Big News Assam

  • Home
  • Big News Assam

Big News Assam Big news Assam is a digital news platform bringing latest and exclusive news within every individual's hand held gadgets in the golden era of Digitization.

The vision of this channel is to being Continually Fearless and Determined.

11/06/2021

মঙ্গলদৈত চিকিৎসকৰ বিৰুদ্ধে এইবাৰ গুৰুতৰ অভিযোগ ।

11/06/2021

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে মূল্য বৃদ্ধিৰ বিৰুদ্ধে নগাঁও জিলাৰ ৰূপহীহাট কংগ্ৰেছী সকলৰ প্ৰতিবাদ।

11/06/2021

নতুন চৰকাৰৰ এক মাহৰ কাৰ্যকলাপক লৈ প্ৰতিক্ৰিয়া,এআইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ।

11/06/2021

তেজপুৰৰ এদল শিক্ষাৰ্থী শ্ৰেণী কোঠাৰ পৰা কৃষি পথাৰলৈ

10/06/2021

নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে নামৰূপ আৰক্ষীৰ অভিযান অব্যাহত,নামৰূপ চাহ বাগিচাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

10/06/2021

এইবাৰ স্বাস্থ্য কৰ্মী কঢ়িওৱা গাড়ীত ড্ৰাগছসহ মাফিয়া

10/06/2021

ক’ৰণা মহামাৰীত উৰ্পাজনৰ পথ বন্ধ হৈ পৰিছে শিৱসাগৰ জিলাৰ লাকুৱাৰ এখন পোছাক ভাণ্ডাৰৰ।

10/06/2021

সমগ্ৰ দেশত ক'ৰণাই আতংক সৃষ্টি কৰা সময়তে তিনিচুকীয়া লাইকা-দধীয়াত এতিয়া বানপানীৰ সন্ত্ৰাস।

10/06/2021

*ৰূপহীহাটৰ যুৱকৰ হত‍্যা সম্পৰ্কে কি কলে ধিং ৰ বিধায়ক আমিনুল ইছলামে

10/06/2021

স্বাধীনতাৰ ৭৩ বছৰৰ পিছতো পকী কৰন নোহোৱা মাজুলীৎ এটা গ্ৰাম্য পথৰ দুৰৱস্থা।

10/06/2021

ধুবুৰীৰ আৰক্ষীৰ জালত মহিলা ড্ৰাগছ সৰবৰাহকাৰী

10/06/2021

ৰূপহীহাটৰ কাণ্ডলৈ ,এছ পি আনন্দ মিশ্ৰৰ তদন্ত আৰম্ভ,,মাটিৰ মালিক সহ চাৰিজনক আটক

10/06/2021

হোজাইত মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।

09/06/2021

যুৱকৰ মৃত্যুৰ কেন্দ্ৰকৰি শ শ লোকৰ ৰূপহী আৰক্ষী থানা ঘেৰাও

09/06/2021

গুৱাহাটীৰ ড০ নম্ৰতা শৰ্মাক
ৰাষ্ট্ৰীয় নাৰী প্ৰতিষ্ঠা সন্মান

09/06/2021

মৰিগাঁৱত আৰক্ষীৰ অভিযান। বৃহৎ পৰিমাণৰ ড্ৰগছ সহ ড্ৰাগছ ব্যৱসায়ী আটক ৷

09/06/2021

তিনিচুকীয়া জিলাৰ শুকান পুখুৰী আঞ্চলিক যুৱক সংঘৰ উদ্যোগত তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ।

09/06/2021

মাজুলীত জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত দিব্যাংগ সকলক ক'ভিড প্ৰতিষেধক প্ৰদান।।

09/06/2021

অৱসৰ প্ৰাপ্ত বিষয়া ব্যস্ত গো, মীন ,ছাগলী, কুকুৰা আদি পালনত*।

09/06/2021

ক'ভিড মহামাৰী যুদ্ধৰ বাবে আগবাঢ়ি আহিল পৰিমল ফাউণ্ডেশ্যন নামৰ বে - চৰকাৰী সংগঠনৰ লগতে ভাৰতীয় জীৱন বীমা নিগম নামৰ দুয়োটা সংগঠনে।

09/06/2021

নগাঁওত বিদ্যুত বিভাগৰ কৰ্মচাৰীক আক্ৰমণ।
নিৰাপত্তা বিচাৰি কৰ্মচাৰীৰ প্ৰতিবাদ।

05/06/2021

ধুবুৰীত চলিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ,ড্ৰাগছ সহ এজন যুৱকক আটক

05/06/2021

ধুবুৰীত বিশ্ব পৰিবেশ দিৱস পালন

05/06/2021

জুৰীয়াত পুতলা পিষ্টলৰ লগতে বুজন পৰিমানৰ ড্ৰাগছ সহ মহিলাক আটক।

05/06/2021

ড্ৰাগছৰ পিছত এই বাৰ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযানত নগাঁও আৰক্ষীৰ।

05/06/2021

চাপৰৰ অন্তৰ্গত শালকোছা আৰক্ষীৰ বিশেষ অভিযান ।

05/06/2021

মুকালমুৱাত কেইজনমান ইউটিউবাৰৰ প্ৰশংসনীয় পদক্ষেপ

05/06/2021

বিশ্ব পৰিবেশ দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে আজি ধুবুৰীতো বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।

Address


Website

Alerts

Be the first to know and let us send you an email when Big News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share