Nikhoj

Nikhoj অনুগ্ৰহ কৰি এই পেজখন Follow কৰি দিব।
ভিডিঅ'বোৰ চাই ভাল পালে শ্বেয়াৰ কৰিব নাপাহৰিব।
feelings happy
(1)

23/10/2024

কেতিয়াবা এনেকুৱা হয় নে, আপোনাৰ কণ্টেক্ট লিষ্টৰ এটা চিনাকি নম্বৰ, যি এসময়ত আপোনাৰ কল লিষ্টত পুৱা গধূলি জিলিকি আছিল। কেতিয়াবা আনলৈ বুলি ফোন লগাওঁতেও অভ্যাসবশত ভুলতে তেওঁলৈ লাগিছিল। ট্ৰু কলাৰত যিটো নম্বৰ ফ্ৰিকুয়েন্টলি কানেক্টেদ বুলি ওলাই আছিল। আৰু আজি সেই নম্বৰটোত ফোনটো লগাবলৈ লৈ আপুনি বাৰে বাৰে ৰৈ গৈছে। কাৰণ আপুনি জানে, সেই নম্বৰটোৰ সিপাৰে আগৰ দৰে হেঁপাহ নাই। ফোনটো হয়তো ৰিচিভ কৰিব, কথাও পাতিব। সেই মাত্ৰ, কেজুৱেল ভাল বেয়া খা খবৰ। সেই অনুৰাগহীন বাৰ্তালাপৰ ভয়ত আপুনি ৰৈ যায়। আৰু এদিন মোবাইল বা ছিমখন সলাওতে নম্বৰটো ডিলিট হয়। এনেকৈ কত যে নম্বৰ আঁতৰি গৈছে। কত যে মুখ হুমুনিয়াহ হৈ ধূসৰ হৈছে। বহুদিনৰ মূৰত কোনোবা আবেলি এটাত মনত পৰে, কেতিয়াবা হুমুনিয়াহ সৰে। কিন্তু আপুনি জানে, সময়বোৰ আপুনি উভতাব নোৱাৰে। ভাৱবোৰ জোকাৰি আপুনিও আগবাঢ়ে। বাস্তৱ আচলতে এয়াই, সম্পৰ্ক যিমানেই গাঢ় নহওক, অনুভৱ যিমানেই অন্তৰংগ নহওক, এসময়ত চাগে মামৰ লাগে। নাই, দোষ কাৰো নাই। কিন্তু কিছুমান বস্তু সদায় একে হৈ নাথাকে। হয়তো, থাকিবও নোৱাৰে।

✍️কৌশিক নন্দন বৰুৱা...

🤍✨
23/08/2024

🤍✨

15/08/2024

🙃🙂

🦋
02/08/2024

🦋

🧐
22/07/2024

🧐

13/06/2024

POV : প্ৰিয় জন সদায় বিশেষ ।
:
:
:
:
Follow: Nikhoj.

24/03/2024

😄

নিজৰ পাব লগীয়া পইচা কেইটা খোজাত কৈ আৰু টান কাম একোৱেই নাই l প্ৰথমে আপুনি তিনি চাৰি টা মান কাৰণ মনত ভাবিব লাগিব যে কোন ত...
09/02/2024

নিজৰ পাব লগীয়া পইচা কেইটা খোজাত কৈ আৰু টান কাম একোৱেই নাই l প্ৰথমে আপুনি তিনি চাৰি টা মান কাৰণ মনত ভাবিব লাগিব যে কোন তো কাৰণ কৈ আপুনি পইচা কেইটা খুজিব l এনেকুৱা নহয় যে আপুনি সম্পুৰ্ণ আধিকাৰত কব যে মোৰ পইচা কেইটা দিয়ক, না না না.... আপুনি এটা সম্পূৰ্ণ প্লেন বনাব লাগিব আৰু সেই প্লেন তোৰ ওপৰত বিশেষ ভাৱে তিনি চাৰি দিন কেইটা মান বাহানা ভাবিব লাগিব ! সেই তিনি চাৰিটা কাৰণৰ পৰা এটা কাৰণ বাচি লৈ আপুনি চুচুক চামাককৈ পইচা কেইটা খুজিব, দিলে যদি দিলে নিদিলে আকৌ কেইমাহ মান নতুন এটা প্লেন বনাই থাকক আৰু 🙏 l প্ৰতি জন ভদ্ৰলোকৰ কাহিনী l
ভদ্ৰতা কেৰী কৰা ও ইমাণ সহজ নহয় l

বিহু বিশেষ ❤️📸
15/01/2024

বিহু বিশেষ ❤️📸

10/01/2024

Every Loyal Boy 😻 deserves a girl like Shraddha...✨❤️

06/01/2024

" Tumar Morome Muk , Dehot Tulile Dhou"✨🕊️

05/01/2024

📌 আৰু কাৰ কাৰ জীৱনত এনেকুৱা moye moye হৈছে জনাব 🙂!!

✨
05/01/2024

🖤✨🕊️
04/01/2024

🖤✨🕊️

🖤🕊️❤️
29/12/2023

🖤🕊️❤️

29/12/2023

এইবোৰে হৈছে প্ৰতিভা 😊

26/12/2023

চাধা লাগিলে মলি ঠোঁটৰিত ভৰাই দিম...😩🤥👀

Address


Alerts

Be the first to know and let us send you an email when Nikhoj posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nikhoj:

Videos

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share