Haha

Haha এজাক ডেকা অযুত সপোন ❤️

we create freshly new content . That are

25/12/2021

band 🔥

25/12/2021
11/09/2021

জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি শ‌ইকীয়া ৰ সৰাপাত গীতটিৰ এক শুভেচ্ছা বাৰ্তা...
গীতটিৰ লিংক-
https://youtu.be/OL8Ef9OFMA0
উদীয়মান কণ্ঠশিল্পীজনক দৰ্শকৰ মাজলৈ লৈ যোৱাত চেয়াৰ কৰি সহায় কৰে যেন 🙏

08/09/2021

অৱশেষত বহু অপেক্ষা ৰ অন্তত Multi creation Assam ৰ বেনাৰত Bhargav Jyoti Baruah ৰ কণ্ঠত প্ৰথমটি গীত XORA-PAT
আপোনালোকৰ আগত আগবঢ়ালোঁ

https://youtu.be/OL8Ef9OFMA0

গীতটি সকলোৱে আকোঁৱালি ল'ব লগতে গীতটি চেয়াৰ কৰিব🖤🙏

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দেৱৰ জন্ম দিনটোতেই সন্ধিয়া লৈ Multi Creation Assam ৰ বেনাৰত নিৰ্মিত প্ৰথম টি গীত ভাগৱ জ্যোতি  ব...
08/09/2021

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দেৱৰ জন্ম দিনটোতেই সন্ধিয়া লৈ Multi Creation Assam ৰ বেনাৰত নিৰ্মিত প্ৰথম টি গীত ভাগৱ জ্যোতি বৰা ৰ Bhargav Jyoti Borah কণ্ঠত XORAPAT আগবঢ়ায় দিম।
সকলোৱে মৰম দিব ❤️

17/08/2021

আমাৰ মাজৰ পৰা সৰ্ব প্ৰথম গীতটো এই মাহত আপোনালোকৰ মাজলৈ এৰি দিম। গীতটোত কণ্ঠ দিছে Bhargav Jyoti Borah এ। আশা কৰোঁ গীত টি আঁকোৱালি লব

20/06/2021

কৃষ্টিৰ পূজাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ মৃত্যু তিথিত শ্ৰদ্ধাৰে সুঁৱৰি লাহিংৰ উদীয়মান কণ্ঠশিল্পী বৰষা ৰাণী শ‌ইকীয়াৰ কণ্ঠত এটি ৰাভাদেৱৰ কালজয়ী গীত আগবঢ়ালোঁ

বিশিষ্ট সাহিত্যিক, সাংবাদিক,সমালোচক,কবি গল্পকাৰ হোমেন বৰগোহাঞিৰ দেহাৱসান। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক 🙏অসমৰ সমাজ জীৱ...
12/05/2021

বিশিষ্ট সাহিত্যিক, সাংবাদিক,সমালোচক,কবি গল্পকাৰ হোমেন বৰগোহাঞিৰ দেহাৱসান। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক 🙏
অসমৰ সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি হৈ ৰব

বৰ্তমান সময়ৰ কভি'ড ৰ দ্বিতীয় টো সংক্ৰমণ ৰ পৰা ৰক্ষা পাবলৈ সজাগ আৰু সতকতা অৱলম্বন কৰক🙏আমাৰ নতুন ডিডিঅ' টি উপভোগ কৰক-htt...
04/05/2021

বৰ্তমান সময়ৰ কভি'ড ৰ দ্বিতীয় টো সংক্ৰমণ ৰ পৰা ৰক্ষা পাবলৈ সজাগ আৰু সতকতা অৱলম্বন কৰক🙏
আমাৰ নতুন ডিডিঅ' টি উপভোগ কৰক-
https://youtu.be/R0OTf4qrxhw

#

03/05/2021

নতুন চৰকাৰৰ চৰকাৰী চাকৰি
আমাৰ এটি সৰু বাৰ্তা হে চৰকাৰখন লৈ ভিডিঅ'টিৰ যোগেদি

সম্পূৰ্ণ ভিডিঅ'টিৰ লিংক -
https://youtu.be/R0OTf4qrxhw

ভিডিঅ'টি সকলোৱে এবাৰ চাই আমাৰ এই যাত্ৰাত সহায় কৰিব 🙏

https://youtu.be/R0OTf4qrxhwনতুন চৰকাৰে লৈ আহিছে নতুন চাকৰি। আমি আশাবাদী ।  লাখ লাখ শিক্ষিত নিবনুৱা জীৱনৰ লগত খেলি থকা চ...
03/05/2021

https://youtu.be/R0OTf4qrxhw

নতুন চৰকাৰে লৈ আহিছে নতুন চাকৰি। আমি আশাবাদী । লাখ লাখ শিক্ষিত নিবনুৱা জীৱনৰ লগত খেলি থকা চৰকাৰখন ৰ দৃষ্টি নিৱদ্ধ কৰিবলৈ এটা আৰু আমি সম্মুখীন হোৱা সমস্যাবোৰ সন্নিবিষ্ট কৰি এটা video আগ বঢ়ালো। চৰকাৰ খনৰ গা লৰাবলৈ video টো share কৰক।

22/04/2021

শুভেচ্ছা বাৰ্তা
ধন্যবাদ
সমাজকৰ্মী সিদ্ধাৰ্থ বৰুৱা
Multi Creation Assam ৰ প্ৰযোজনাত " যোৰহাটৰ চুকাফা উদ্যান" নামৰ গীতটি ৰাইজৰ মাজলৈ আগবঢ়ায় দিয়া হ'ল।
সকলোৱে গীতটি আকোঁৱালি ল'ব লগতে টিয়কৰ এই ইউটিউব চেনেলটি আগুৱাই যোৱাত সহায় কৰিব
Video link-
https://youtu.be/k-5Q2DYo-aU
Like share লগতে Suscribe কৰি দিব 🙏

Multi Creation Assam ৰ প্ৰযোজনাত মঞ্জিত যোৰহাট কথাৰে দীপাংকৰ গগৈ আৰু বৰষাৰাণী শ‌ইকীয়াৰ কণ্ঠত "যোৰহাট ৰ চুকাফা উদ্যান " ...
22/04/2021

Multi Creation Assam ৰ প্ৰযোজনাত মঞ্জিত যোৰহাট কথাৰে দীপাংকৰ গগৈ আৰু বৰষাৰাণী শ‌ইকীয়াৰ কণ্ঠত "যোৰহাট ৰ চুকাফা উদ্যান " গীতটি আপোনালোকৰ মাজলৈ আগবঢ়ায় দিলোঁ। গীতটি সকলোৱে আকোঁৱালি ল'ব।লগতে আমাৰ এই প্ৰথম প্ৰচেষ্টা ভুল ক্ৰুতি হ'ব পাৰে, সেয়ে সকলোৱে ভুলবোৰ আঙুলিয়াই দিব।
এই গীতটিত বিশেষ ভাৱে কণ্ঠদান কৰিছে যোৰহাট জিলাৰ DHUL BAI DHULIA মহিলা বিহুদলটোৰ কণ্ঠশিল্পী বৰষা ৰাণী শ‌ইকীয়াই ।
শেষত টিয়কৰ Multi Creation Assam ৰ চেনেল টিক Suscribe কৰি আগুৱাই যোৱাত সহায় কৰে যেন।।

বিশেষ কৃতজ্ঞতা
ভিগু শ‌ইকীয়া
পৰশ প্ৰতীম শ‌ইকীয়া
উৎপল বৰা
সিদ্ধাৰ্থ বৰুৱা
সমূহ লাহিংবাসী ৰাইজ আৰু Multi Creation Assam ৰ সমূহ পৰিয়াল বৰ্গ
Link -
https://youtu.be/k-5Q2DYo-aU

কণ্ঠ - দিপাংকৰ গগৈ বৰষাৰাণী শ‌ইকীয়াকথা- মঞ্জিত যোৰহাটসংগীত - নয়নমনিপ্ৰযোজনা - Multi Creation Assam বিশেষ কৃতজ্ঞতা-মুন চুতীয়া...

21/04/2021

জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস আৰু নাই।। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক । সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি হৈ ৰব।

Address


Alerts

Be the first to know and let us send you an email when Haha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Haha:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share