Toybur Rahman face book

  • Home
  • Toybur Rahman face book

Toybur Rahman face book Nikhari Ne 24×7

Heartiest congratulations to Team INDIAN
29/06/2024

Heartiest congratulations to Team INDIAN

27/06/2024

যদি করেন ভাই চালাকি,
পরে বুঝবেন এর জ্বালা কী ⁉️

১. মিষ্টি বিক্রেতা মনে করে,
আমি তো মিষ্টি খাই না। তাই এতে ভেজাল করলে আমার কোন সমস্যা নাই।

২. বেকারির মালিক মনে করে,
আমিতো বিস্কুট খাই না। তাই পঁচা ডিম-ময়দা দিয়ে বানালে আমার কোন সমস্যা নাই।

৩. ফল বিক্রেতা মনে করে,
আমিতো ফল খাই না। তাই কেমিকেল মিশালে আমার কোন সমস্যা নাই।

৪.মাছ বিক্রেতা মনে করে,
আমিতো ফরমালিনযুক্ত মাছ খাই না। তাই ফরমালিন মিশালে আমার কোন সমস্যা নাই।

দিনের শেষে-
১. মিষ্টি বিক্রেতা মিষ্টি বিক্রি করে বিস্কুট, ফল, মাছ কিনে নিয়ে বাসায় যায়।
২. বেকারির মালিক বিস্কুট বিক্রি করে মিষ্টি, ফল, মাছ কিনে নিয়ে বাসায় যায়।
৩. ফল বিক্রেতা ফল বিক্রি করে মিষ্টি, বিস্কুট, মাছ কিনে নিয়ে বাসায় যায়।
৪. মাছ বিক্রেতা মাছ বিক্রি করে ফল, বিস্কুট, মিষ্টি কিনে নিয়ে বাসায় যায়।

সবাই মনে মনে নিজেকে অনেক চালাক ভাবে;
অনেক লাভ করেছে ভেবে আত্মতৃপ্তির ঢেকুর তোলে।
আসলে তারা যে নিজেরাই নিজেদের ঠকাচ্ছে, ক্ষতি করছে তা ভাবতেও পারেনা।

"পরের অনিষ্ট চিন্তা করে যেইজন,
নিজের অনিষ্ট বীজ সে করে বপন।।"

#সংগৃহীত
শিক্ষা ও তথ্য কেন্দ্র।

প্ৰতিজন অসমীয়াৰ বাবে অতিকৈ আনন্দৰ বতৰা!জিম্বাব'ৱেৰ বিৰুদ্ধে আগন্তুক ক্ৰিকেট শৃংখলাত ভাৰতীয় দলত স্থান লাভ কৰি অসমৰ বাবে...
25/06/2024

প্ৰতিজন অসমীয়াৰ বাবে অতিকৈ আনন্দৰ বতৰা!

জিম্বাব'ৱেৰ বিৰুদ্ধে আগন্তুক ক্ৰিকেট শৃংখলাত ভাৰতীয় দলত স্থান লাভ কৰি অসমৰ বাবে ইতিহাস ৰচা ৰিয়ান পৰাগলৈ আন্তৰিক অভিনন্দন! অসমৰ প্ৰথমগৰাকী পুৰুষ খেলুৱৈ হিচাপে ৰিয়ানে ভাৰতীয় ক্ৰিকেটৰ মূল দলত স্থান লাভ কৰাৰ খবৰে আমাক অত্যন্ত আনন্দিত কৰিছে। অসমৰ ক্ৰীড়া জগতৰ বাবে এক বহু প্ৰতীক্ষাৰ অন্ত পৰিল! ৰিয়ানে আগন্তুক শৃংখলাত অদম্য প্ৰদৰ্শনেৰে উজলি উঠক, তাৰেই কামনা কৰিলোঁ। মোৰ তৰফৰপৰা ৰিয়ানলৈ থাকিল অশেষ শুভকামনা...

It is a matter of great pride that Riyan Parag has been included in the Indian Cricket Team for the upcoming tour of Zimbabwe.

creates history and becomes the first male cricketer from Assam to be selected in the Indian Cricket Team. His hard work and dedication have truly paid off.

My best wishes to Riyan Parag for a wonderful tour and bright future.

দুৰ্ভাগ্য জনক.কি,কোন, ক'ত, কেতিয়া,কিয়,কাৰ বাবে...... হৈছে?
19/06/2024

দুৰ্ভাগ্য জনক.
কি,কোন, ক'ত, কেতিয়া,কিয়,কাৰ বাবে...... হৈছে?

এনে কিছুমান ডা: ৰ বাবে ডা: সমাজক প্ৰশংসাৰ পাত্ৰ হিছাপে গণ্য কৰা হয়।
19/06/2024

এনে কিছুমান ডা: ৰ বাবে ডা: সমাজক প্ৰশংসাৰ পাত্ৰ হিছাপে গণ্য কৰা হয়।

17/06/2024

কি ভয়ংকৰ দৃশ্য আকৌ উমৰাংছু ৰ চুইচ গেইট এৰিছে।

অভিনন্দনঃNEET ত অভিলেখ ৰচিলে হিজাবী কন্যা। All India Rank 01(AIR -01) in NEET UG 2024. মুম্বাইৰ যোগেশ্বৰীৰ আমিনা আৰিফ কড...
05/06/2024

অভিনন্দনঃ
NEET ত অভিলেখ ৰচিলে হিজাবী কন্যা।

All India Rank 01(AIR -01) in NEET UG 2024. মুম্বাইৰ যোগেশ্বৰীৰ আমিনা আৰিফ কড়িৱালাই 25 লাখ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত NEET পৰীক্ষাত 720 ৰ ভিতৰত 720 নম্বৰ লাভ কৰি ভাৰতৰ ভিতৰত প্ৰথম স্থান দখল কৰি এক অভিলেখ গঢ়ে |

14/05/2024
সদ্য ঘোষিত ICSE Exam ৰ ফলাফলত ASSAM VALLEY SCHOOL ৰ পৰা Rejaul Karim Chowdhury  চাহাব ৰ সু যোগ্য সন্তান Tanveer Alom Cho...
06/05/2024

সদ্য ঘোষিত ICSE Exam ৰ ফলাফলত ASSAM VALLEY SCHOOL ৰ পৰা Rejaul Karim Chowdhury চাহাব ৰ সু যোগ্য সন্তান Tanveer Alom Chowdhury এ ৮৩.৪% পাই চৌধুৰী পৰিয়াল তথা বৃহত্তৰ ডবকা অঞ্চল লৈ সুনাম কঢ়িয়াই আনে। তাৰ বাবে তেখেতক অলেখ অলেখ শুভেচ্ছা জ্ঞাপন কৰিছো।

07/04/2024
05/04/2024
29/03/2024
Congratulations riyan parag go ahead assames always with you .You are the future of Assam We are proud as Assamese.   JA...
28/03/2024

Congratulations riyan parag go ahead assames always with you .You are the future of Assam We are proud as Assamese.
JAY AI ASSAM
জয় আই অসম ।

28/03/2024

ৰোজা আৱস্থাৰত এজন মুছলমান যুৱকক হলীৰ নামত আক্ৰমণ কিছু উদণ্ড সিন্দু যুৱকৰ ।হোজাই জিলা আমছু ৰ এক সজাতি দলে উক্ত ঘটনাক গৰিহনা দিয়াৰ লগতে জিলা উপায়ুক্ত আৰু GP.Sing ডাঙৰীয়াক আক্ৰমন কাৰিক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবি জনায় ।

28/03/2024

ৰোজা আৱস্থাৰত এজন মুছলমান যুৱকক হলীৰ নামত আক্ৰমণ কিছু উদণ্ড সিন্দু যুৱকৰ ।হোজাই জিলা আমছু ৰ এক সজাতি দলে উক্ত ঘটনাক গৰিহনা দিয়াৰ লগতে জিলা উপায়ুক্ত আৰু G.P SHING ডাঙৰীয়াক আক্ৰমণ কাৰিক কঠোৰ শাস্থি প্ৰদান কৰিবলৈ দাবি জনাই ।

15/02/2024

আপুনি টোপনী যোৱাৰ পিছত নাকেৰে শব্দ কৰে নেকি তেন্তে চাওক এই ভিডিঅ টো।

30/01/2024

CONGRATULATIONS SARFARAJ KHAN

25/01/2024

Happy Republic day 2024

08/11/2023
08/11/2023
03/11/2023
22/10/2023

আল্লাহৰ মহিমা।আল্লাহু আকবৰ

18/10/2023

শুভেচ্ছাঃ
কাতি বিহু জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ। আহিনৰ শেষ দিনটো আমাৰ লোক সমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে।

প্ৰাণৰ উৎসৱ কাতি বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

ধন্যবাদেৰে
তইবোৰ ৰহমান মজুমদাৰ ।

Address

GA

Telephone

+19126313463

Website

Alerts

Be the first to know and let us send you an email when Toybur Rahman face book posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Toybur Rahman face book:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share