TON Assam

TON Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from TON Assam, News & Media Website, .

On behalf of the Assam government, state Water Resources Minister Pijush Hazarika and Kamalpur MLA Diganta Kalita donate...
30/06/2023

On behalf of the Assam government, state Water Resources Minister Pijush Hazarika and Kamalpur MLA Diganta Kalita donated Rs 2 lakhs to Karuna Rabha, brother of late sub-inspector Morikolong (SI) Junmoni Rabha at Healthcity Hospital for his treatment.

According to Healthcity Hospital, Karuna Rabha has been undergoing medical treatment at the said hospital since June 27, 2023, due to various health related issues.

Speaking to Pratidin Time, Healthcity Hospital PRO said, “Karuna is a diabetic patient and has been undergoing treatment at our hospital mainly for his hepatic disorder complicacies. He is also a patient of Chronic Liver Disease (CLD).”

30/06/2023
বজালীত বানৰ তাণ্ডৱ, দমকলৰ পাৰতে মৃতকৰ অন্ত্যেষ্টিক্রিয়াবজালীত সংহাৰী বানৰ প্ৰকোপ লাহে লাহে কমিছে যদিও ইয়াৰ মাজতে সংঘটি...
28/06/2023

বজালীত বানৰ তাণ্ডৱ, দমকলৰ পাৰতে মৃতকৰ অন্ত্যেষ্টিক্রিয়া

বজালীত সংহাৰী বানৰ প্ৰকোপ লাহে লাহে কমিছে যদিও ইয়াৰ মাজতে সংঘটিত এক মর্মান্তিক ঘটনাই সকলোকে চুই গৈছে। বজালী মহকুমাৰ অন্তৰ্গত গুনৰীৰ এগৰাকী ব্যক্তিৰ মৃতদেহ বানপানীৰ বাবে নিজৰ ঘৰৰ পিছফালে থকা দমকলৰ পাৰতে দাহ কৰিবলগীয়া হয়। উল্লেখ্য যে বজালী মহকুমাৰ অন্তৰ্গত পাটাছাৰকুছি সমষ্টিৰ গুনৰীৰ বাসিন্দা ৪৩ বছৰীয়া হীৰেন তালুকদাৰ নামৰ ব্যক্তিগৰাকী যোৱা ২২ জুনত গুৱাহাটীৰ এখন চিকিৎসালয়ত উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। ইয়াৰ পিছতে তেওঁৰ শৱদেহ যোৱা ২৩ জুনত নিজ গৃহলৈ লৈ অনা হয় যদিও ইতিমধ্যে সংহাৰী বানে চৌদিশ জলমগ্ন কৰি পেলায় । যাৰ ফলত হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি শৱদেহ দাহ কৰাৰ বাবে শ্মশান বা পথাৰৰ অভাৱত ভুগিবলগীয়া হয়। এনে প্রেক্ষপটত পৰিয়ালটোৱে নিজ গৃহৰ পিছ চোতালত থকা দমকলৰ পাৰতে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰিবলগীয়া হয়। উল্লেখ্য যে কৃষিকাৰ্যৰে জীৱন নিৰ্বাহ কৰা হীৰেন তালুকদাৰৰ কৃষিপথাৰ বানপানীয়ে আৱৰি ৰখাৰ বাবে যোৱা ১৫ দিন ধৰি উপাৰ্জনবিহীনভাৱে ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হোৱাত পৰিয়ালৰ ভৰণ-পোষণৰ চিন্তাত উদ্বিগ্ন হৈ পৰে । স্মর্তব্য যে তেওঁৰ জ্যেষ্ঠ ভাতৃ তথা এসময়ত চি আৰ পি এফত এছ আই হিচাপে কৰ্মৰত প্ৰয়াত ঘনশ্যাম তালুকদাৰো ১৯৯৮ চনত ব্রেইন টিউমাৰত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। সংবাদ মাধ্যমৰ আগত প্ৰয়াত তালুকদাৰৰ পিতৃ সুৰ্য কান্ত তালুকদাৰে কয় যে তিনিজনৰ ভিতৰত মোৰ দুই পুত্ৰৰ ইতিমধ্যে কম বয়সতে মৃত্যু হ'ল। এই বয়সত মই এতিয়া কি কৰিম নাজানো। মোৰ এতিয়া যেন আৰু একো হেৰুৱাবলগীয়া নাই। আনহাতে, হীৰেনৰ পত্নীয়ে কয়- “ধান আৰু শাক-পাচলিৰ খেতি কৰি জীৱন যাপন কৰা মোৰ স্বামী যোৱা দুসপ্তাহৰ পৰা হোৱা নেৰেনেপেৰা বৰষুণ আৰু তাৰ পিছত হোৱা বানপানীৰ বাবে হতাশ হৈ পৰিছিল, কাৰণ এই বানে তেওঁ অতি কষ্ট আৰু পৰিশ্ৰমেৰে কৰা ধাননি পথাৰ সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছিল।” তেওঁ কয়- “আমাৰ একমাত্ৰ পুত্ৰই পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অষ্টম শ্ৰেণীত পঢ়ি আছে। এতিয়া ঘৰৰ একমাত্র উপাৰ্জনকাৰী তাৰ পিতৃৰ অবর্তমানত আমি কি কৰিম ক'লৈ যাম নাজানো।”

27/11/2022
19/10/2022

Address


Alerts

Be the first to know and let us send you an email when TON Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share