হাজিৰহাটত পুনৰ আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱল গৰাখহনীয়া ৷
মানকাচৰৰ পূৰ্বাঞ্চলত বন বিভাগৰ অভিযান।
বন বিভাগৰ অভিযানত জব্দ প্ৰায় ২ লাখ টকাৰ মূল্যবান কাঠৰ কুণ্ডা।
শুক্ৰবাৰে নিশা হঠাৎ হাটশিঙিমাৰীত উপস্থিত হয় IGP দিলিপ কুমাৰ দে ।
গৰাখহনীয়া সমস্যা আৰু বানপানী সমস্যাৰ স্থায়ী সমাধান আৰু ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীত হাটশিঙিমাৰীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত হাটশিঙিমাৰীত জিলা ছাত্ৰ সন্থাই ব্ৰহ্মপুত্ৰ গঢ়াখহনীয়াৰ স্হায়ী প্ৰতিৰোধৰ দাবীত বিক্ষোভ কাৰ্য্যসুচী পালন কৰে ।
মহিলা গৰাকীক কোনোবাই চিনি পালে যোগাযোগ কৰক সুখচৰ থানাৰ আৰক্ষীৰ লগত ৷
হাজিৰহাট গাঁও পঞ্চায়তৰ আকন্দেৰ চৰত ব্ৰহ্মপুত্ৰ নদীৰ পৰা স্থানীয় ৰাইজে জীৱন্ত উদ্ধাৰ কৰিছে মহিলা গৰাকীক ৷
নদীত ভাহি যোৱা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি নদীৰ পৰা জীৱন্তে উদ্ধাৰ কৰে ৷
মহিলা গৰাকী ক’ৰ পৰা কেনেকৈ নদীত ভাহি আহিছে কোনেও কব নোৱাৰে ৷
বৰ্তমান মহিলা গৰাকী সুখচৰ আৰক্ষীৰ জিম্মাত আছে ৷
দক্ষিণ শালমাৰা মানকাচৰ জিলা আইনী সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি আনুষ্ঠানিক ভাৱে হাটশিঙিমাৰী প্ৰেক্ষা গৃহত ভাৰ্চুৱেল পদ্ধতিত জিলাখনৰ বিভিন্ন স্থানত আনুষ্ঠানিক ভাৱে ১৩ খন আইনী সেৱা কোষ মুকলি কৰাৰ লগতে ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ অধীনত ২চেক বিতৰণ অনুষ্ঠানত বিশিষ্ট অতিথি সকলোৰ ভাষণ ---- Live
দক্ষিণ শালমাৰা মানকাচৰ জিলা আইনী সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি আনুষ্ঠানিক ভাৱে হাটশিঙিমাৰী প্ৰেক্ষা গৃহত ভাৰ্চুৱেল পদ্ধতিত জিলাখনৰ বিভিন্ন স্থানত আনুষ্ঠানিক ভাৱে ১৩ খন আইনী সেৱা কোষ মুকলি কৰাৰ লগতে ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ অধীনত ২০ লাখ টকাৰ চেক বিতৰণ কৰে ৷
#DLSA
দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছৰ কমিটিৰ উদ্যোগত আজি মুল্যবৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে হাটশিঙিমাৰী জিলা আয়ুক্ত কাৰ্যালয় সন্মুখত ঘেৰাও কাৰ্যসূচী কৰে ।
সুখচৰৰ আকন্দেৰ চৰত ব্ৰহ্মপুত্ৰ নদীৰ পৰা জীৱন্ত উদ্ধাৰ অচিনাক্ত মহিলা ৷
নদীত ভাহি যোৱা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি নদীৰ পৰা জীৱন্তে উদ্ধাৰ কৰে ৷
মহিলা গৰাকী ক’ৰ পৰা কেনেকৈ নদীত ভাহি আহিছে কোনেও কব নোৱাৰে ৷
বৰ্তমান আকন্দেৰ চৰৰ মজিবৰ ৰহমানৰ ঘৰত আছে মহিলা গৰাকী ৷
যদি কোনো ব্যক্তি মহিলা গৰাকীক চিনি পায় অনুগ্ৰহ কৰি এইটো নম্বৰত যোগাযোগ কৰিব 8134896037
হাটশিঙিমাৰীত APDCL ৰ বিৰুদ্ধে শৱযাত্ৰা কৰি ছাত্ৰসন্থাৰ প্ৰতিবাদ
#APDCL #Aasu #Hatsingimari
হাটশিঙিমাৰীত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্য্যসুচী
হাটশিঙিমাৰীত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্য্যসুচী
হাটশিঙিমাৰীত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্য্যসুচী
ভাৰত বাংলাদেশ উন্মুক্ত নদী সীমান্তত অব্যাহত আছে পশুধনৰ চোৰাং কাৰবাৰ
৪৯ নং বেটেলিয়ান বি এছ এফে ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদীকাষৰীয়া অঞ্চলত অভিযান চলাই জব্দ কৰে ২০ টা চোৰাং গৰু-মʼহ ৷
হাটশিঙিমাৰীৰ স্পৰ্শকাতৰ অঞ্চলত আৰক্ষীৰ প্লেগ মাৰ্চ। ৷
আৰক্ষী সঞ্চালক সঞ্চালকৰ নিৰ্দেশৰ পিছতে তৎপৰ হৈছে অসম আৰক্ষী ৷
#Hatsingimari #Police
হাজিৰহাটৰ আলীক গ্ৰেপ্তাৰ ৷
বাংলাদেশী নাগৰিক অসমত প্ৰবেশ কৰাত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ আলী হুছেইন ৷
সংবাদ মাধ্যমত কি কলে আলি ?