vloger k tanti

  • Home
  • vloger k tanti

vloger k tanti Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from vloger k tanti, Social Media Agency, .

15/02/2024
02/02/2023

খং নকৰিবা, নিজৰেইসবৰ্বনাশ হʼব।
অহংকাৰ নকৰিবা, পতন হʼব।
কাকো ঘৃণা নকৰিবা, নিজেই ঘৃণিত হ'বা।
কাৰো অন্তৰত আঘাট নিদিয়া, ভগৱানে কষ্ট পাব।
ফাঁকি নিদিবা, অবিশ্বাস্য পাত্ৰ হʼবা।
কাকো সন্দেহ নকৰিবা , অশান্তি আহিব।
আত্মগৌৰৱ নকৰিবা, মনোমালিন্য হʼব।
বাজে কথা নকবা, মন চঞ্চল হʼব।
মিছা কথাত কাণ নিদিবা, কত্ত্তব্যচ্যুতহʼবা।
মান নাচাবা, অপমানিত হʼবা।
আকৃতি প্ৰকৃতিত লক্ষ্য নকৰিবা, ভেদভভাব আহিব।
অসৎ সঙ্গ নকৰিবা, চৰিত্ৰ কলুষিত হ,ব।
অবৈধ চিন্তা নকৰিবা, মন কলুষিত হʼব।
বিন্দু নষ্ট নকৰিবা, দেহ মন দুৰ্বলব হʼব।
অনিত্ত সুখ কামনা নকৰিবা, দুখ আহিব।
ইন্দ্ৰিয় ভোগৰ লিস্পা নকৰিবা, বন্ধনত পৰিবা।
অযথা সময় নষ্ট নকৰিবা,অনুতাপ ভোগ কৰিবা।
কত্তৃতাভিমান লৈ কাম নকৰিবা, জীৱন বৃথা হʼব।
যি লʼৰা-ছোৱালীয়ে মাক-দেউতাকৰ কথা মানি নচলে সেই লʼৰা-ছোৱালী বিপদত পৰে।

সময় নষ্ট কৰি বৰ্বাদ হলো
25/01/2023

সময় নষ্ট কৰি বৰ্বাদ হলো

22/01/2023

মাঘ বিহুত অলপ সময় আছিলো delhi publi school ত

18/01/2023

মাঘ িবহূ ৰ লগত টুচু পূজা

19/11/2022

Like subscribe my channel plz support me 🙏😊👍

Address


Website

Alerts

Be the first to know and let us send you an email when vloger k tanti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share