basti Road, Ganeshguri. বৰষুণ অবিহণেই ইয়াৰ ৰাস্তা নলাৰ পানী দি সদায়ে জলমগ্ন হৈ থাকে । আৰু অকল GMCH নহয় , , Dispur College কে ধৰি বহুত বহুত গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান এই পথৰ দাঁতিত তৎসত্তেও এই পথ চোৱাৰ ইমান দুৰৱস্থা! অকল পানীয়ে নহয় পানীৰ তলত ৰৈ আছে প্ৰকাণ্ড প্ৰকাণ্ড গাত আৰু কোনো ধৰণৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই ফলস্বৰূপে সদায়ে 2-3 টা দুৰ্ঘটনা ঘটি থাকে তথাপিও ৰহস্যজনক কাৰণত শাসন থকা সকলে মৌন !
মোৰ প্ৰশ্ন সেই শাসনত থকা সকলক আপোনালোকে কিহৰ বাবে বাট চাই আছে ? সেই গণেশগুৰিৰ প্ৰিয়া কুমাৰীৰ দৰে আন এগৰাকীৰ জীৱন হেৰুৱা লৈকে ? নে মঠঘৰীয়াৰ Saurav Das ৰ দৰে পথৰ গাতত পৰি প্ৰাণ হেৰুৱা লৈকে ?

আপোনালোকৰ লৰা ছোৱালীৰ দৰে সাধাৰণ ৰাইজৰ লৰা ছোৱালীৰ জীৱনো বৰ মূল্যবান, গতিকে সময় থাকোতেই বিহীত ব্যৱস্থা লওক যাতে কোনো মায়ে নিজৰ সন্তানক হেৰুৱাই কান্দিব লগা নহয়।
ধন্যবাদ।

Himanta Biswa Sarma
Queen Oja BJP Ashok Singhal Atul Bora Mrigen Sarania


Kartick Panchu Sarkar মুক্ত কণ্ঠ ' by Kartick Sarkar

31/07/2023

অকল " মিঞা মিঞা " কৰি তথা মিঞাক গালি পাৰি ৰাইজৰ জ্বলন্ত সমস্যাবোৰ সমাধান কৰিব পাৰিব নে ?
নে ই কেৱল সমস্যা বোৰৰ পৰা ধ্যান আঁতৰোৱাৰ এটা সস্তীয়া পন্থা হে ?

Himanta Biswa Sarma
Queen Oja BJP
Ashok Singhal
Mrigen Sarania

ৰাইজে উত্তৰ বিচাৰিছে।

Cycle Factory পুলিচ পইণ্টৰ লগতে গুৱাহাটীৰ কেইবাটাও   পইন্টত Integrated Traffic Management System ITMS বিকল অৱস্থাত পৰি থ...
18/07/2023

Cycle Factory পুলিচ পইণ্টৰ লগতে গুৱাহাটীৰ কেইবাটাও পইন্টত Integrated Traffic Management System ITMS বিকল অৱস্থাত পৰি থকাৰ কথা ছবিৰ সৈতে যোগে জিলা প্ৰশাসনক জনাইছিলোঁ আৰু তেওঁলোকেও কথাখিনিক গুৰুত্ব সহকাৰে লৈছিল।
Tweet কৰাৰ দুইদিন পাছত মাজ ৰাতি আহি থাকোঁতে দেখা পালো বোৰত কিবা মেৰামতি কাম চলি আছিল আৰু তাৰে ঠিক পিছ দিনা ৰাতি লক্ষ্য কৰিলোঁ সিগ্নাল লাইট বোৰ জ্বলি আছিল যদিও proper functioning আৰম্ভ হোৱা নাছিল !
কিন্তু আপোনালোকক জনাবলৈ সুখী হম যে যান বাহন আৰক্ষী বিষয়াৰ ফালৰ পৰা মোক জনায় যে ইতিমধ্যে installation হৈ গল আৰু ৪-৫ দিনৰ ভিতৰত ITMS properly functioning আৰম্ভ কৰি দিব বুলি।
গতিকে জিলা প্ৰশাসনক ৰাইজৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Kartick Sarkar
Kartick Panchu Sarkar

মহানগৰীৰ চাইকেল ফেক্তৰি পুলিচ পইন্টত Integrated Traffic Management System (ITMS) বিকল অৱস্থাত !একেই দৃশ্য এতিয়া যেন সুল...
13/07/2023

মহানগৰীৰ চাইকেল ফেক্তৰি পুলিচ পইন্টত Integrated Traffic Management System (ITMS) বিকল অৱস্থাত !
একেই দৃশ্য এতিয়া যেন সুলভ হৈ পৰিছে সকলোতে !
যদি পৰিকল্পনাই নাছিল তে ইমান টকা খৰচ কৰি ITMS বোৰ বহুৱাৰ কাৰণ কিন্তু সন্দেহৰ আৱৰ্তত।

Himanta Biswa Sarma
Queen Oja BJP
Ashok Singhal
Guwahati City Traffic

13/07/2023

What is the difference between and ?
I have seen various leaders very vocal over violence but parallely remained silent on / . Isn't it a Double Standard of Them?
Shall we say that election or vote is the only concern and not human life ?

যোৱা কালি ৰাতি গুৱাহাটী লাষ্ট গেটৰ ওচৰত তথা ৰাজধানী মছজিদৰ সন্মুখৰ দৃশ্য এয়া।বহু কোটি টকা খৰচ কৰি Integrated traffic man...
13/07/2023

যোৱা কালি ৰাতি গুৱাহাটী লাষ্ট গেটৰ ওচৰত তথা ৰাজধানী মছজিদৰ সন্মুখৰ দৃশ্য এয়া।
বহু কোটি টকা খৰচ কৰি Integrated traffic management system (ITMS) বহুৱা হৈছে যদিও প্ৰায় ভাগ জেগাতই এনে ধৰণৰ দৃশ্য সুলভ হৈছে।
কাৰণ যিয়েই নহওঁক কিয় যান বাহন সূৰক্ষাৰ দিকৰ পৰা ই কিন্তু বৰ ভয়াবহ অৱস্থাত আছে। ও নাছিল গতিকে যিকোনো মূহুৰ্ততে এটা ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈ যাব পাৰে। দুৰ্ঘটনা এটা সংঘটিত হৈ কাৰোবাৰ জীৱন হেৰুৱা পাছত সংজ্ঞান লোৱা বা ক্ষতিপুৰন দিয়াত কৈ আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পথ সুৰক্ষাক লৈ ইমান সজাগ থকা পাছতো এনে ধৰণৰ ভয়ংকৰ বৰ চিন্তাজনক হৈ পৰিছে। গতিকে মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়া আপুনি সোনকালে এই সমস্যাটোৰ সমাধান কৰিব বুলি আশা ৰাখিলোঁ।
ধন্যবাদ।

Queen Oja BJP
Ashok Singhal
Guwahati City Traffic

11/07/2023

Honourable Chief Minister Himanta Biswa Sarma Without street light and with lots of Potholes how can we call for Road Safety ?

Ashok Singhal
Queen Oja BJP

01/07/2023

Sunny Leone ক অসমত স্বাগতম !

01/07/2023

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নাম থকা আদানিক গতাই দিয়া হল,
আমাৰ অসম ৰাজ্যিক চিৰিয়াখনাৰ পৰা জন্তু আম্বানিৰ ব্যক্তিগত চিৰিয়াখানালৈ পঠাই দিয়া হল আৰু এতিয়া গুৱাহাটীৰ ঐতিহ্য দিঘলীপুখুৰিক গুজৰাটী প্ৰতিষ্ঠান এটাক গতাই দিয়া হল।

প্ৰশ্ন হল সচেতন নাগৰিকৰ সৈতে আমাৰ যুৱ প্ৰজন্মই কি ভাবে ?
এনেকৈ এটা এটাকৈ অসমৰ সকলো সম্পদ যদি কোনোবা বহিৰাজ্যৰ প্ৰতিষ্ঠানক গতাই দিয়া হয় তেনেহলে এদিন আহিব যেতিয়া আমাৰ পৰবৰ্ত্তী প্ৰজন্মই অসমৰ সম্পদ সমূহ ব্যৱহাৰ কৰিবলৈ বহিৰজ্যৰ কোনোবা বনিয়াক হয়তো দিব লাগিব ।

28/06/2023

The incident was very tragic and heart wrenching.
My Deep Condolence to the families of those innocent souls.

Hari Hari Bolo, Bol Hori 🙏🙏




Address


Website

Alerts

Be the first to know and let us send you an email when The Daily Column posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share