Jnet Live

Jnet Live Jnet Live is an entertainment and informative based web portal of NE region.

We are sharing lifestyle, entertainments, business, culture, sports tradition, news etc.

26/01/2025
26/01/2025

বৰ্ণাঢ্য কাৰ্যসূচীৰে দেৱস্থানত দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন।
দেৱস্থান জ্ঞানোদয় বিদ্যালয়
Holy Child English School
মৌডঙা উচ্চ মাধ্যমিক বিদ্যালয়

♦️হাওৰাঘাটত ফুটবলৰ মহাৰণ!♦️হাওৰাঘাট আৰু লাংফেৰ সমষ্টিৰ দুটা দলৰ মাজত অনুষ্ঠিত হ'ব এখন গুৰুত্বপূৰ্ণ খেল।♦️হাওৰাঘাট মিনি ষ...
10/01/2025

♦️হাওৰাঘাটত ফুটবলৰ মহাৰণ!
♦️হাওৰাঘাট আৰু লাংফেৰ সমষ্টিৰ দুটা দলৰ মাজত অনুষ্ঠিত হ'ব এখন গুৰুত্বপূৰ্ণ খেল।
♦️হাওৰাঘাট মিনি ষ্টেডিয়াম প্ৰাংগণত অহা ১২ জানুৱাৰী (দেওবাৰ) ত অনুষ্ঠিত হ'ব বিশেষ মেচ।
♦️তৃতীয় বাৰ্ষিক Inter MAC Football Tournament ৰ জ্বৰত আক্ৰান্ত জিলাবাসী।
♦️বিয়লি ১ বজাত অনুষ্ঠিতব্য খেলখনৰ বাবে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি চলাইছে উদ্যোক্তাসকলে।
♦️MAC কাপৰ D গ্ৰুপৰ খেলখনকলৈ আৰম্ভ হৈছে কাউন্ট-ডাউন।
♦️উক্ত খেলত ক্ৰীড়া প্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে।

23/11/2024

নতুন অধ্যক্ষ নিযুক্তিক কেন্দ্ৰ কৰি ব্যাপক উচাহ, শোভাযাত্ৰাৰে আদৰণি ছাত্ৰ-ছাত্ৰীৰ।
দেৱস্থান জাতীয় বিদ্যালয় এতিয়া শিৰোনামত।
ভিতৰচৰাত চলি থকা সংঘাত নিৰ্মূল কৰিবলৈ সক্ষম হ'বনে নৱনিযুক্ত অধ্যক্ষ নে এইদৰেই নিঃশেষ হ'ব এটা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান?
সংশ্লিষ্ট উৰ্ধতম কৰ্তৃপক্ষই বিষয়টো গুৰুত্বসহকাৰে ল'বনে?

Rest in peace.
09/10/2024

Rest in peace.

দুঃসংবাদ
07/10/2024

দুঃসংবাদ

যুৱক সন্ধানহীন
02/10/2024

যুৱক সন্ধানহীন


15/09/2024

আচলতে কি হৈছিল সিদিনা? কিয় এজন শিক্ষকক জনমানসত হেয় পতিপন্ন কৰা হ'ল? চাওক সৱিশেষ এই প্ৰতিবেদনত।

10/09/2024

হাওৰাঘাটত গণেশ চতুৰ্থীৰ সফল সমাপ্তি।

04/09/2024

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে নিকিতা কলিতাৰ কণ্ঠত গুৰুজনাৰ অমৰ সৃষ্টি।
নিকিতাক উৎসাহিত কৰাৰ বাবে লাইক, কমেন্ট, শ্বেয়াৰ এটা কৰিব।

03/09/2024

এটা সময়ত দুভৰিৰ যাদুৰে দৰ্শকক মোহাচ্ছন্ন কৰা দয়াৰাম বৰ্মনৰ মৃত্যুত শোকৰ ছাঁ।



সন্ধানহীন যুৱক।
01/09/2024

সন্ধানহীন যুৱক।


31/08/2024

কাল ধুমুহাত হাওৰাঘাটত বিস্তৰ ক্ষতি।


28/08/2024

হাওৰাঘাটতো স্মাৰ্ট মিটাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ।

21/08/2024

♦️কাৰ্বি আংলং বাঙালী সমাজৰ তীব্ৰ প্ৰতিবাদ।♦️দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী।♦️পশ্চিম বংগৰ জঘন্য কাণ্ডই জোঁকাৰিছে দেশ।

♦️ৰাজ্যজুৰি অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ।♦️হোজাই জিলাতো ৰূপায়ণ ক...
20/08/2024

♦️ৰাজ্যজুৰি অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ।
♦️হোজাই জিলাতো ৰূপায়ণ কৰা হয় কাৰ্যসূচী।
♦️২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ ৬ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।
দাবীসমূহ এনেধৰণৰঃ
১) বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰ সংযোগ কৰি ৰাজ্যখনৰ বিদ্যুৎ উপভোক্তাক মাধমাৰ সোধাই আছে। গ্ৰাহক জনতাই বৰ্ধিত বিদ্যুৎ বিলৰ বাবে জীয়াতু ভূগিব লগা হৈছে। স্মাৰ্ট মিটাৰ সংযোগ বন্ধ কৰি পূৰ্বৰ মিটাৰসমূহক বাহাল ৰাখি ৰাইজক সকাহ প্ৰদান কৰিবলৈ দাবী।

২) অসমত প্ৰত্যেক বছৰে হোৱা বানপানীৰ ফলত ধুবুৰীৰ পৰা শদিয়ালৈ আৰু ধেমাজিৰ পৰা কৰিমগঞ্জলৈ লাখ-লাখ জনতা বৃহৎ ক্ষতিৰ সন্মুখীন হৈ আহিছে। এইবাৰৰ বিভীষিকাময় বানে অসমৰ বহু পৰিয়ালক গৃহহীন কৰিছে। বানপানীৰ ফলত ক্ষতিগ্রস্ত আৰু গৃহহীন হোৱা পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবী।

৩) প্ৰতিবছৰে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ লগতে বৰাক নদীৰ গৰাখহনীয়াত লাখ-লাখ নৈপৰীয়া ৰাইজে নিজৰ ভেটি-মাটি হেৰুৱাইছে। ফলত বহু পৰিয়াল সৰ্বস্বান্ত হৈ অসমৰ বিভিন্ন জিলাৰ লগতে ৰাজ্যৰ বাহিৰতো কৰ্মৰ সংস্থাপন বিচাৰি হাবাথুৰি খাই আছে। গতিকে গৰাখহনীয়া সমস্যাক আধুনিক বৈজ্ঞানিক পদ্ধতিৰে সমাধান কৰিবলৈ দাবী।

৪) অসম চৰকাৰে চলোৱা উচ্ছেদত দৰং জিলাৰ ধলপুৰৰ উচ্ছেদিত পৰিয়াল আৰু হোজাই জিলাৰ উচ্ছেদিত ভূমিহীন পৰিয়ালৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদিত ভূমিহীন পৰিয়ালক অসম চৰকাৰৰ দ্বাৰা কিছু উচ্ছেদিত পৰিয়ালক ভূমি প্ৰদান কৰি নামমাত্ৰ সংস্থাপন কৰা হৈছে। যদিও চৰকাৰী সংস্থাপনৰ পৰা বঞ্চিত বহু উচ্ছেদিত পৰিয়ালে আজিলৈকে মুকলি আকাশৰ তলত দুৰ্বিষহ জীৱন অতিবাহিত কৰি আছে। গতিকে প্ৰতিটো ভূমিহীন উচ্ছেদিত পৰিয়ালক চৰকাৰীভাৱে ভূমি প্ৰদান কৰি কল্যাণকামী ৰাষ্ট্ৰৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ দাবী।

৫) যোৱা ২১.০৬.২০২৪ খ্ৰীষ্টাব্দ তাৰিখে নগাঁও জিলাৰ অন্তৰ্গত ধিঙবৰী চাপৰিত দুজন মাছমৰীয়া ভাতৃ ক্ৰমে আব্দুল জলিল (৪৪) আৰু ছমিৰ উদ্দিন (৩৬) ক বনকৰ্মীয়ে শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰে। মাছমৰীয়া ভাতৃদ্বয় পৰিয়াল দুটিৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। গতিকে মাছমৰীয়া দুজনৰ হত্যাকাণ্ডৰ লগত জড়িত বন বিষয়া আৰু বনকৰ্মীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি ভুক্তভোগী পৰিয়াল দুটাক উপযুক্ত ন্যায় প্ৰদান কৰাৰ লগতে চৰকাৰে এককালীন সাহাৰ্য্য হিচাপে ১০ লাখকৈ টকা প্ৰদান কৰাৰ বাবে দাবী।

৬) ৰাজ্য কঁপাই যোৱা জাহাংগীৰ আলমৰ নৃশংস হত্যাকাণ্ডৰ লগত জড়িত সকলক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি জাহাংগীৰ আলমৰ ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰাৰ দাবী। সমান্তৰালকৈ হত্যাৰ বলি হোৱা জাহাংগীৰ আলমৰ নিৰীহ পৰিয়ালক ১০ লাখ টকা আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ দাবী। লগতে জাহাংগীৰ আলমৰ জঘন্য হত্যাকাণ্ডৰ মূল মাষ্টৰ মাইণ্ড সুনীল গগৈ সন্দৰ্ভত যি ৰহস্যৰ সৃষ্টি হৈছে, সেয়া অতিশীঘ্ৰে ভেদ কৰিবলৈ দাবী।

♦️কাৰ্বি পাহাৰত সদ্যগঠিত বিদ্ৰোহী সংগঠন KPLA ৰ ৩ সদস্যৰ আত্মসমৰ্পণ। ♦️লাংলাকচ', নিহাং লাংচ', বৰপুং আদি অঞ্চলত সক্ৰিয় আছ...
19/08/2024

♦️কাৰ্বি পাহাৰত সদ্যগঠিত বিদ্ৰোহী সংগঠন KPLA ৰ ৩ সদস্যৰ আত্মসমৰ্পণ।

♦️লাংলাকচ', নিহাং লাংচ', বৰপুং আদি অঞ্চলত সক্ৰিয় আছিল সংগঠনটি।

♦️তিনিটা 0.32 পিষ্টল আৰু ২ ৰাউণ্ড সজীৱ গুলী জমা দিয়ে আৰক্ষীক।

Address


Alerts

Be the first to know and let us send you an email when Jnet Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share