Chiranjib Shekhor

  • Home
  • Chiranjib Shekhor

Chiranjib Shekhor Welcome to my Official page Chiranjib Shekhor

03/12/2023

বিশিষ্ট কণ্ঠশিল্পী অৰুণ দাস আৰু আমাৰ মাজত নাই। অসমীয়া সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ 🙏

১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামত বৃটিছৰ গুলীত মৃত্যু হৈছিল অসমৰ প্ৰথম মহিলা কনকলতা বৰুৱাৰ ৷ দেশমাতৃৰ হকে...
20/09/2023

১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামত বৃটিছৰ গুলীত মৃত্যু হৈছিল অসমৰ প্ৰথম মহিলা কনকলতা বৰুৱাৰ ৷ দেশমাতৃৰ হকে শ্বহীদবৰণ কৰা মহান স্বাধীনতা সংগ্ৰামী গৰাকীৰ মৃত্যুবাৰ্ষিকীৰ পৱিত্ৰ দিনটোত আমি তেখেতক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷

৷৷ জয় আই অসম ৷৷

MON JAI
24/11/2020

MON JAI

05/06/2020

Vakha nai kobo le bhut bhut vl hoise❤️

27/03/2020
25/09/2019
17/09/2019
Idol
07/09/2019

Idol

সুকন্ঠী গায়িকা আমাৰ সকলোৰেমৰমৰ দীপালি বৰঠাকুৰ বাইদেউআৰু আমাৰ মাজত নাই শুনি বহুত দুখপাইছো তেওঁৰ আত্মাইচিৰশান্তি লাভ কৰক ত...
22/12/2018

সুকন্ঠী গায়িকা আমাৰ সকলোৰে
মৰমৰ দীপালি বৰঠাকুৰ বাইদেউ
আৰু আমাৰ মাজত নাই শুনি বহুত দুখ
পাইছো তেওঁৰ আত্মাই
চিৰশান্তি লাভ কৰক তাকে
ভগৱানৰ ওচৰত প্ৰাৰ্থনা
জনাইছো....

Jiman pare share kribor5 Octubar
03/10/2018

Jiman pare share kribor
5 Octubar

04/05/2018

এইবাৰ বুলে কৃষ্ণমনি দাৰ বিয়া।
তাকে গম পাই প্ৰিয়ঙ্কাই খবৰ এটা
লওঁ বুলি লিপষ্টিক কাজল লৈ ৰঙা-
নীলা শাৰী পিন্ধি নেকিবৰ
টেক্সি গাড়ী খন লৈ কৃষ্ণমনিৰ ঘৰলৈ
গৈ থাকোতে দেখে যে,দীক্ষুৱে
হাল মাৰি আছে আৰু নীলআকাশে মাছ
মাৰি আছে।
নেকিব আৰু প্ৰিয়ঙ্কাই মনটো ধৰি
ৰাখিব নোৱাৰি জাকৈ খন লৈ
মাছ ধৰাত লাগি গল।বাবুৱে ভঙা
চাইকেল খন লৈ পেদেল মাৰি
মাৰি গৈ থাকোতে ইহঁতক দেখি
নামি গল পথাৰত।
মন্টু মনিও গৈ আছিল সেই বাটেৰে।
এওঁলোকৰ কাণ্ড কাৰখানা দেখি
মন্টুৱে চেল্ফি লোৱাত ব্যস্ত হৈ গল।
ইফালে প্ৰিয়ঙ্কাক ধৰিলে জুকে।
তাকে দেখি বিপিন চাউদাঙে
বুলে মৰি লং মৰি লং লাগি যায়।
জুবিনে বুলে আকৌ ধৰি লং ধৰি লং
লাগি যায়।
আটাই কেইজনক বোকাত লুটুৰি-পুটুৰি
হৈ থকা দেখি চিৰঞ্জীৱ শেখৰয়ে
বৰষুণৰ ঘন ঘন টুপাল বোৰ পেলাই
দিলে তাকে দেখি কুসুন কৈলাশে
ৱাছিং পাউদাৰ নিৰ্মা লৈ আহি
ভৃগুৰ অটো খনত উঠাই দিখৌ নৈত গা
ধুৱাই লৈ আহিল।কথাটো কুমাৰ
ভৱেশে শুনি কলে বাপ্পা ঐ...★

Advance (Happy rangali bihu) all of you gys .. Keep smile 😁😁
13/04/2018

Advance (Happy rangali bihu) all of you gys .. Keep smile 😁😁

Old pic ★
22/03/2018

Old pic ★

Address

Guwahati
Guwahati
POSTCODE

Alerts

Be the first to know and let us send you an email when Chiranjib Shekhor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share